Friday, 22 January 2021

22 January, 2021 *Lakhimpur NSUI* Date :- 22/1/21 ## আজি লখিমপুৰত NSUI বৃহত প্ৰতিবাদ। ## NSUI য়ে ছাত্ৰ হুংকাৰ নামেৰে মূল্য বৃদ্ধি বিৰোদ্ধে আৰু নিবনুৱা সস্থাপনৰ দাবীত জিলা ৰাজীৱ ভৱনৰ সন্মুখত এক বৃহত প্ৰতিবাদ সাব্যস্ত কৰে। ## এই প্ৰতিবাদত অসম ৰাজ্যিক NSUI সভাপতি কৃষ্ণনো বৰুৱা আৰু অসম তত্তবাধায়ক অনুশ্বাশি শৰ্মাও উপস্থিত থাকে। ## আনহাতে এই প্ৰতিবাদত প্ৰশাসনে বাধা প্ৰদান কৰাত আৰক্ষী আৰ NSUI কৰ্মী সকলৰ মাজত তীব্ৰ সতা সতী সৃস্থি হয়। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 22 January, 2021


*Lakhimpur NSUI* Date :- 22/1/21


## আজি লখিমপুৰত NSUI বৃহত প্ৰতিবাদ।


## NSUI য়ে ছাত্ৰ হুংকাৰ নামেৰে মূল্য বৃদ্ধি বিৰোদ্ধে আৰু নিবনুৱা সস্থাপনৰ দাবীত জিলা ৰাজীৱ ভৱনৰ সন্মুখত এক বৃহত প্ৰতিবাদ সাব্যস্ত কৰে।


## এই প্ৰতিবাদত অসম ৰাজ্যিক NSUI সভাপতি কৃষ্ণনো বৰুৱা আৰু অসম তত্তবাধায়ক অনুশ্বাশি শৰ্মাও উপস্থিত থাকে।


## আনহাতে এই প্ৰতিবাদত প্ৰশাসনে বাধা প্ৰদান কৰাত আৰক্ষী আৰ NSUI কৰ্মী সকলৰ মাজত তীব্ৰ সতা সতী  সৃস্থি হয়।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


22 January, 2021 ৩২ সংখ্যক পথ সুৰক্ষা মাহৰ লগত সংগতিৰাখি গোৱালপাৰা জিলা পৰিবহন বিভাগৰ উদ্যোগত ; জিলা স্বাস্থ্য সঞ্চালকালয়ৰ সহযোগত শুক্ৰবাৰে এক চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হয় ৷ গোৱালপাৰাৰ বাছ আস্থানত অনুষ্ঠিত এই শিৱিৰত ২০৫ গৰাকী ৰোগীক পৰীক্ষা কৰি বিনামূলীয়া ঔষধ দিয়াৰ লগতে ১০৫ গৰাকীক চছমা দিয়া হয় ৷ ডা°ভাস্কৰ জ্যোতি বৈশ্য ; চিনিয়ৰ ।অপ্তিকেল এচিষ্টেণ্ট দিজেন গোস্বামী আৰু চিকিৎসা কৰ্মীয়ে সেৱা আগবঢ়ায় ৷ অনুষ্ঠানৰ আৰম্ভণিতে এক সজাগতামূলক বাইকৰেলী উলিওৱা হয় কায্যসূচীত গোৱালপাৰাৰ পৰিবহণৰ বিষয়া মনোজ কুমাৰ চৌধুৰী ; এম ভি আাই পৱন ঠাকুৰীয়া স্থানীয় বিধায়ক ৰচিদুল হক আদিয়ে অংশগ্ৰহণ কৰে ৷ ::: নিউজ ডেস্ক ৰিপ’ত নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷

 22 January, 2021


৩২ সংখ্যক পথ সুৰক্ষা মাহৰ লগত সংগতিৰাখি

গোৱালপাৰা জিলা পৰিবহন বিভাগৰ উদ্যোগত ; জিলা স্বাস্থ্য সঞ্চালকালয়ৰ সহযোগত শুক্ৰবাৰে এক চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হয় ৷ গোৱালপাৰাৰ বাছ আস্থানত অনুষ্ঠিত এই শিৱিৰত ২০৫ 

