Friday, 1 January 2021

01 January, 2021 *পিকনিক লখিমপুৰ* Date : 1/1/2021 ## আজি ইংৰাজী বৰ্ষৰ প্ৰথম দিন। ## ৰাজ্যৰ বিভিন্ন ঠাইত বনভোজৰ দল। ## ব্যতিক্ৰম নহয় লখিমপুৰও। ## এইয়া লখিমপুৰৰ কিমিন কোৱাৰী দৃশ্য। ## কিমিন কোৱাৰীত কিমিন নদী পাৰত অজস্ৰ মানুহে বনভোজ খাই নৱবৰ্ষ উৎযাপন কৰিলে। ## লখিমপুৰৰ লগতে অসমৰ বিভিন্ন প্ৰান্ত বনভোজৰ দল আহি এই পৰিবেশত বনভোজৰ আনন্দ লয়। ## কিমিন কোৱাৰী সুন্দৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবলৈ আহে বহু দুৰ দুৰনিৰ লোক। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 01 January, 2021


*পিকনিক লখিমপুৰ* Date : 1/1/2021


## আজি ইংৰাজী বৰ্ষৰ প্ৰথম দিন।


## ৰাজ্যৰ বিভিন্ন ঠাইত বনভোজৰ দল।


## ব্যতিক্ৰম নহয় লখিমপুৰও।


## এইয়া লখিমপুৰৰ কিমিন কোৱাৰী দৃশ্য।


## কিমিন কোৱাৰীত কিমিন নদী পাৰত অজস্ৰ মানুহে বনভোজ খাই নৱবৰ্ষ উৎযাপন কৰিলে।


## লখিমপুৰৰ লগতে অসমৰ বিভিন্ন প্ৰান্ত বনভোজৰ দল আহি এই পৰিবেশত বনভোজৰ আনন্দ লয়।


## কিমিন কোৱাৰী সুন্দৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবলৈ আহে বহু দুৰ দুৰনিৰ লোক।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...