Friday, 22 January 2021

22 January, 2021 ৩২ সংখ্যক পথ সুৰক্ষা মাহৰ লগত সংগতিৰাখি গোৱালপাৰা জিলা পৰিবহন বিভাগৰ উদ্যোগত ; জিলা স্বাস্থ্য সঞ্চালকালয়ৰ সহযোগত শুক্ৰবাৰে এক চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হয় ৷ গোৱালপাৰাৰ বাছ আস্থানত অনুষ্ঠিত এই শিৱিৰত ২০৫ গৰাকী ৰোগীক পৰীক্ষা কৰি বিনামূলীয়া ঔষধ দিয়াৰ লগতে ১০৫ গৰাকীক চছমা দিয়া হয় ৷ ডা°ভাস্কৰ জ্যোতি বৈশ্য ; চিনিয়ৰ ।অপ্তিকেল এচিষ্টেণ্ট দিজেন গোস্বামী আৰু চিকিৎসা কৰ্মীয়ে সেৱা আগবঢ়ায় ৷ অনুষ্ঠানৰ আৰম্ভণিতে এক সজাগতামূলক বাইকৰেলী উলিওৱা হয় কায্যসূচীত গোৱালপাৰাৰ পৰিবহণৰ বিষয়া মনোজ কুমাৰ চৌধুৰী ; এম ভি আাই পৱন ঠাকুৰীয়া স্থানীয় বিধায়ক ৰচিদুল হক আদিয়ে অংশগ্ৰহণ কৰে ৷ ::: নিউজ ডেস্ক ৰিপ’ত নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷

 22 January, 2021


৩২ সংখ্যক পথ সুৰক্ষা মাহৰ লগত সংগতিৰাখি

গোৱালপাৰা জিলা পৰিবহন বিভাগৰ উদ্যোগত ; জিলা স্বাস্থ্য সঞ্চালকালয়ৰ সহযোগত শুক্ৰবাৰে এক চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হয় ৷ গোৱালপাৰাৰ বাছ আস্থানত অনুষ্ঠিত এই শিৱিৰত ২০৫ 

 গৰাকী ৰোগীক পৰীক্ষা কৰি বিনামূলীয়া ঔষধ দিয়াৰ লগতে ১০৫ গৰাকীক চছমা দিয়া হয় ৷ ডা°ভাস্কৰ জ্যোতি বৈশ্য ; চিনিয়ৰ ।অপ্তিকেল এচিষ্টেণ্ট দিজেন গোস্বামী আৰু চিকিৎসা কৰ্মীয়ে সেৱা আগবঢ়ায় ৷ অনুষ্ঠানৰ আৰম্ভণিতে এক সজাগতামূলক বাইকৰেলী উলিওৱা হয় কায্যসূচীত গোৱালপাৰাৰ পৰিবহণৰ বিষয়া মনোজ কুমাৰ চৌধুৰী ;   এম ভি আাই পৱন ঠাকুৰীয়া স্থানীয় বিধায়ক ৰচিদুল হক আদিয়ে অংশগ্ৰহণ কৰে ৷ :::


 নিউজ ডেস্ক ৰিপ’ত নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷


No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...