 গৰাকী ৰোগীক পৰীক্ষা কৰি বিনামূলীয়া ঔষধ দিয়াৰ লগতে ১০৫ গৰাকীক চছমা দিয়া হয় ৷ ডা°ভাস্কৰ জ্যোতি বৈশ্য ; চিনিয়ৰ ।অপ্তিকেল এচিষ্টেণ্ট দিজেন গোস্বামী আৰু চিকিৎসা কৰ্মীয়ে সেৱা আগবঢ়ায় ৷ অনুষ্ঠানৰ আৰম্ভণিতে এক সজাগতামূলক বাইকৰেলী উলিওৱা হয় কায্যসূচীত গোৱালপাৰাৰ পৰিবহণৰ বিষয়া মনোজ কুমাৰ চৌধুৰী ;   এম ভি আাই পৱন ঠাকুৰীয়া স্থানীয় বিধায়ক ৰচিদুল হক আদিয়ে অংশগ্ৰহণ কৰে ৷ :::


 নিউজ ডেস্ক ৰিপ’ত নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷


Thursday, 21 January 2021

21 January, 2021 *লখিমপুৰ ৰন্ধন কৰ্মচাৰী* Date :- 21/1/21 ## লখিমপুৰত পুনৰ ৰান্ধনি সন্থাৰ প্ৰতিবাদী সমদল। ## ত্যাগক্ষেত্ৰ পৰা সমদল কৰি নগৰৰ মাজেৰে গৈ জিলা সৰ্বশিক্ষা বিষয়া কাৰ্য্যালয়ত শিক্ষা বিষয়াৰ জৰিয়তে মাননীয় শিক্ষা মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। ## তেওঁলোকৰ দাবীসমূহ হল, ৰন্ধন কৰ্মী সকলক চৰকাৰী কৰ্মচাৰী মৰ্যদা দিয়াৰ, বছাৰৰ ১২ টা মাহৰ বাবে মাননি দিয়ক, ৰন্ধন কৰ্মী বাবে পেঞ্চনৰ ব্যবস্থা কৰাৰ আদি ৫ দফীয়া দাবীৰে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। ## চৰকাৰে অনতি পলমে এইসমূহ দাবী মানি নল'লে অনাগত দিনত ইয়াতকৈও জঙ্গী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে মধ্যাহ্ন ভোজন কৰ্মচাৰী লখিমপুৰ জিলা সমিতিয়ে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 21 January, 2021


*লখিমপুৰ ৰন্ধন কৰ্মচাৰী* Date :- 21/1/21


## লখিমপুৰত পুনৰ ৰান্ধনি সন্থাৰ প্ৰতিবাদী সমদল।


## ত্যাগক্ষেত্ৰ পৰা সমদল কৰি নগৰৰ মাজেৰে গৈ জিলা সৰ্বশিক্ষা বিষয়া কাৰ্য্যালয়ত শিক্ষা বিষয়াৰ জৰিয়তে মাননীয় শিক্ষা মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।


## তেওঁলোকৰ দাবীসমূহ হল, ৰন্ধন কৰ্মী সকলক চৰকাৰী কৰ্মচাৰী মৰ্যদা দিয়াৰ, বছাৰৰ ১২ টা মাহৰ বাবে মাননি দিয়ক, ৰন্ধন কৰ্মী বাবে পেঞ্চনৰ ব্যবস্থা কৰাৰ আদি ৫ দফীয়া দাবীৰে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।


## চৰকাৰে অনতি পলমে এইসমূহ দাবী মানি নল'লে অনাগত দিনত ইয়াতকৈও জঙ্গী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে মধ্যাহ্ন ভোজন কৰ্মচাৰী লখিমপুৰ জিলা সমিতিয়ে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


