30 January, 2021
*লখিমপুৰ ফুটবল ৰেফাৰী চেমিনাৰ* Date :- 30/1/21
## সদৌ অসম ফুটবল ৰেফাৰী কৈল্যাণ সন্থাৰ তত্ত্বৱধানত হাতীলোং ফুটবল ক্'চিং চেন্টাৰৰ উদ্যোগত আগন্তক হবলগা কেটেগুৰী 5 পৰীক্ষাৰ বাবে কেনেদৰে সাজু হব তাৰ ওপৰত আজি এখনি প্ৰি-ফুটবল ৰেফাৰী চেমিনাৰ অনুষ্টিত কৰা হয়।
## লখিমপুৰ নগৰৰ পশ্চিমাঞ্চল হাতীলোং খেলপথাৰত অনুস্থিত হোৱা এই অনুষ্ঠানত উপস্তিত থাকে ৰাষ্ট্ৰীয় ৰেফাৰী ডিব্ৰুগড়ৰ জীৱন গগৈ আৰু বোকাখাতৰ দ্বীপৰাজ ছেত্ৰী।
## এই প্ৰি-ফুটবল ৰেফাৰী চেমিনাৰখনত ঢকুৱাখনা, লখিমপুৰ আৰু ধেমাজি জিলাৰ পৰা আগন্তক ৰেফাৰী পৰীক্ষাৰত অংশ গ্ৰহণ কৰাৰ প্ৰায় ৩৫ জন পৰীক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া