।।জয় গুৰু মা প্ৰকৃতি।।
বিশ্বৰ সকলো মানৱ জাতিলৈ আহ্বান।
যুদ্ধই একো সমস্যা সমাধান নহয়। দুয়ো পক্ষৰ অকল ক্ষতি হোৱাৰ বাহিৰে একো লাভ নহয়। মা আৰু প্ৰকৃতি য়ে ভাৰসাম্য হেৰুৱাই পেলাৱ। সমস্ত জীৱকোলৰ ক্ষতিগ্রস্ত হৱ।
সময় থাকোতেই মানৱ জাতিয়ে শুদ্ধ পথ, শুদ্ধ কৰ্ম, শুদ্ধ চিন্তা,শুদ্ধ মানসিকভাবে এই পৃথিৱীৰ বুকুত জীয়াই থাকিবলৈ চেষ্টা কৰক।
পৃথিৱীত কৈ ডাঙৰ কোনো দেশ, কোনো ৰাষ্ট্ৰ, কোনো ৰাজ্য, কিম্বা কোনো মানুহ হৱ নোৱাৰে। অন্য জীৱ জন্তুুয়ে যি দৰে পৃথিৱীৰ বুকুত থাকি, পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰাত অৰিহণা যোগাই আহিছে।
সেইদৰে সমগ্র মানুহ জাতিয়ে পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰাত অৰিহণা যিমান পাৰে আগবঢ়াই যাৱ লাগে, তেতিয়াহে সকলো জীৱকোল এই পৃথিৱীত জীয়াই থাকিবলৈ সক্ষম হৱ। নহলে পৃথিৱীৰ বুকুত সমষ্ট জীৱকোল ধংস সমাগত, ইয়াৰ বাবে জগৰীয়া কেৱল মানৱ জাতি হব।।
সেৱাৰে
।।জয় গুৰু মা প্ৰকৃতি।।
মাধৱ গগৈ
অসম
Subscribe to:
Post Comments (Atom)
মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ
প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ গোলাঘাট, অসম...
-
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি: ১৪-১২-২০২২ *১৬ ডিচেম্বৰৰ পৰা গোলাঘাটত বিশেষ টিকাকৰন অভিযান ২.০ ...
-
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৪/২০২৩ *গোলাঘাটত ধান ক্ৰয় ব্যৱস্থাৰ পৰ্যালোচনা উপায়ুক্তৰ* ...
No comments:
Post a Comment
Welcome Northeast News India