Sunday, 3 January 2021

03 January, 2021 *প্ৰবীণ ক্ৰীড়া সমাৰোহ লখিমপুৰ* Date :- 3/1/21 ## আজি লখিমপুৰ জিলা প্ৰবীণ ক্ৰীয়া সন্থাৰ উদ্যোগত জিলা ভিত্তিক এদিনীয়া ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ## ৰঙাজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুস্থিত হোৱা এই প্ৰতিযোগিতা খনিত পুৱা খোজ কঢ়া প্ৰতিযোগিতাৰে আৰম্ভ কৰা হয়। ## এই ক্ৰীড়া প্ৰতিযোগিতাত ৩৫ বছৰৰ পৰা ৯০ বছৰৰ পুৰুষ -মহিলাই যোগদান কৰে। ## প্ৰতিযোগিতা বিষয় সমূহ হৈছে দৌৰ, ডিচকাছ থ্ৰৌ, চটপুত থ্ৰৌ, জেবলিন থ্ৰৌ, লং জাম্প ইত্যাদি। ## প্ৰবীণ ক্ৰীড়া সন্থাৰ সভাপতি ধৰ্মেশ্বৰ গগৈয়ে শুভউদ্ধোধন কৰা এই প্ৰতিযোগিতাত জিলখনৰ প্ৰায় ৩০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 03 January, 2021


*প্ৰবীণ ক্ৰীড়া সমাৰোহ লখিমপুৰ* Date :- 3/1/21


##  আজি লখিমপুৰ জিলা প্ৰবীণ  ক্ৰীয়া সন্থাৰ উদ্যোগত জিলা ভিত্তিক এদিনীয়া ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।


## ৰঙাজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুস্থিত হোৱা এই প্ৰতিযোগিতা খনিত পুৱা খোজ কঢ়া প্ৰতিযোগিতাৰে আৰম্ভ কৰা হয়।


## এই ক্ৰীড়া প্ৰতিযোগিতাত ৩৫ বছৰৰ পৰা ৯০ বছৰৰ পুৰুষ -মহিলাই যোগদান কৰে।


## প্ৰতিযোগিতা বিষয় সমূহ হৈছে দৌৰ, ডিচকাছ থ্ৰৌ, চটপুত থ্ৰৌ, জেবলিন থ্ৰৌ, লং জাম্প ইত্যাদি।


## প্ৰবীণ ক্ৰীড়া সন্থাৰ সভাপতি ধৰ্মেশ্বৰ গগৈয়ে শুভউদ্ধোধন কৰা এই প্ৰতিযোগিতাত জিলখনৰ প্ৰায় ৩০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Saturday, 2 January 2021

02 January, 2021 *অডিঅ গীত লখিমপুৰ* Date :- 02/1/2021 ## এইবাৰ ধেমাজী এজন অডিঅ মান যুৱ শিল্পী কণ্ঠত মুকলি কৰিবলৈ লৈছে এটি অডিঅ বিহু গীত। ## DS Production ৰ বেনাৰত নির্ম্মান কৰা চতুৱা চৰাই নামৰ গীতটোত কন্ঠ দান কৰিছে দুলেন ৰাজ আৰু পুনম চমূৱাই। ## মাই ফেক্টৰী নামৰ Youtube চেনেলৰ যৰিয়তে দেওবাৰে বিয়লি ৰাইজৰ মাজলৈ মুকলি কৰি দিয়া হব এই চতুৱা চৰাই নামৰ অডিঅ গীত টি। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 02 January, 2021


*অডিঅ গীত লখিমপুৰ* Date :- 02/1/2021


## এইবাৰ ধেমাজী এজন অডিঅ মান যুৱ শিল্পী কণ্ঠত মুকলি কৰিবলৈ লৈছে এটি অডিঅ বিহু গীত।


## DS Production ৰ বেনাৰত নির্ম্মান কৰা চতুৱা চৰাই নামৰ গীতটোত কন্ঠ দান কৰিছে দুলেন ৰাজ আৰু পুনম চমূৱাই।


## মাই ফেক্টৰী নামৰ Youtube চেনেলৰ যৰিয়তে দেওবাৰে বিয়লি ৰাইজৰ মাজলৈ মুকলি কৰি দিয়া হব এই চতুৱা চৰাই নামৰ অডিঅ গীত টি।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