21 January, 2021 *লখিমপুৰ AJP* Date :- 21/1/21 ## লখিমপুৰত অসম জাতীয় পৰিষদৰ অবস্থান ধৰ্মঘট। ##ৰাজ্যৰ অন্যান্য জিলাৰ লগতে লখিমপুৰতো উপায়ুক্ত কাৰ্য্যালয়ৰ সমীপত অসম জাতীয় পৰিষদে তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্য্য সূচী গ্ৰহণ কৰে। ## লাইকা দধীয়াৰ সমস্যা সমাধান, বান খহনীয়াগ্ৰস্তক সংস্থাপন,আৰু হৰিশংকৰ ব্ৰহ্ম কমিটিৰ প্ৰতিবেদন কাৰ্য্য কৰী কৰাৰ দাবীত এই কাৰ্য্য সূচী গ্ৰহণ কৰে অসম জাতীয় পৰিষদে। ## গণতান্তিক আন্দোলনৰ ভাষা নুবুজিলে সৰ্বানন্দ সোণোৱাল চৰকাৰক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ সকীয়নি। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 21 January, 2021


*লখিমপুৰ AJP* Date :- 21/1/21


## লখিমপুৰত অসম জাতীয় পৰিষদৰ অবস্থান ধৰ্মঘট।


##ৰাজ্যৰ অন্যান্য জিলাৰ লগতে লখিমপুৰতো উপায়ুক্ত কাৰ্য্যালয়ৰ সমীপত অসম জাতীয় পৰিষদে তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্য্য সূচী গ্ৰহণ কৰে।


## লাইকা দধীয়াৰ সমস্যা সমাধান, বান খহনীয়াগ্ৰস্তক সংস্থাপন,আৰু হৰিশংকৰ ব্ৰহ্ম কমিটিৰ প্ৰতিবেদন কাৰ্য্য কৰী কৰাৰ দাবীত এই কাৰ্য্য সূচী গ্ৰহণ কৰে অসম জাতীয় পৰিষদে।


## গণতান্তিক আন্দোলনৰ ভাষা নুবুজিলে সৰ্বানন্দ সোণোৱাল চৰকাৰক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ সকীয়নি।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Wednesday, 20 January 2021

20 January, 2021 গোলাঘাট চহৰৰ মাজমজিয়াৰ বাটা চাৰ্কোলত বুধবাৰে সংঘটিত হ’ল এক পথ দুৰ্ঘটনা ৷ দুখন দুচকীয়া বাইকৰ মুখামুখি সংঘৰ্ষত প্ৰাণ গ’ল এজন কমবয়সীয়া যুৱকৰ ৷ যুৱকৰ মাতৃয়ে হিয়াধাকুৰি কান্দিলে ৷ লাগিল হাহাকাৰ ৷ যমৰজাও হাজিৰ মৃত যুৱকৰ প্ৰাণ কাঢ়িবৰ বাবে ৷ আৰু যমে লৈ গ’ল যুৱকৰ প্ৰাণ হঠাতে আৰ্বিভাৱ নাৰদ মুণিৰ ৷ নাৰদে সেই স্হানত উপস্থিত ৰাইজক পথ সুৰক্ষা বিষয়ক উপদেশ দিলে নাৰদে ৷ আছলতে এইয়া এখন বাটৰ নাট হে গোলাঘাট জিলা পৰিবহন বিভাগে পথ সুৰক্ষা দিবসৰ উপলক্ষে ৰাইজক সজাগ কৰে ৷ এই সন্দৰ্ভত এম ভি আই পৰাগ শইকীয়াই কি কলে শুনো আহক ৷ গোলাঘাটৰপৰা প্ৰকাশ শৰ্মা ৰিপ’ৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷

