31 January, 2021
সমগ্ৰ ভাৰত তথা নৰ্থ ইষ্ট বাসীলৈ টাই আহোম সকলৰ পৱিত্ৰ উৎসৱ মে-ডাম্-মে-ফীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আহি থকা আগন্তক সময় বোৰত সকলোৰে মিলা প্ৰিতি ভাতৃত্ব বোধ অতুত থাকে তাৰে কামনাৰে।
মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India
No comments:
Post a Comment
Welcome Northeast News India