Thursday, 21 January 2021

21 January, 2021 *লখিমপুৰ ৰন্ধন কৰ্মচাৰী* Date :- 21/1/21 ## লখিমপুৰত পুনৰ ৰান্ধনি সন্থাৰ প্ৰতিবাদী সমদল। ## ত্যাগক্ষেত্ৰ পৰা সমদল কৰি নগৰৰ মাজেৰে গৈ জিলা সৰ্বশিক্ষা বিষয়া কাৰ্য্যালয়ত শিক্ষা বিষয়াৰ জৰিয়তে মাননীয় শিক্ষা মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। ## তেওঁলোকৰ দাবীসমূহ হল, ৰন্ধন কৰ্মী সকলক চৰকাৰী কৰ্মচাৰী মৰ্যদা দিয়াৰ, বছাৰৰ ১২ টা মাহৰ বাবে মাননি দিয়ক, ৰন্ধন কৰ্মী বাবে পেঞ্চনৰ ব্যবস্থা কৰাৰ আদি ৫ দফীয়া দাবীৰে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। ## চৰকাৰে অনতি পলমে এইসমূহ দাবী মানি নল'লে অনাগত দিনত ইয়াতকৈও জঙ্গী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে মধ্যাহ্ন ভোজন কৰ্মচাৰী লখিমপুৰ জিলা সমিতিয়ে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 21 January, 2021


*লখিমপুৰ ৰন্ধন কৰ্মচাৰী* Date :- 21/1/21


## লখিমপুৰত পুনৰ ৰান্ধনি সন্থাৰ প্ৰতিবাদী সমদল।


## ত্যাগক্ষেত্ৰ পৰা সমদল কৰি নগৰৰ মাজেৰে গৈ জিলা সৰ্বশিক্ষা বিষয়া কাৰ্য্যালয়ত শিক্ষা বিষয়াৰ জৰিয়তে মাননীয় শিক্ষা মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।


## তেওঁলোকৰ দাবীসমূহ হল, ৰন্ধন কৰ্মী সকলক চৰকাৰী কৰ্মচাৰী মৰ্যদা দিয়াৰ, বছাৰৰ ১২ টা মাহৰ বাবে মাননি দিয়ক, ৰন্ধন কৰ্মী বাবে পেঞ্চনৰ ব্যবস্থা কৰাৰ আদি ৫ দফীয়া দাবীৰে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।


## চৰকাৰে অনতি পলমে এইসমূহ দাবী মানি নল'লে অনাগত দিনত ইয়াতকৈও জঙ্গী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে মধ্যাহ্ন ভোজন কৰ্মচাৰী লখিমপুৰ জিলা সমিতিয়ে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


21 January, 2021 *লখিমপুৰ AJP* Date :- 21/1/21 ## লখিমপুৰত অসম জাতীয় পৰিষদৰ অবস্থান ধৰ্মঘট। ##ৰাজ্যৰ অন্যান্য জিলাৰ লগতে লখিমপুৰতো উপায়ুক্ত কাৰ্য্যালয়ৰ সমীপত অসম জাতীয় পৰিষদে তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্য্য সূচী গ্ৰহণ কৰে। ## লাইকা দধীয়াৰ সমস্যা সমাধান, বান খহনীয়াগ্ৰস্তক সংস্থাপন,আৰু হৰিশংকৰ ব্ৰহ্ম কমিটিৰ প্ৰতিবেদন কাৰ্য্য কৰী কৰাৰ দাবীত এই কাৰ্য্য সূচী গ্ৰহণ কৰে অসম জাতীয় পৰিষদে। ## গণতান্তিক আন্দোলনৰ ভাষা নুবুজিলে সৰ্বানন্দ সোণোৱাল চৰকাৰক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ সকীয়নি। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 21 January, 2021


*লখিমপুৰ AJP* Date :- 21/1/21


## লখিমপুৰত অসম জাতীয় পৰিষদৰ অবস্থান ধৰ্মঘট।


##ৰাজ্যৰ অন্যান্য জিলাৰ লগতে লখিমপুৰতো উপায়ুক্ত কাৰ্য্যালয়ৰ সমীপত অসম জাতীয় পৰিষদে তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্য্য সূচী গ্ৰহণ কৰে।


## লাইকা দধীয়াৰ সমস্যা সমাধান, বান খহনীয়াগ্ৰস্তক সংস্থাপন,আৰু হৰিশংকৰ ব্ৰহ্ম কমিটিৰ প্ৰতিবেদন কাৰ্য্য কৰী কৰাৰ দাবীত এই কাৰ্য্য সূচী গ্ৰহণ কৰে অসম জাতীয় পৰিষদে।


## গণতান্তিক আন্দোলনৰ ভাষা নুবুজিলে সৰ্বানন্দ সোণোৱাল চৰকাৰক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ সকীয়নি।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Wednesday, 20 January 2021

