Thursday, 21 January 2021

21 January, 2021 *লখিমপুৰ AJP* Date :- 21/1/21 ## লখিমপুৰত অসম জাতীয় পৰিষদৰ অবস্থান ধৰ্মঘট। ##ৰাজ্যৰ অন্যান্য জিলাৰ লগতে লখিমপুৰতো উপায়ুক্ত কাৰ্য্যালয়ৰ সমীপত অসম জাতীয় পৰিষদে তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্য্য সূচী গ্ৰহণ কৰে। ## লাইকা দধীয়াৰ সমস্যা সমাধান, বান খহনীয়াগ্ৰস্তক সংস্থাপন,আৰু হৰিশংকৰ ব্ৰহ্ম কমিটিৰ প্ৰতিবেদন কাৰ্য্য কৰী কৰাৰ দাবীত এই কাৰ্য্য সূচী গ্ৰহণ কৰে অসম জাতীয় পৰিষদে। ## গণতান্তিক আন্দোলনৰ ভাষা নুবুজিলে সৰ্বানন্দ সোণোৱাল চৰকাৰক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ সকীয়নি। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 21 January, 2021


*লখিমপুৰ AJP* Date :- 21/1/21


## লখিমপুৰত অসম জাতীয় পৰিষদৰ অবস্থান ধৰ্মঘট।


##ৰাজ্যৰ অন্যান্য জিলাৰ লগতে লখিমপুৰতো উপায়ুক্ত কাৰ্য্যালয়ৰ সমীপত অসম জাতীয় পৰিষদে তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্য্য সূচী গ্ৰহণ কৰে।


## লাইকা দধীয়াৰ সমস্যা সমাধান, বান খহনীয়াগ্ৰস্তক সংস্থাপন,আৰু হৰিশংকৰ ব্ৰহ্ম কমিটিৰ প্ৰতিবেদন কাৰ্য্য কৰী কৰাৰ দাবীত এই কাৰ্য্য সূচী গ্ৰহণ কৰে অসম জাতীয় পৰিষদে।


## গণতান্তিক আন্দোলনৰ ভাষা নুবুজিলে সৰ্বানন্দ সোণোৱাল চৰকাৰক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ সকীয়নি।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...