Thursday, 30 April 2020

30 April, 2020

বলীউদৰ অভিনেতা ঋষি কাপুৰৰ দেহাৱসান। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৭ বছৰ। কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ মুম্বাইৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাজনে। বিগত কিছুদিন ধৰি মুম্বাইৰ এইচ এন ৰিলায়েঞ্চ হাস্পতালত চিকিৎসাধীন হৈ আছিল।


ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...