Monday, 1 February 2021

01 February, 2021 *সাংস্কৃতিক সন্ধ্যা লখিমপুৰৰ* Date :- 1/2/21 ## মে ডাম মে ফি উপলক্ষ্যে লখিমপুৰ জিলা কদম থৌ-থোৱানী ছ্যুকাফা ভৱনত নিশা সাংস্কৃতিক সন্ধ্যা আয়োজন। ## সদৌ অসম আহোম সভা, সদৌ তাই আহোম ছাত্ৰ সন্থা, তাই আহোম যুৱ পৰিষদ অসম, তাই আহোম যুৱ সন্মিলনী আৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজন কৰা এই সাংস্কৃতিক অনুষ্ঠানৰ মূখ্য আক্ৰৰ্ষণ RCB সাগৰৰ গীতৰ শৰাই। ## RCB সাগৰৰ লগতে গীত পৰিবেশন কৰে ৰিতু প্ৰতিম ৰাজখোৱা আৰু বণশ্ৰী গগৈয়ে। ## উৰে নিশা গীতৰ লগত নাচি বাগি আনন্দত মতলীয়া হৈ পৰে থৌ-থোৱানী বাসী ৰাইজ। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 01 February, 2021


*সাংস্কৃতিক সন্ধ্যা লখিমপুৰৰ* Date :- 1/2/21


## মে ডাম মে ফি উপলক্ষ্যে লখিমপুৰ জিলা কদম থৌ-থোৱানী ছ্যুকাফা ভৱনত নিশা সাংস্কৃতিক সন্ধ্যা আয়োজন।


## সদৌ অসম আহোম সভা, সদৌ তাই আহোম ছাত্ৰ সন্থা, তাই আহোম যুৱ পৰিষদ অসম, তাই আহোম যুৱ সন্মিলনী আৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজন কৰা এই সাংস্কৃতিক অনুষ্ঠানৰ মূখ্য আক্ৰৰ্ষণ RCB সাগৰৰ গীতৰ শৰাই।


## RCB সাগৰৰ লগতে গীত পৰিবেশন কৰে ৰিতু প্ৰতিম ৰাজখোৱা আৰু বণশ্ৰী গগৈয়ে।


## উৰে নিশা গীতৰ লগত নাচি বাগি আনন্দত মতলীয়া হৈ পৰে থৌ-থোৱানী বাসী ৰাইজ।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...