Tuesday, 19 January 2021

19 January, 2021 *লখিমপুৰ সতী সাধিনী প্ৰতিমূৰ্তি উন্মোচন* Date :- 19/1/21 ## আজি গোগামুখৰ পৰা আহি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰ বাইপাছত সতী সাধিনী প্ৰতিমূৰ্তি উন্মোচন কৰে। ## ইয়াৰ লগতে এখন উন্মোচনী সভাও অনুস্থিত কৰে সদৌ লখিমপুৰ জিলা চুতীয়া ছাত্ৰ সন্থাই। ## এই অনুষ্ঠানত মন্ত্ৰী গৰাকীৰ লগত সংগ দিয়ে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস আৰু লখিমপুৰ সমষ্টি বিধায়ক উৎপল দত্তয়ে। ## প্ৰায় ১৫ লাখ টকাৰে নিৰ্মাণ কৰি উলিয়োৱা সতী সাধিনী এই প্ৰতিমূৰ্তি টো লখিমপুৰ জিলা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰায় এক বছৰৰ পূৰ্বে কাম আৰম্ভ কৰি আজি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 19 January, 2021


*লখিমপুৰ সতী সাধিনী প্ৰতিমূৰ্তি উন্মোচন* Date :- 19/1/21


## আজি গোগামুখৰ পৰা আহি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰ বাইপাছত সতী সাধিনী প্ৰতিমূৰ্তি উন্মোচন কৰে।


## ইয়াৰ লগতে এখন উন্মোচনী সভাও অনুস্থিত কৰে সদৌ লখিমপুৰ জিলা চুতীয়া ছাত্ৰ সন্থাই।


## এই অনুষ্ঠানত মন্ত্ৰী গৰাকীৰ লগত সংগ দিয়ে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস আৰু লখিমপুৰ সমষ্টি বিধায়ক উৎপল দত্তয়ে।


## প্ৰায় ১৫ লাখ টকাৰে নিৰ্মাণ কৰি উলিয়োৱা সতী সাধিনী এই প্ৰতিমূৰ্তি টো লখিমপুৰ জিলা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰায় এক বছৰৰ পূৰ্বে কাম আৰম্ভ কৰি আজি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

মোৰ জাতি এটাই

মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India