20 January, 2021 গোলাঘাট চহৰৰ মাজমজিয়াৰ বাটা চাৰ্কোলত বুধবাৰে সংঘটিত হ’ল এক পথ দুৰ্ঘটনা ৷ দুখন দুচকীয়া বাইকৰ মুখামুখি সংঘৰ্ষত প্ৰাণ গ’ল এজন কমবয়সীয়া যুৱকৰ ৷ যুৱকৰ মাতৃয়ে হিয়াধাকুৰি কান্দিলে ৷ লাগিল হাহাকাৰ ৷ যমৰজাও হাজিৰ মৃত যুৱকৰ প্ৰাণ কাঢ়িবৰ বাবে ৷ আৰু যমে লৈ গ’ল যুৱকৰ প্ৰাণ হঠাতে আৰ্বিভাৱ নাৰদ মুণিৰ ৷ নাৰদে সেই স্হানত উপস্থিত ৰাইজক পথ সুৰক্ষা বিষয়ক উপদেশ দিলে নাৰদে ৷ আছলতে এইয়া এখন বাটৰ নাট হে গোলাঘাট জিলা পৰিবহন বিভাগে পথ সুৰক্ষা দিবসৰ উপলক্ষে ৰাইজক সজাগ কৰে ৷ এই সন্দৰ্ভত এম ভি আই পৰাগ শইকীয়াই কি কলে শুনো আহক ৷ গোলাঘাটৰপৰা প্ৰকাশ শৰ্মা ৰিপ’ৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷

 20 January, 2021


গোলাঘাট চহৰৰ মাজমজিয়াৰ বাটা চাৰ্কোলত বুধবাৰে সংঘটিত হ’ল এক পথ দুৰ্ঘটনা ৷ দুখন দুচকীয়া বাইকৰ মুখামুখি সংঘৰ্ষত প্ৰাণ গ’ল এজন কমবয়সীয়া যুৱকৰ ৷ যুৱকৰ মাতৃয়ে হিয়াধাকুৰি কান্দিলে ৷ লাগিল হাহাকাৰ ৷ যমৰজাও হাজিৰ মৃত যুৱকৰ প্ৰাণ কাঢ়িবৰ বাবে ৷ আৰু যমে লৈ গ’ল যুৱকৰ প্ৰাণ হঠাতে আৰ্বিভাৱ নাৰদ মুণিৰ ৷ নাৰদে সেই স্হানত উপস্থিত ৰাইজক পথ সুৰক্ষা বিষয়ক  উপদেশ দিলে নাৰদে ৷ আছলতে এইয়া এখন বাটৰ নাট হে গোলাঘাট জিলা পৰিবহন বিভাগে পথ সুৰক্ষা দিবসৰ উপলক্ষে ৰাইজক সজাগ কৰে ৷ এই সন্দৰ্ভত এম ভি আই পৰাগ শইকীয়াই কি কলে শুনো আহক ৷



গোলাঘাটৰপৰা প্ৰকাশ শৰ্মা ৰিপ’ৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷


20 January, 2021 গোলাঘাটৰ আশাকৰ্মী সকলে আজি ৰাজপথ উত্তাল কৰি এক প্ৰতিবাদী কায্যসূচী ৰূপায়ন কৰে ৷ মহিলাসকলে হাতে হাতে প্লে কাৰ্ড লৈ বিভিন্ন দাবীৰে সমদল কৰি উপায়ুক্ত যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ কল্পনা ফুকনৰ ৰিপ’ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট

 20 January, 2021


গোলাঘাটৰ আশাকৰ্মী সকলে  আজি ৰাজপথ উত্তাল কৰি এক প্ৰতিবাদী কায্যসূচী ৰূপায়ন কৰে ৷ মহিলাসকলে হাতে হাতে প্লে কাৰ্ড লৈ বিভিন্ন দাবীৰে সমদল কৰি উপায়ুক্ত যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷


 কল্পনা ফুকনৰ ৰিপ’ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট


20 January, 2021 গোলাঘাট জিলা পৰিবহণ বিভাগে ১৮ জানুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ পথ সুৰক্ষা বিষয়ক ধাৰাবাহিক কায্যসূচী হাতত লৈছে ৷ ইয়াৰেই অংশ হিচাবে বুধবাৰে গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ত এক সজাগতা সভা অনুষ্ঠিত কৰে সভাত কলেজখনৰ অধ্যক্ষৰ লগতে ডিটিঅ’ দিব্যজ্যোতি কাৰ্জী ; এম ভি আই পৰাগ শইকীয়াই ভাষণ দিয়ে ৷সভাৰ শেষত কলেজৰ সন্মুখত এখন বাটৰনাট অনুষঠিত কৰে ৷ বহুসংখ্যক ছাত্ৰছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত এই সভাৰ সন্দৰ্ভত ডিটিঅ’ দিব্যজ্যোতি কাৰ্জীয়ে এনেদৰে মতামত প্ৰকাশ কৰিলে ৷ কল্পনা ফুকণৰ ৰিপ’ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট

 20 January, 2021


গোলাঘাট জিলা পৰিবহণ বিভাগে ১৮ জানুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ পথ সুৰক্ষা বিষয়ক ধাৰাবাহিক কায্যসূচী হাতত লৈছে ৷ ইয়াৰেই অংশ হিচাবে বুধবাৰে গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ত এক সজাগতা সভা অনুষ্ঠিত কৰে সভাত কলেজখনৰ অধ্যক্ষৰ লগতে ডিটিঅ’ দিব্যজ্যোতি কাৰ্জী ; এম ভি আই পৰাগ শইকীয়াই ভাষণ দিয়ে ৷সভাৰ শেষত কলেজৰ সন্মুখত এখন বাটৰনাট অনুষঠিত কৰে ৷ বহুসংখ্যক ছাত্ৰছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত এই সভাৰ সন্দৰ্ভত ডিটিঅ’ দিব্যজ্যোতি কাৰ্জীয়ে এনেদৰে মতামত প্ৰকাশ কৰিলে ৷ 


 কল্পনা ফুকণৰ ৰিপ’ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট


Tuesday, 19 January 2021

19 January, 2021 ৰাজ্যৰ নিবনুৱা সকললৈ সু খবৰ নৱৰূপত স্বয়ম আঁচনিৰ অধীনত অসম চৰকাৰৰ বিত্ত বিভাগে আবেদনপত্ৰ মঞ্জুৰ কৰা হিতাধিকাৰীসকলক ২১, ২২, ২৩ আৰু ২৭ জানুৱাৰী তাৰিখে আনুষ্ঠানিকভাৱে তেওঁলোকৰ সংশ্লিষ্ট জিলাসমূহত অনুমোদনপত্ৰ প্ৰদান কৰিব। নিউজ ডেস্কঃ ৰিপত নৰ্থইষ্ট নিউজ ইণ্ডিয়া

 19 January, 2021


ৰাজ্যৰ নিবনুৱা সকললৈ সু খবৰ

নৱৰূপত স্বয়ম আঁচনিৰ অধীনত

অসম চৰকাৰৰ বিত্ত বিভাগে  আবেদনপত্ৰ মঞ্জুৰ কৰা হিতাধিকাৰীসকলক ২১, ২২, ২৩ আৰু ২৭ জানুৱাৰী তাৰিখে আনুষ্ঠানিকভাৱে তেওঁলোকৰ সংশ্লিষ্ট জিলাসমূহত অনুমোদনপত্ৰ প্ৰদান কৰিব।


নিউজ ডেস্কঃ ৰিপত

নৰ্থইষ্ট নিউজ ইণ্ডিয়া


19 January, 2021 *লখিমপুৰ সতী সাধিনী প্ৰতিমূৰ্তি উন্মোচন* Date :- 19/1/21 ## আজি গোগামুখৰ পৰা আহি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰ বাইপাছত সতী সাধিনী প্ৰতিমূৰ্তি উন্মোচন কৰে। ## ইয়াৰ লগতে এখন উন্মোচনী সভাও অনুস্থিত কৰে সদৌ লখিমপুৰ জিলা চুতীয়া ছাত্ৰ সন্থাই। ## এই অনুষ্ঠানত মন্ত্ৰী গৰাকীৰ লগত সংগ দিয়ে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস আৰু লখিমপুৰ সমষ্টি বিধায়ক উৎপল দত্তয়ে। ## প্ৰায় ১৫ লাখ টকাৰে নিৰ্মাণ কৰি উলিয়োৱা সতী সাধিনী এই প্ৰতিমূৰ্তি টো লখিমপুৰ জিলা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰায় এক বছৰৰ পূৰ্বে কাম আৰম্ভ কৰি আজি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 19 January, 2021


*লখিমপুৰ সতী সাধিনী প্ৰতিমূৰ্তি উন্মোচন* Date :- 19/1/21


## আজি গোগামুখৰ পৰা আহি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰ বাইপাছত সতী সাধিনী প্ৰতিমূৰ্তি উন্মোচন কৰে।


## ইয়াৰ লগতে এখন উন্মোচনী সভাও অনুস্থিত কৰে সদৌ লখিমপুৰ জিলা চুতীয়া ছাত্ৰ সন্থাই।


## এই অনুষ্ঠানত মন্ত্ৰী গৰাকীৰ লগত সংগ দিয়ে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস আৰু লখিমপুৰ সমষ্টি বিধায়ক উৎপল দত্তয়ে।


## প্ৰায় ১৫ লাখ টকাৰে নিৰ্মাণ কৰি উলিয়োৱা সতী সাধিনী এই প্ৰতিমূৰ্তি টো লখিমপুৰ জিলা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰায় এক বছৰৰ পূৰ্বে কাম আৰম্ভ কৰি আজি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...