Sunday, 3 January 2021

03 January, 2021 *প্ৰবীণ ক্ৰীড়া সমাৰোহ লখিমপুৰ* Date :- 3/1/21 ## আজি লখিমপুৰ জিলা প্ৰবীণ ক্ৰীয়া সন্থাৰ উদ্যোগত জিলা ভিত্তিক এদিনীয়া ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ## ৰঙাজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুস্থিত হোৱা এই প্ৰতিযোগিতা খনিত পুৱা খোজ কঢ়া প্ৰতিযোগিতাৰে আৰম্ভ কৰা হয়। ## এই ক্ৰীড়া প্ৰতিযোগিতাত ৩৫ বছৰৰ পৰা ৯০ বছৰৰ পুৰুষ -মহিলাই যোগদান কৰে। ## প্ৰতিযোগিতা বিষয় সমূহ হৈছে দৌৰ, ডিচকাছ থ্ৰৌ, চটপুত থ্ৰৌ, জেবলিন থ্ৰৌ, লং জাম্প ইত্যাদি। ## প্ৰবীণ ক্ৰীড়া সন্থাৰ সভাপতি ধৰ্মেশ্বৰ গগৈয়ে শুভউদ্ধোধন কৰা এই প্ৰতিযোগিতাত জিলখনৰ প্ৰায় ৩০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 03 January, 2021


*প্ৰবীণ ক্ৰীড়া সমাৰোহ লখিমপুৰ* Date :- 3/1/21


##  আজি লখিমপুৰ জিলা প্ৰবীণ  ক্ৰীয়া সন্থাৰ উদ্যোগত জিলা ভিত্তিক এদিনীয়া ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।


## ৰঙাজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুস্থিত হোৱা এই প্ৰতিযোগিতা খনিত পুৱা খোজ কঢ়া প্ৰতিযোগিতাৰে আৰম্ভ কৰা হয়।


## এই ক্ৰীড়া প্ৰতিযোগিতাত ৩৫ বছৰৰ পৰা ৯০ বছৰৰ পুৰুষ -মহিলাই যোগদান কৰে।


## প্ৰতিযোগিতা বিষয় সমূহ হৈছে দৌৰ, ডিচকাছ থ্ৰৌ, চটপুত থ্ৰৌ, জেবলিন থ্ৰৌ, লং জাম্প ইত্যাদি।


## প্ৰবীণ ক্ৰীড়া সন্থাৰ সভাপতি ধৰ্মেশ্বৰ গগৈয়ে শুভউদ্ধোধন কৰা এই প্ৰতিযোগিতাত জিলখনৰ প্ৰায় ৩০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...