Sunday, 21 September 2025

জুবিন দা সদায় আমাৰ মাজত জীয়াই থাকিব।

জুবিন দা সদায় আমাৰ মাজত জীয়াই থাকিব। তেওঁৰ মৃত্যু হ'ব নোৱাৰে। আৰু আমাৰ নতুন প্ৰজন্ম সকলোৱে জুবিন দাৰ দৰে হ'বলৈ চেষ্টা কৰিব লাগিব ভাল কৰ্মৰ জড়িয়তে। জুবিন দা অমৰ হয়।

সেৱাৰে
মাধৱ গগৈ
অসম।

Northeast News India

No comments:

Post a Comment

Welcome Northeast News India

উৎসৱৰ প্ৰকৃত আনন্দ কেৱল আতচবাজি আৰু আলোকসজ্জাৰ মাজতে সীমাবদ্ধ নহয়

ফটকা-আতচবাজিৰ পৰিৱৰ্তে মানৱতা আৰু জীৱ-জন্তুৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শনৰ আহ্বান শ্ৰী মাধৱ গগৈৰ নিজস্ব সংবাদদাতা: উৎসৱৰ আনন্দৰ নামত ফটকা, বোমা ...