02 January, 2021 Lakhimpur _ Scooty Distribution :- 02/1/2021 ## উছত্বৰ মাধ্যমিক পৰীক্ষাত প্ৰথম স্থান প্ৰাপ্ত লক্ষীমপুৰ জিলাৰ 816 গৰাকী ছাত্ৰীক শনিবাৰে প্ৰদান কৰা হয় স্কুটাৰ। ## ড. বানীকান্ত কাকতি মেধা বঁটাৰ অধীনত জিলা খনৰ এই 816 গৰাকী ছাত্ৰীক বঁটা প্ৰদান কৰে মন্ত্ৰী ৰিহন দৈমাৰীয়ে। ## জিলা পুথি ভৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এই বঁটা প্ৰদান অনুষ্ঠানত শনিবাৰে আনুষ্ঠানিক ভাবে মন্ত্ৰী ৰিহন দৈমাৰীয়ে 5 গৰাকী ছাত্ৰীলৈ আগবঢ়াই স্কুটাৰ। ## এই অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰি বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীৰ লগতে উপস্থিত থাকে সাংসদ প্ৰদান বৰুৱা, বিহপুৰীয়াৰ বিধায়ক দেৱানন্দ হাজৰিকাও। ## ইয়াৰ পিছতেই জনস্বাস্থ্য কাৰী কৰি বিভাগৰ নব নিৰ্মিত এখন আঁচনিও উদ্বোধন কৰে মন্ত্ৰী গৰাকীয়ে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 02 January, 2021


Lakhimpur _ Scooty Distribution :- 02/1/2021


## উছত্বৰ মাধ্যমিক পৰীক্ষাত প্ৰথম স্থান প্ৰাপ্ত লক্ষীমপুৰ জিলাৰ 816 গৰাকী ছাত্ৰীক শনিবাৰে প্ৰদান কৰা হয় স্কুটাৰ।


## ড. বানীকান্ত কাকতি মেধা বঁটাৰ অধীনত জিলা খনৰ এই 816 গৰাকী ছাত্ৰীক বঁটা প্ৰদান কৰে মন্ত্ৰী ৰিহন দৈমাৰীয়ে।


## জিলা পুথি ভৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এই বঁটা প্ৰদান অনুষ্ঠানত শনিবাৰে আনুষ্ঠানিক ভাবে মন্ত্ৰী ৰিহন দৈমাৰীয়ে 5 গৰাকী ছাত্ৰীলৈ আগবঢ়াই স্কুটাৰ।


## এই অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰি বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীৰ লগতে উপস্থিত থাকে   সাংসদ প্ৰদান বৰুৱা, বিহপুৰীয়াৰ বিধায়ক দেৱানন্দ হাজৰিকাও।


## ইয়াৰ পিছতেই জনস্বাস্থ্য কাৰী কৰি বিভাগৰ নব নিৰ্মিত এখন আঁচনিও উদ্বোধন কৰে মন্ত্ৰী গৰাকীয়ে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


02 January, 2021 BREAKINGNumaligarh নুমলীগড়ত কণমানি হাতী পোৱালি ৰ মৃত্যু । এয়া নুমলীগড়ৰ বৰচাপৰিৰ দৃশ্য । পথাৰৰ মাজত শনিবাৰে পুৱা উদ্ধাৰ হৈছে নিচিই এটাকণমাণি হাতী পোৱালি ৰ মৃতদেহ । নিচেই কনমানি পোৱালিটো এসপ্তাহ মানৰ পূৰ্বে জন্ম হোৱা । যে যোৱা নিশা এটা বৃহৎ হাতীৰ জাক বৰচাপৰিত প্ৰৱেশ কৰে । এই জাকৰুৱা হাতীৰ মাজত অহা পোৱালীটো আন হাতীৰ গচকতে মৃত্যু বৰন কৰাবুলি অনুমান কৰা হৈছে ৷মৃত হাতী পোৱালিটো ইতিমধ্যে বন বিভাগে উদ্ধাৰ কৰি সৎকাৰৰ ব্যৱস্থা কৰিছে । কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