 20 January, 2021


গোলাঘাট চহৰৰ মাজমজিয়াৰ বাটা চাৰ্কোলত বুধবাৰে সংঘটিত হ’ল এক পথ দুৰ্ঘটনা ৷ দুখন দুচকীয়া বাইকৰ মুখামুখি সংঘৰ্ষত প্ৰাণ গ’ল এজন কমবয়সীয়া যুৱকৰ ৷ যুৱকৰ মাতৃয়ে হিয়াধাকুৰি কান্দিলে ৷ লাগিল হাহাকাৰ ৷ যমৰজাও হাজিৰ মৃত যুৱকৰ প্ৰাণ কাঢ়িবৰ বাবে ৷ আৰু যমে লৈ গ’ল যুৱকৰ প্ৰাণ হঠাতে আৰ্বিভাৱ নাৰদ মুণিৰ ৷ নাৰদে সেই স্হানত উপস্থিত ৰাইজক পথ সুৰক্ষা বিষয়ক  উপদেশ দিলে নাৰদে ৷ আছলতে এইয়া এখন বাটৰ নাট হে গোলাঘাট জিলা পৰিবহন বিভাগে পথ সুৰক্ষা দিবসৰ উপলক্ষে ৰাইজক সজাগ কৰে ৷ এই সন্দৰ্ভত এম ভি আই পৰাগ শইকীয়াই কি কলে শুনো আহক ৷



গোলাঘাটৰপৰা প্ৰকাশ শৰ্মা ৰিপ’ৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷


20 January, 2021 গোলাঘাটৰ আশাকৰ্মী সকলে আজি ৰাজপথ উত্তাল কৰি এক প্ৰতিবাদী কায্যসূচী ৰূপায়ন কৰে ৷ মহিলাসকলে হাতে হাতে প্লে কাৰ্ড লৈ বিভিন্ন দাবীৰে সমদল কৰি উপায়ুক্ত যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ কল্পনা ফুকনৰ ৰিপ’ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট

 20 January, 2021


গোলাঘাটৰ আশাকৰ্মী সকলে  আজি ৰাজপথ উত্তাল কৰি এক প্ৰতিবাদী কায্যসূচী ৰূপায়ন কৰে ৷ মহিলাসকলে হাতে হাতে প্লে কাৰ্ড লৈ বিভিন্ন দাবীৰে সমদল কৰি উপায়ুক্ত যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷


 কল্পনা ফুকনৰ ৰিপ’ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট


20 January, 2021 গোলাঘাট জিলা পৰিবহণ বিভাগে ১৮ জানুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ পথ সুৰক্ষা বিষয়ক ধাৰাবাহিক কায্যসূচী হাতত লৈছে ৷ ইয়াৰেই অংশ হিচাবে বুধবাৰে গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ত এক সজাগতা সভা অনুষ্ঠিত কৰে সভাত কলেজখনৰ অধ্যক্ষৰ লগতে ডিটিঅ’ দিব্যজ্যোতি কাৰ্জী ; এম ভি আই পৰাগ শইকীয়াই ভাষণ দিয়ে ৷সভাৰ শেষত কলেজৰ সন্মুখত এখন বাটৰনাট অনুষঠিত কৰে ৷ বহুসংখ্যক ছাত্ৰছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত এই সভাৰ সন্দৰ্ভত ডিটিঅ’ দিব্যজ্যোতি কাৰ্জীয়ে এনেদৰে মতামত প্ৰকাশ কৰিলে ৷ কল্পনা ফুকণৰ ৰিপ’ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট

 20 January, 2021


গোলাঘাট জিলা পৰিবহণ বিভাগে ১৮ জানুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ পথ সুৰক্ষা বিষয়ক ধাৰাবাহিক কায্যসূচী হাতত লৈছে ৷ ইয়াৰেই অংশ হিচাবে বুধবাৰে গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ত এক সজাগতা সভা অনুষ্ঠিত কৰে সভাত কলেজখনৰ অধ্যক্ষৰ লগতে ডিটিঅ’ দিব্যজ্যোতি কাৰ্জী ; এম ভি আই পৰাগ শইকীয়াই ভাষণ দিয়ে ৷সভাৰ শেষত কলেজৰ সন্মুখত এখন বাটৰনাট অনুষঠিত কৰে ৷ বহুসংখ্যক ছাত্ৰছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত এই সভাৰ সন্দৰ্ভত ডিটিঅ’ দিব্যজ্যোতি কাৰ্জীয়ে এনেদৰে মতামত প্ৰকাশ কৰিলে ৷ 


 কল্পনা ফুকণৰ ৰিপ’ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট


পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...