30 January, 2021
*চুতীয়া ছাত্ৰ সন্থা অধিবেশন লখিমপুৰ* Date :- 30/1/21
##ভাৰতবৰ্ষৰ ভিতৰত অসমীয়া জাতি জিলিকি থাকিবলৈ হলে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী শক্তিশালী হবই লাগিব।
## ইয়াৰ বাবে নৱ প্ৰজন্মই শিক্ষা দীক্ষাৰে নিজক প্ৰতিষ্ঠা কৰি সমাজক আগুৱাই নিব লাগিব।
##লখিমপুৰৰ বগীনদীৰ চুতীয়া ছাত্র সন্হাৰ অধিবেশন থলীৰ পৰা মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল ৰ আহ্বান।
##ৰাজ্য চৰকাৰ খনে ৰাজনীতি নকৰি প্ৰতিটো জাতি জনগোষ্ঠীৰ উন্নয়ন ৰ হকে কাম কৰা বুলি ঘোষণা মুখ্যমন্ত্রী।
##ৰাজ্যত সতী সাধনী বিশ্ব বিদ্যা লয় স্হাপন নিশ্চিত বুলি সগৌৰৱে ঘোষণা কৰে মূখ্যমন্ত্ৰীয়ে।
##মুখ্যমন্তীৰ সৈতে অধিবেশনৰ মুকলি সভাত মন্ত্রী অতুল বৰা, নৱ দলে, সাংসদ প্ৰদান বৰুৱা কে ধৰি ভালেখিনি ৰাজনৈতিক নেতাই অংশ গ্ৰহণ কৰে।
## ইয়াৰ পাছতে মূখ্য মন্ত্ৰীয়ে লখিমপুৰত আৰু তিনিটা কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
No comments:
Post a Comment
Welcome Northeast News India