Wednesday, 20 January 2021

20 January, 2021 গোলাঘাটৰ আশাকৰ্মী সকলে আজি ৰাজপথ উত্তাল কৰি এক প্ৰতিবাদী কায্যসূচী ৰূপায়ন কৰে ৷ মহিলাসকলে হাতে হাতে প্লে কাৰ্ড লৈ বিভিন্ন দাবীৰে সমদল কৰি উপায়ুক্ত যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ কল্পনা ফুকনৰ ৰিপ’ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট

 20 January, 2021


গোলাঘাটৰ আশাকৰ্মী সকলে  আজি ৰাজপথ উত্তাল কৰি এক প্ৰতিবাদী কায্যসূচী ৰূপায়ন কৰে ৷ মহিলাসকলে হাতে হাতে প্লে কাৰ্ড লৈ বিভিন্ন দাবীৰে সমদল কৰি উপায়ুক্ত যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷


 কল্পনা ফুকনৰ ৰিপ’ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট


No comments:

Post a Comment

Welcome Northeast News India

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...