 02 January, 2021



BREAKING Numaligarh 


নুমলীগড়ত কণমানি  হাতী পোৱালি ৰ  মৃত্যু ।


এয়া নুমলীগড়ৰ বৰচাপৰিৰ দৃশ্য  । পথাৰৰ মাজত শনিবাৰে পুৱা উদ্ধাৰ হৈছে নিচিই এটাকণমাণি হাতী পোৱালি ৰ মৃতদেহ ।  নিচেই কনমানি পোৱালিটো এসপ্তাহ মানৰ পূৰ্বে জন্ম হোৱা  ।  যে যোৱা নিশা এটা বৃহৎ হাতীৰ জাক বৰচাপৰিত প্ৰৱেশ কৰে । এই জাকৰুৱা হাতীৰ মাজত অহা পোৱালীটো আন হাতীৰ গচকতে মৃত্যু বৰন কৰাবুলি অনুমান কৰা হৈছে ৷মৃত হাতী পোৱালিটো ইতিমধ্যে বন বিভাগে উদ্ধাৰ কৰি সৎকাৰৰ ব্যৱস্থা কৰিছে । 


কল্পনা ফুকনৰ ৰিপৰ্ট  নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

Friday, 1 January 2021

01 January, 2021 *আশা কৰ্মী সম্বদ্ধনা লখিমপুৰ* Date :- 1/1/21 ## পহিলা জানুৱাৰী ২১ৰ দিনা স্বাস্থ্য কৰ্মী,কবি গল্পকাৰ পংকজ সভাপণ্ডিতক সম্বধৰ্ণা। ## লখিমপুৰ জিলা আশা কৰ্মী সন্হাই ২০২১ ৰ প্ৰথম দিনটোত উত্তৰ লখিমপুৰ চহৰৰ নকাড়ী গাওঁৰ নিবাসী তথা স্বাস্থ্য বিভাগৰ কৰ্মচাৰী,কবি গল্পকাৰ পংকজ সভাপণ্ডিতক তেখতৰ বাসভৱনলৈ গৈ নতুন বছৰৰ শুভেচ্ছা তথা সম্বধৰ্ণা জ্ঞাপন কৰে। ## উল্লখযোগ্য যে লক ডাউনৰ সময়ত এজন স্বাস্থ্য কৰ্মী হিচাপে নিজৰ দ্বায়িত্ব পালন কৰি যোৱাৰ সামান্তৰাল ভাৱে গল্প,কবিতা ৰছনা কৰি অসমীয়া সাহিত্য ভঁৰাল চহকী কৰি গৈছে। ## লখিমপুৰ জিলা যক্ষ্মা কেন্দ্রৰ কৰ্মচাৰী পঙ্কজ সভাপণ্ডিত। ## আজিৰ এই সম্বধৰ্ণা অনুষ্ঠানত লখিমপুৰ জিলাৰ আশা কৰ্মী সন্হাৰ সম্পাদিকা দিপালী শইকীয়া, সভানেত্ৰী লিলি কলিতা, হেমপ্ৰভা সূত্ৰ ধৰ, ৰীণা দাস,বীণু দাস ৰ লগতে সাংবাদিক ৰাহানুদ্দিন আহমেদ উপস্থিত থাকে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 01 January, 2021


*আশা কৰ্মী সম্বদ্ধনা লখিমপুৰ* Date :- 1/1/21


## পহিলা জানুৱাৰী ২১ৰ দিনা স্বাস্থ্য কৰ্মী,কবি গল্পকাৰ পংকজ সভাপণ্ডিতক সম্বধৰ্ণা।


## লখিমপুৰ জিলা আশা কৰ্মী সন্হাই  ২০২১ ৰ প্ৰথম দিনটোত উত্তৰ লখিমপুৰ চহৰৰ নকাড়ী গাওঁৰ নিবাসী তথা স্বাস্থ্য বিভাগৰ কৰ্মচাৰী,কবি গল্পকাৰ পংকজ সভাপণ্ডিতক তেখতৰ বাসভৱনলৈ গৈ নতুন বছৰৰ শুভেচ্ছা তথা সম্বধৰ্ণা জ্ঞাপন কৰে।


