Friday, 22 January 2021

22 January, 2021 *Lakhimpur NSUI* Date :- 22/1/21 ## আজি লখিমপুৰত NSUI বৃহত প্ৰতিবাদ। ## NSUI য়ে ছাত্ৰ হুংকাৰ নামেৰে মূল্য বৃদ্ধি বিৰোদ্ধে আৰু নিবনুৱা সস্থাপনৰ দাবীত জিলা ৰাজীৱ ভৱনৰ সন্মুখত এক বৃহত প্ৰতিবাদ সাব্যস্ত কৰে। ## এই প্ৰতিবাদত অসম ৰাজ্যিক NSUI সভাপতি কৃষ্ণনো বৰুৱা আৰু অসম তত্তবাধায়ক অনুশ্বাশি শৰ্মাও উপস্থিত থাকে। ## আনহাতে এই প্ৰতিবাদত প্ৰশাসনে বাধা প্ৰদান কৰাত আৰক্ষী আৰ NSUI কৰ্মী সকলৰ মাজত তীব্ৰ সতা সতী সৃস্থি হয়। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 22 January, 2021


*Lakhimpur NSUI* Date :- 22/1/21


## আজি লখিমপুৰত NSUI বৃহত প্ৰতিবাদ।


## NSUI য়ে ছাত্ৰ হুংকাৰ নামেৰে মূল্য বৃদ্ধি বিৰোদ্ধে আৰু নিবনুৱা সস্থাপনৰ দাবীত জিলা ৰাজীৱ ভৱনৰ সন্মুখত এক বৃহত প্ৰতিবাদ সাব্যস্ত কৰে।


## এই প্ৰতিবাদত অসম ৰাজ্যিক NSUI সভাপতি কৃষ্ণনো বৰুৱা আৰু অসম তত্তবাধায়ক অনুশ্বাশি শৰ্মাও উপস্থিত থাকে।


## আনহাতে এই প্ৰতিবাদত প্ৰশাসনে বাধা প্ৰদান কৰাত আৰক্ষী আৰ NSUI কৰ্মী সকলৰ মাজত তীব্ৰ সতা সতী  সৃস্থি হয়।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...