Wednesday, 20 January 2021

20 January, 2021 গোলাঘাট জিলা পৰিবহণ বিভাগে ১৮ জানুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ পথ সুৰক্ষা বিষয়ক ধাৰাবাহিক কায্যসূচী হাতত লৈছে ৷ ইয়াৰেই অংশ হিচাবে বুধবাৰে গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ত এক সজাগতা সভা অনুষ্ঠিত কৰে সভাত কলেজখনৰ অধ্যক্ষৰ লগতে ডিটিঅ’ দিব্যজ্যোতি কাৰ্জী ; এম ভি আই পৰাগ শইকীয়াই ভাষণ দিয়ে ৷সভাৰ শেষত কলেজৰ সন্মুখত এখন বাটৰনাট অনুষঠিত কৰে ৷ বহুসংখ্যক ছাত্ৰছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত এই সভাৰ সন্দৰ্ভত ডিটিঅ’ দিব্যজ্যোতি কাৰ্জীয়ে এনেদৰে মতামত প্ৰকাশ কৰিলে ৷ কল্পনা ফুকণৰ ৰিপ’ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট

 20 January, 2021


গোলাঘাট জিলা পৰিবহণ বিভাগে ১৮ জানুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ পথ সুৰক্ষা বিষয়ক ধাৰাবাহিক কায্যসূচী হাতত লৈছে ৷ ইয়াৰেই অংশ হিচাবে বুধবাৰে গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ত এক সজাগতা সভা অনুষ্ঠিত কৰে সভাত কলেজখনৰ অধ্যক্ষৰ লগতে ডিটিঅ’ দিব্যজ্যোতি কাৰ্জী ; এম ভি আই পৰাগ শইকীয়াই ভাষণ দিয়ে ৷সভাৰ শেষত কলেজৰ সন্মুখত এখন বাটৰনাট অনুষঠিত কৰে ৷ বহুসংখ্যক ছাত্ৰছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত এই সভাৰ সন্দৰ্ভত ডিটিঅ’ দিব্যজ্যোতি কাৰ্জীয়ে এনেদৰে মতামত প্ৰকাশ কৰিলে ৷ 


 কল্পনা ফুকণৰ ৰিপ’ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট


No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...