## উল্লখযোগ্য যে লক ডাউনৰ সময়ত এজন স্বাস্থ্য কৰ্মী হিচাপে নিজৰ দ্বায়িত্ব পালন কৰি যোৱাৰ সামান্তৰাল ভাৱে গল্প,কবিতা ৰছনা কৰি অসমীয়া সাহিত্য ভঁৰাল চহকী কৰি গৈছে।


## লখিমপুৰ জিলা যক্ষ্মা কেন্দ্রৰ কৰ্মচাৰী পঙ্কজ সভাপণ্ডিত।


## আজিৰ এই সম্বধৰ্ণা অনুষ্ঠানত লখিমপুৰ জিলাৰ আশা কৰ্মী সন্হাৰ সম্পাদিকা দিপালী শইকীয়া, সভানেত্ৰী  লিলি কলিতা, হেমপ্ৰভা সূত্ৰ ধৰ, ৰীণা দাস,বীণু দাস ৰ  লগতে সাংবাদিক ৰাহানুদ্দিন আহমেদ  উপস্থিত থাকে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


01 January, 2021 *পিকনিক লখিমপুৰ* Date : 1/1/2021 ## আজি ইংৰাজী বৰ্ষৰ প্ৰথম দিন। ## ৰাজ্যৰ বিভিন্ন ঠাইত বনভোজৰ দল। ## ব্যতিক্ৰম নহয় লখিমপুৰও। ## এইয়া লখিমপুৰৰ কিমিন কোৱাৰী দৃশ্য। ## কিমিন কোৱাৰীত কিমিন নদী পাৰত অজস্ৰ মানুহে বনভোজ খাই নৱবৰ্ষ উৎযাপন কৰিলে। ## লখিমপুৰৰ লগতে অসমৰ বিভিন্ন প্ৰান্ত বনভোজৰ দল আহি এই পৰিবেশত বনভোজৰ আনন্দ লয়। ## কিমিন কোৱাৰী সুন্দৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবলৈ আহে বহু দুৰ দুৰনিৰ লোক। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 01 January, 2021


*পিকনিক লখিমপুৰ* Date : 1/1/2021


## আজি ইংৰাজী বৰ্ষৰ প্ৰথম দিন।


## ৰাজ্যৰ বিভিন্ন ঠাইত বনভোজৰ দল।


## ব্যতিক্ৰম নহয় লখিমপুৰও।


## এইয়া লখিমপুৰৰ কিমিন কোৱাৰী দৃশ্য।


## কিমিন কোৱাৰীত কিমিন নদী পাৰত অজস্ৰ মানুহে বনভোজ খাই নৱবৰ্ষ উৎযাপন কৰিলে।


## লখিমপুৰৰ লগতে অসমৰ বিভিন্ন প্ৰান্ত বনভোজৰ দল আহি এই পৰিবেশত বনভোজৰ আনন্দ লয়।


## কিমিন কোৱাৰী সুন্দৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবলৈ আহে বহু দুৰ দুৰনিৰ লোক।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


01 January, 2021 সমূহ নৰ্থইষ্ট তথা ভাৰত বাসিক নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন জনালো। আগন্তুক আহি থকা দিন বোৰ যেন সুন্দৰ সুফল সুখৰ হয়। সত্যৰ আধাৰত পৃথিবীৰ মানৱ জাতি আগবাঢ়ি যাবলৈ সাহস হয় তাৰে কামনাৰে শুভেচ্ছাৰে । নৰ্থইষ্ট নিউজ ইণ্ডিয়া পৰিয়ালৰ পৰা অলেখ শুভেচ্ছাৰে। NORTHEAST NEWS INDIA

 01 January, 2021


সমূহ নৰ্থইষ্ট তথা  ভাৰত বাসিক নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন জনালো। আগন্তুক আহি থকা দিন বোৰ যেন সুন্দৰ সুফল সুখৰ হয়। সত্যৰ আধাৰত পৃথিবীৰ মানৱ জাতি আগবাঢ়ি যাবলৈ সাহস হয় তাৰে কামনাৰে শুভেচ্ছাৰে । 

নৰ্থইষ্ট নিউজ ইণ্ডিয়া পৰিয়ালৰ পৰা অলেখ শুভেচ্ছাৰে। 


NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...