Thursday, 28 January 2021

28 January, 2021 *লখিমপুৰ সংবাদমেল* Date :- 28/1/21 ## আজি লখিমপুৰ জিলা স্বাস্থ্য বিভাগে এক সংবাদমেল যোগেৰে জানিবলৈ দিয়ে যে অহা ৩১ জানুৱাৰীত সমগ্ৰ ৰাজ্য লগতে লখিমপুৰতো পালচ্‌ পলিঅ প্ৰতিষেধক প্ৰদান কৰা হব। ## এই সংবাদমেলত উপষ্টিত থাকে জিলা প্ৰতিষেধক বিষয়া ডা° গুণিন কুমাৰ গগৈ আৰু জিলা সম্পহাৰণ আৰু মাধ্যম বিষয়া ডা° মাধৱ চন্দ্ৰ ফুকন। ## প্ৰথম পৰ্য্যায়ত জিলখনত ৯১০ টা বোথে এই পলিঅ কাম কৰিব। ## জিলাখনত ০ পৰা ৫ বছৰৰ মূঠ ১৫১১১৯ টা শিশুক এই পলিঅ প্ৰতিষেধক প্ৰদান কৰা হব। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 28 January, 2021



*লখিমপুৰ সংবাদমেল* Date :- 28/1/21


## আজি লখিমপুৰ জিলা স্বাস্থ্য বিভাগে এক সংবাদমেল যোগেৰে জানিবলৈ দিয়ে যে অহা ৩১ জানুৱাৰীত সমগ্ৰ ৰাজ্য লগতে লখিমপুৰতো পালচ্‌ পলিঅ প্ৰতিষেধক প্ৰদান কৰা হব।


## এই সংবাদমেলত উপষ্টিত থাকে জিলা প্ৰতিষেধক বিষয়া ডা° গুণিন কুমাৰ গগৈ আৰু জিলা সম্পহাৰণ আৰু মাধ্যম বিষয়া ডা° মাধৱ চন্দ্ৰ ফুকন।


## প্ৰথম পৰ্য্যায়ত জিলখনত ৯১০ টা বোথে এই পলিঅ কাম কৰিব।


## জিলাখনত ০ পৰা ৫ বছৰৰ মূঠ ১৫১১১৯ টা শিশুক এই পলিঅ প্ৰতিষেধক প্ৰদান কৰা হব।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...