Saturday, 2 January 2021

02 January, 2021 BREAKINGNumaligarh নুমলীগড়ত কণমানি হাতী পোৱালি ৰ মৃত্যু । এয়া নুমলীগড়ৰ বৰচাপৰিৰ দৃশ্য । পথাৰৰ মাজত শনিবাৰে পুৱা উদ্ধাৰ হৈছে নিচিই এটাকণমাণি হাতী পোৱালি ৰ মৃতদেহ । নিচেই কনমানি পোৱালিটো এসপ্তাহ মানৰ পূৰ্বে জন্ম হোৱা । যে যোৱা নিশা এটা বৃহৎ হাতীৰ জাক বৰচাপৰিত প্ৰৱেশ কৰে । এই জাকৰুৱা হাতীৰ মাজত অহা পোৱালীটো আন হাতীৰ গচকতে মৃত্যু বৰন কৰাবুলি অনুমান কৰা হৈছে ৷মৃত হাতী পোৱালিটো ইতিমধ্যে বন বিভাগে উদ্ধাৰ কৰি সৎকাৰৰ ব্যৱস্থা কৰিছে । কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

 02 January, 2021



BREAKING Numaligarh 


নুমলীগড়ত কণমানি  হাতী পোৱালি ৰ  মৃত্যু ।


এয়া নুমলীগড়ৰ বৰচাপৰিৰ দৃশ্য  । পথাৰৰ মাজত শনিবাৰে পুৱা উদ্ধাৰ হৈছে নিচিই এটাকণমাণি হাতী পোৱালি ৰ মৃতদেহ ।  নিচেই কনমানি পোৱালিটো এসপ্তাহ মানৰ পূৰ্বে জন্ম হোৱা  ।  যে যোৱা নিশা এটা বৃহৎ হাতীৰ জাক বৰচাপৰিত প্ৰৱেশ কৰে । এই জাকৰুৱা হাতীৰ মাজত অহা পোৱালীটো আন হাতীৰ গচকতে মৃত্যু বৰন কৰাবুলি অনুমান কৰা হৈছে ৷মৃত হাতী পোৱালিটো ইতিমধ্যে বন বিভাগে উদ্ধাৰ কৰি সৎকাৰৰ ব্যৱস্থা কৰিছে । 


কল্পনা ফুকনৰ ৰিপৰ্ট  নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...