Saturday, 2 January 2021

02 January, 2021 BREAKINGNumaligarh নুমলীগড়ত কণমানি হাতী পোৱালি ৰ মৃত্যু । এয়া নুমলীগড়ৰ বৰচাপৰিৰ দৃশ্য । পথাৰৰ মাজত শনিবাৰে পুৱা উদ্ধাৰ হৈছে নিচিই এটাকণমাণি হাতী পোৱালি ৰ মৃতদেহ । নিচেই কনমানি পোৱালিটো এসপ্তাহ মানৰ পূৰ্বে জন্ম হোৱা । যে যোৱা নিশা এটা বৃহৎ হাতীৰ জাক বৰচাপৰিত প্ৰৱেশ কৰে । এই জাকৰুৱা হাতীৰ মাজত অহা পোৱালীটো আন হাতীৰ গচকতে মৃত্যু বৰন কৰাবুলি অনুমান কৰা হৈছে ৷মৃত হাতী পোৱালিটো ইতিমধ্যে বন বিভাগে উদ্ধাৰ কৰি সৎকাৰৰ ব্যৱস্থা কৰিছে । কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

 02 January, 2021



BREAKING Numaligarh 


নুমলীগড়ত কণমানি  হাতী পোৱালি ৰ  মৃত্যু ।


এয়া নুমলীগড়ৰ বৰচাপৰিৰ দৃশ্য  । পথাৰৰ মাজত শনিবাৰে পুৱা উদ্ধাৰ হৈছে নিচিই এটাকণমাণি হাতী পোৱালি ৰ মৃতদেহ ।  নিচেই কনমানি পোৱালিটো এসপ্তাহ মানৰ পূৰ্বে জন্ম হোৱা  ।  যে যোৱা নিশা এটা বৃহৎ হাতীৰ জাক বৰচাপৰিত প্ৰৱেশ কৰে । এই জাকৰুৱা হাতীৰ মাজত অহা পোৱালীটো আন হাতীৰ গচকতে মৃত্যু বৰন কৰাবুলি অনুমান কৰা হৈছে ৷মৃত হাতী পোৱালিটো ইতিমধ্যে বন বিভাগে উদ্ধাৰ কৰি সৎকাৰৰ ব্যৱস্থা কৰিছে । 


কল্পনা ফুকনৰ ৰিপৰ্ট  নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

Friday, 1 January 2021

01 January, 2021 *আশা কৰ্মী সম্বদ্ধনা লখিমপুৰ* Date :- 1/1/21 ## পহিলা জানুৱাৰী ২১ৰ দিনা স্বাস্থ্য কৰ্মী,কবি গল্পকাৰ পংকজ সভাপণ্ডিতক সম্বধৰ্ণা। ## লখিমপুৰ জিলা আশা কৰ্মী সন্হাই ২০২১ ৰ প্ৰথম দিনটোত উত্তৰ লখিমপুৰ চহৰৰ নকাড়ী গাওঁৰ নিবাসী তথা স্বাস্থ্য বিভাগৰ কৰ্মচাৰী,কবি গল্পকাৰ পংকজ সভাপণ্ডিতক তেখতৰ বাসভৱনলৈ গৈ নতুন বছৰৰ শুভেচ্ছা তথা সম্বধৰ্ণা জ্ঞাপন কৰে। ## উল্লখযোগ্য যে লক ডাউনৰ সময়ত এজন স্বাস্থ্য কৰ্মী হিচাপে নিজৰ দ্বায়িত্ব পালন কৰি যোৱাৰ সামান্তৰাল ভাৱে গল্প,কবিতা ৰছনা কৰি অসমীয়া সাহিত্য ভঁৰাল চহকী কৰি গৈছে। ## লখিমপুৰ জিলা যক্ষ্মা কেন্দ্রৰ কৰ্মচাৰী পঙ্কজ সভাপণ্ডিত। ## আজিৰ এই সম্বধৰ্ণা অনুষ্ঠানত লখিমপুৰ জিলাৰ আশা কৰ্মী সন্হাৰ সম্পাদিকা দিপালী শইকীয়া, সভানেত্ৰী লিলি কলিতা, হেমপ্ৰভা সূত্ৰ ধৰ, ৰীণা দাস,বীণু দাস ৰ লগতে সাংবাদিক ৰাহানুদ্দিন আহমেদ উপস্থিত থাকে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 01 January, 2021


*আশা কৰ্মী সম্বদ্ধনা লখিমপুৰ* Date :- 1/1/21


## পহিলা জানুৱাৰী ২১ৰ দিনা স্বাস্থ্য কৰ্মী,কবি গল্পকাৰ পংকজ সভাপণ্ডিতক সম্বধৰ্ণা।


## লখিমপুৰ জিলা আশা কৰ্মী সন্হাই  ২০২১ ৰ প্ৰথম দিনটোত উত্তৰ লখিমপুৰ চহৰৰ নকাড়ী গাওঁৰ নিবাসী তথা স্বাস্থ্য বিভাগৰ কৰ্মচাৰী,কবি গল্পকাৰ পংকজ সভাপণ্ডিতক তেখতৰ বাসভৱনলৈ গৈ নতুন বছৰৰ শুভেচ্ছা তথা সম্বধৰ্ণা জ্ঞাপন কৰে।


