জুবিন দা সদায় আমাৰ মাজত জীয়াই থাকিব। তেওঁৰ মৃত্যু হ'ব নোৱাৰে। আৰু আমাৰ নতুন প্ৰজন্ম সকলোৱে জুবিন দাৰ দৰে হ'বলৈ চেষ্টা কৰিব লাগিব ভাল কৰ্মৰ জড়িয়তে। জুবিন দা অমৰ হয়।
সেৱাৰে
মাধৱ গগৈ
অসম।
Northeast News India
Sunday, 21 September 2025
Friday, 19 September 2025
পৃথিৱীৰ বুকুৰ পৰা বিদায় মাগিলে
।।জয় মা আৰু প্ৰকৃতি ।।
মৃত্যু হৈছে এটা চিৰ সত্য কথা। এই পৃথিৱীত জীৱ ৰূপে জন্ম ললে, এদিন মৃত্যু বৰণ কৰিব লাগিব। কিন্তু আমি মানৱ জাতি সত্য কথা মানি লবলৈ আমাৰ কষ্ট হয়। এদিন আমাৰ সকলোৰে এদিন আগতে হওঁক বা এদিন পিছত মৃত্যু অনিবাৰ্য্য।
তাৰে আজি এই বিশেষ দিনত আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ এই পৃথিৱীৰ বুকুৰ পৰা বিদায় মাগিলে।
তথাপিও তেওঁ মৃত্যুবৰণ কৰিও এই পৃথিৱীত তেওঁৰ সুন্দৰ কৰ্ম ৰাজিৰ জৰিয়তে জীয়াই থাকিব।। তেওঁ অমৰত্ব লাভ কৰিলে।
সেই কাৰণে সকলো মানৱ জাতিয়ে এই পৃথিৱীত জীৱন্ত কালত সুন্দৰ কৰ্ম কৰিবলৈ চেষ্টা কৰিব লাগে। ভাল কৰ্মৰ জড়িয়তে মানৱ জাতিয়ে এই পৃথিৱীত জীয়াই থাকিব পাৰিব।।
সেৱাৰে
মাধৱ গগৈ
অসম।।

Subscribe to:
Posts (Atom)
মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ
প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ গোলাঘাট, অসম...
-
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৪/২০২৩ *গোলাঘাটত ধান ক্ৰয় ব্যৱস্থাৰ পৰ্যালোচনা উপায়ুক্তৰ* ...
-
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি: ১৪-১২-২০২২ *১৬ ডিচেম্বৰৰ পৰা গোলাঘাটত বিশেষ টিকাকৰন অভিযান ২.০ ...