Wednesday, 20 January 2021

20 January, 2021 গোলাঘাট চহৰৰ মাজমজিয়াৰ বাটা চাৰ্কোলত বুধবাৰে সংঘটিত হ’ল এক পথ দুৰ্ঘটনা ৷ দুখন দুচকীয়া বাইকৰ মুখামুখি সংঘৰ্ষত প্ৰাণ গ’ল এজন কমবয়সীয়া যুৱকৰ ৷ যুৱকৰ মাতৃয়ে হিয়াধাকুৰি কান্দিলে ৷ লাগিল হাহাকাৰ ৷ যমৰজাও হাজিৰ মৃত যুৱকৰ প্ৰাণ কাঢ়িবৰ বাবে ৷ আৰু যমে লৈ গ’ল যুৱকৰ প্ৰাণ হঠাতে আৰ্বিভাৱ নাৰদ মুণিৰ ৷ নাৰদে সেই স্হানত উপস্থিত ৰাইজক পথ সুৰক্ষা বিষয়ক উপদেশ দিলে নাৰদে ৷ আছলতে এইয়া এখন বাটৰ নাট হে গোলাঘাট জিলা পৰিবহন বিভাগে পথ সুৰক্ষা দিবসৰ উপলক্ষে ৰাইজক সজাগ কৰে ৷ এই সন্দৰ্ভত এম ভি আই পৰাগ শইকীয়াই কি কলে শুনো আহক ৷ গোলাঘাটৰপৰা প্ৰকাশ শৰ্মা ৰিপ’ৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷

 20 January, 2021


গোলাঘাট চহৰৰ মাজমজিয়াৰ বাটা চাৰ্কোলত বুধবাৰে সংঘটিত হ’ল এক পথ দুৰ্ঘটনা ৷ দুখন দুচকীয়া বাইকৰ মুখামুখি সংঘৰ্ষত প্ৰাণ গ’ল এজন কমবয়সীয়া যুৱকৰ ৷ যুৱকৰ মাতৃয়ে হিয়াধাকুৰি কান্দিলে ৷ লাগিল হাহাকাৰ ৷ যমৰজাও হাজিৰ মৃত যুৱকৰ প্ৰাণ কাঢ়িবৰ বাবে ৷ আৰু যমে লৈ গ’ল যুৱকৰ প্ৰাণ হঠাতে আৰ্বিভাৱ নাৰদ মুণিৰ ৷ নাৰদে সেই স্হানত উপস্থিত ৰাইজক পথ সুৰক্ষা বিষয়ক  উপদেশ দিলে নাৰদে ৷ আছলতে এইয়া এখন বাটৰ নাট হে গোলাঘাট জিলা পৰিবহন বিভাগে পথ সুৰক্ষা দিবসৰ উপলক্ষে ৰাইজক সজাগ কৰে ৷ এই সন্দৰ্ভত এম ভি আই পৰাগ শইকীয়াই কি কলে শুনো আহক ৷



গোলাঘাটৰপৰা প্ৰকাশ শৰ্মা ৰিপ’ৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷


No comments:

Post a Comment

Welcome Northeast News India

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।