Saturday, 2 January 2021

02 January, 2021 *অডিঅ গীত লখিমপুৰ* Date :- 02/1/2021 ## এইবাৰ ধেমাজী এজন অডিঅ মান যুৱ শিল্পী কণ্ঠত মুকলি কৰিবলৈ লৈছে এটি অডিঅ বিহু গীত। ## DS Production ৰ বেনাৰত নির্ম্মান কৰা চতুৱা চৰাই নামৰ গীতটোত কন্ঠ দান কৰিছে দুলেন ৰাজ আৰু পুনম চমূৱাই। ## মাই ফেক্টৰী নামৰ Youtube চেনেলৰ যৰিয়তে দেওবাৰে বিয়লি ৰাইজৰ মাজলৈ মুকলি কৰি দিয়া হব এই চতুৱা চৰাই নামৰ অডিঅ গীত টি। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 02 January, 2021


*অডিঅ গীত লখিমপুৰ* Date :- 02/1/2021


## এইবাৰ ধেমাজী এজন অডিঅ মান যুৱ শিল্পী কণ্ঠত মুকলি কৰিবলৈ লৈছে এটি অডিঅ বিহু গীত।


## DS Production ৰ বেনাৰত নির্ম্মান কৰা চতুৱা চৰাই নামৰ গীতটোত কন্ঠ দান কৰিছে দুলেন ৰাজ আৰু পুনম চমূৱাই।


## মাই ফেক্টৰী নামৰ Youtube চেনেলৰ যৰিয়তে দেওবাৰে বিয়লি ৰাইজৰ মাজলৈ মুকলি কৰি দিয়া হব এই চতুৱা চৰাই নামৰ অডিঅ গীত টি।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...