Saturday, 30 January 2021

30 January, 2021 *লখিমপুৰ ফুটবল ৰেফাৰী চেমিনাৰ* Date :- 30/1/21 ## সদৌ অসম ফুটবল ৰেফাৰী কৈল্যাণ সন্থাৰ তত্ত্বৱধানত হাতীলোং ফুটবল ক্'চিং চেন্টাৰৰ উদ্যোগত আগন্তক হবলগা কেটেগুৰী 5 পৰীক্ষাৰ বাবে কেনেদৰে সাজু হব তাৰ ওপৰত আজি এখনি প্ৰি-ফুটবল ৰেফাৰী চেমিনাৰ অনুষ্টিত কৰা হয়। ## লখিমপুৰ নগৰৰ পশ্চিমাঞ্চল হাতীলোং খেলপথাৰত অনুস্থিত হোৱা এই অনুষ্ঠানত উপস্তিত থাকে ৰাষ্ট্ৰীয় ৰেফাৰী ডিব্ৰুগড়ৰ জীৱন গগৈ আৰু বোকাখাতৰ দ্বীপৰাজ ছেত্ৰী। ## এই প্ৰি-ফুটবল ৰেফাৰী চেমিনাৰখনত ঢকুৱাখনা, লখিমপুৰ আৰু ধেমাজি জিলাৰ পৰা আগন্তক ৰেফাৰী পৰীক্ষাৰত অংশ গ্ৰহণ কৰাৰ প্ৰায় ৩৫ জন পৰীক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 30 January, 2021


*লখিমপুৰ ফুটবল ৰেফাৰী চেমিনাৰ* Date :- 30/1/21


## সদৌ অসম ফুটবল ৰেফাৰী কৈল্যাণ সন্থাৰ তত্ত্বৱধানত হাতীলোং ফুটবল ক্'চিং চেন্টাৰৰ উদ্যোগত আগন্তক হবলগা কেটেগুৰী 5 পৰীক্ষাৰ বাবে কেনেদৰে সাজু হব তাৰ ওপৰত আজি এখনি প্ৰি-ফুটবল ৰেফাৰী চেমিনাৰ অনুষ্টিত কৰা হয়।


## লখিমপুৰ নগৰৰ পশ্চিমাঞ্চল হাতীলোং খেলপথাৰত অনুস্থিত হোৱা এই অনুষ্ঠানত উপস্তিত থাকে ৰাষ্ট্ৰীয় ৰেফাৰী ডিব্ৰুগড়ৰ জীৱন গগৈ আৰু বোকাখাতৰ দ্বীপৰাজ ছেত্ৰী।


## এই প্ৰি-ফুটবল ৰেফাৰী চেমিনাৰখনত ঢকুৱাখনা, লখিমপুৰ আৰু ধেমাজি জিলাৰ পৰা আগন্তক ৰেফাৰী পৰীক্ষাৰত অংশ গ্ৰহণ কৰাৰ প্ৰায় ৩৫ জন পৰীক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...