Saturday, 30 January 2021

30 January, 2021 *মুখ্যমন্ত্ৰী লখিমপুৰ আগমন* Date :- 30/1/21 ## লখিমপুৰত আছু কমীক শ্বহীদ ভৱনলৈ যোৱাত বাধা আৰক্ষী। ## আজি লখিমপুৰত কেইবাটাও কায্যসূচীলৈ মুখ্যমন্ত্ৰী সবানন্দ সোনোৱালৰ আগমন লখিমপুত। ## আছু শ্বহীদ ভৱনৰ কাষতে থকা Indoor studium টো আজি মুখ্যমন্ত্ৰী সবানন্দ সোনোৱালে পুনৰ নিম্মাৰ্ণৰ আধাশিলা স্থাপন কৰিব সেই বাবেই আছু কমী কায্যলয়লৈ যোৱাত বাধা প্ৰদান কৰে আৰক্ষীয়ে। ## নিজ কায্যলয়ৰ পৰা বাহিত আজি লখিমপুৰ আছু। ## সেই লৈ আছু কমী সকল খুবিত হৈ পৰে। ## শ্বহীদ ভৱনৰ পৰা আজি মুখ্যমন্ত্ৰী হোৱা সবানন্দ ক কঠোৰ ভাবে সমালোচনা কৰে আছু নেতৃত্বই। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 30 January, 2021


*মুখ্যমন্ত্ৰী লখিমপুৰ আগমন* Date :- 30/1/21


## লখিমপুৰত আছু কমীক শ্বহীদ ভৱনলৈ যোৱাত বাধা আৰক্ষী।


## আজি লখিমপুৰত কেইবাটাও কায্যসূচীলৈ মুখ্যমন্ত্ৰী সবানন্দ সোনোৱালৰ আগমন লখিমপুত।


## আছু শ্বহীদ ভৱনৰ কাষতে থকা   Indoor studium টো আজি মুখ্যমন্ত্ৰী সবানন্দ সোনোৱালে পুনৰ নিম্মাৰ্ণৰ আধাশিলা স্থাপন কৰিব সেই বাবেই আছু কমী কায্যলয়লৈ যোৱাত বাধা প্ৰদান কৰে আৰক্ষীয়ে।


## নিজ কায্যলয়ৰ পৰা বাহিত আজি লখিমপুৰ আছু।


## সেই লৈ আছু কমী সকল খুবিত হৈ পৰে।


## শ্বহীদ ভৱনৰ পৰা আজি মুখ্যমন্ত্ৰী হোৱা সবানন্দ ক কঠোৰ ভাবে সমালোচনা কৰে আছু নেতৃত্বই।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...