Saturday, 2 January 2021

02 January, 2021 Lakhimpur _ Scooty Distribution :- 02/1/2021 ## উছত্বৰ মাধ্যমিক পৰীক্ষাত প্ৰথম স্থান প্ৰাপ্ত লক্ষীমপুৰ জিলাৰ 816 গৰাকী ছাত্ৰীক শনিবাৰে প্ৰদান কৰা হয় স্কুটাৰ। ## ড. বানীকান্ত কাকতি মেধা বঁটাৰ অধীনত জিলা খনৰ এই 816 গৰাকী ছাত্ৰীক বঁটা প্ৰদান কৰে মন্ত্ৰী ৰিহন দৈমাৰীয়ে। ## জিলা পুথি ভৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এই বঁটা প্ৰদান অনুষ্ঠানত শনিবাৰে আনুষ্ঠানিক ভাবে মন্ত্ৰী ৰিহন দৈমাৰীয়ে 5 গৰাকী ছাত্ৰীলৈ আগবঢ়াই স্কুটাৰ। ## এই অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰি বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীৰ লগতে উপস্থিত থাকে সাংসদ প্ৰদান বৰুৱা, বিহপুৰীয়াৰ বিধায়ক দেৱানন্দ হাজৰিকাও। ## ইয়াৰ পিছতেই জনস্বাস্থ্য কাৰী কৰি বিভাগৰ নব নিৰ্মিত এখন আঁচনিও উদ্বোধন কৰে মন্ত্ৰী গৰাকীয়ে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 02 January, 2021


Lakhimpur _ Scooty Distribution :- 02/1/2021


## উছত্বৰ মাধ্যমিক পৰীক্ষাত প্ৰথম স্থান প্ৰাপ্ত লক্ষীমপুৰ জিলাৰ 816 গৰাকী ছাত্ৰীক শনিবাৰে প্ৰদান কৰা হয় স্কুটাৰ।


## ড. বানীকান্ত কাকতি মেধা বঁটাৰ অধীনত জিলা খনৰ এই 816 গৰাকী ছাত্ৰীক বঁটা প্ৰদান কৰে মন্ত্ৰী ৰিহন দৈমাৰীয়ে।


## জিলা পুথি ভৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এই বঁটা প্ৰদান অনুষ্ঠানত শনিবাৰে আনুষ্ঠানিক ভাবে মন্ত্ৰী ৰিহন দৈমাৰীয়ে 5 গৰাকী ছাত্ৰীলৈ আগবঢ়াই স্কুটাৰ।


## এই অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰি বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীৰ লগতে উপস্থিত থাকে   সাংসদ প্ৰদান বৰুৱা, বিহপুৰীয়াৰ বিধায়ক দেৱানন্দ হাজৰিকাও।


## ইয়াৰ পিছতেই জনস্বাস্থ্য কাৰী কৰি বিভাগৰ নব নিৰ্মিত এখন আঁচনিও উদ্বোধন কৰে মন্ত্ৰী গৰাকীয়ে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...