Tuesday, 2 February 2021

02 February, 2021 *পথ সুৰক্ষা মাহৰ লখিমপুৰ* Date :- 2/2/21 ## ৩২ তম পথ সুৰক্ষা মাহ হিচাপে ১৮ জানুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰী লৈ সমগ্ৰ অসমতে পালন কৰা হয়। ## তাৰেই অংশ হিচাপে আজি উত্তৰ লখিমপুৰ নগৰত জিলা পৰিবহন বিভাগৰ দ্বাৰা এক পথ সচেতনতামূলক কায্যসূচী পালন কৰা হয়। ## ডিল স্বাধীন এয়াৰ নামৰ এটা বেচৰকাৰী সংস্থা আৰু যান বাহন আৰক্ষী সহযোগত জিলা পৰিবহণ বিষয়া কাৰ্য্যালয়ৰ দ্বাৰা লখিমপুৰৰ জিলা পৰিষদৰ কাৰ্য্যালয় সন্মূখত যান বাহন আইন উলঙ্ঘা কৰা চালক সকলক এপাহকৈ গোলাপ ফুল আৰু একোটাকৈ চকলেট প্ৰদান কৰি সচেতনতা আগবঢ়োৱা হয়। ## এই অভিযানত জিলা আৰক্ষীৰ আৰু পৰিবহন বিভাগৰ উচ্চ পদস্থ বিষয়া সকলে অংশ গ্ৰহণ কৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 02 February, 2021


*পথ সুৰক্ষা মাহৰ লখিমপুৰ* Date :- 2/2/21


## ৩২ তম পথ সুৰক্ষা মাহ হিচাপে ১৮ জানুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰী লৈ সমগ্ৰ অসমতে পালন কৰা হয়।


## তাৰেই অংশ হিচাপে আজি উত্তৰ লখিমপুৰ নগৰত জিলা পৰিবহন বিভাগৰ দ্বাৰা এক পথ সচেতনতামূলক কায্যসূচী পালন কৰা  হয়।


## ডিল স্বাধীন এয়াৰ নামৰ এটা বেচৰকাৰী সংস্থা আৰু যান বাহন আৰক্ষী সহযোগত জিলা পৰিবহণ বিষয়া কাৰ্য্যালয়ৰ দ্বাৰা লখিমপুৰৰ জিলা পৰিষদৰ কাৰ্য্যালয় সন্মূখত যান বাহন আইন উলঙ্ঘা কৰা চালক সকলক এপাহকৈ গোলাপ ফুল আৰু একোটাকৈ চকলেট প্ৰদান কৰি সচেতনতা আগবঢ়োৱা হয়।


## এই অভিযানত জিলা আৰক্ষীৰ আৰু পৰিবহন বিভাগৰ  উচ্চ পদস্থ বিষয়া সকলে অংশ গ্ৰহণ কৰে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...