## উল্লখযোগ্য যে লক ডাউনৰ সময়ত এজন স্বাস্থ্য কৰ্মী হিচাপে নিজৰ দ্বায়িত্ব পালন কৰি যোৱাৰ সামান্তৰাল ভাৱে গল্প,কবিতা ৰছনা কৰি অসমীয়া সাহিত্য ভঁৰাল চহকী কৰি গৈছে।


## লখিমপুৰ জিলা যক্ষ্মা কেন্দ্রৰ কৰ্মচাৰী পঙ্কজ সভাপণ্ডিত।


## আজিৰ এই সম্বধৰ্ণা অনুষ্ঠানত লখিমপুৰ জিলাৰ আশা কৰ্মী সন্হাৰ সম্পাদিকা দিপালী শইকীয়া, সভানেত্ৰী  লিলি কলিতা, হেমপ্ৰভা সূত্ৰ ধৰ, ৰীণা দাস,বীণু দাস ৰ  লগতে সাংবাদিক ৰাহানুদ্দিন আহমেদ  উপস্থিত থাকে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


01 January, 2021 *পিকনিক লখিমপুৰ* Date : 1/1/2021 ## আজি ইংৰাজী বৰ্ষৰ প্ৰথম দিন। ## ৰাজ্যৰ বিভিন্ন ঠাইত বনভোজৰ দল। ## ব্যতিক্ৰম নহয় লখিমপুৰও। ## এইয়া লখিমপুৰৰ কিমিন কোৱাৰী দৃশ্য। ## কিমিন কোৱাৰীত কিমিন নদী পাৰত অজস্ৰ মানুহে বনভোজ খাই নৱবৰ্ষ উৎযাপন কৰিলে। ## লখিমপুৰৰ লগতে অসমৰ বিভিন্ন প্ৰান্ত বনভোজৰ দল আহি এই পৰিবেশত বনভোজৰ আনন্দ লয়। ## কিমিন কোৱাৰী সুন্দৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবলৈ আহে বহু দুৰ দুৰনিৰ লোক। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 01 January, 2021


*পিকনিক লখিমপুৰ* Date : 1/1/2021


## আজি ইংৰাজী বৰ্ষৰ প্ৰথম দিন।


## ৰাজ্যৰ বিভিন্ন ঠাইত বনভোজৰ দল।


## ব্যতিক্ৰম নহয় লখিমপুৰও।


## এইয়া লখিমপুৰৰ কিমিন কোৱাৰী দৃশ্য।


## কিমিন কোৱাৰীত কিমিন নদী পাৰত অজস্ৰ মানুহে বনভোজ খাই নৱবৰ্ষ উৎযাপন কৰিলে।


## লখিমপুৰৰ লগতে অসমৰ বিভিন্ন প্ৰান্ত বনভোজৰ দল আহি এই পৰিবেশত বনভোজৰ আনন্দ লয়।


## কিমিন কোৱাৰী সুন্দৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবলৈ আহে বহু দুৰ দুৰনিৰ লোক।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


01 January, 2021 সমূহ নৰ্থইষ্ট তথা ভাৰত বাসিক নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন জনালো। আগন্তুক আহি থকা দিন বোৰ যেন সুন্দৰ সুফল সুখৰ হয়। সত্যৰ আধাৰত পৃথিবীৰ মানৱ জাতি আগবাঢ়ি যাবলৈ সাহস হয় তাৰে কামনাৰে শুভেচ্ছাৰে । নৰ্থইষ্ট নিউজ ইণ্ডিয়া পৰিয়ালৰ পৰা অলেখ শুভেচ্ছাৰে। NORTHEAST NEWS INDIA

 01 January, 2021


সমূহ নৰ্থইষ্ট তথা  ভাৰত বাসিক নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন জনালো। আগন্তুক আহি থকা দিন বোৰ যেন সুন্দৰ সুফল সুখৰ হয়। সত্যৰ আধাৰত পৃথিবীৰ মানৱ জাতি আগবাঢ়ি যাবলৈ সাহস হয় তাৰে কামনাৰে শুভেচ্ছাৰে । 

নৰ্থইষ্ট নিউজ ইণ্ডিয়া পৰিয়ালৰ পৰা অলেখ শুভেচ্ছাৰে। 


NORTHEAST NEWS INDIA

Thursday, 31 December 2020

31 December, 2020 *গীতৰ উন্মোচন লখিমপুৰ* Date :- 30/12/2020 ## আজি লখিমপুৰত দুটাকৈ অডিঅ গীতৰ শুভমুক্তিৰ দিয়া হয়। ## লখিমপুৰ জিলা খেলমাটি যুৱ সংঘ প্ৰাংগণত বুধবাৰে সন্ধিয়া কেক কাটি শুভমুক্তি দিয়ে। ## লখিমপুৰৰ দুজন সংগীত শিল্পী ৰিতু প্ৰতিম ৰাজখোৱা আৰু সীমান্ত কাশ্যপৰ কন্ঠত এই সুন্দৰ বিহু গীত দুটি বুধবাৰে ৰাইজৰ মাজলৈ আগবঢ়াই দিয়ে। ## শিল্পী ৰিতু প্ৰতিম ৰাজখোৱা কণ্ঠত ৰহিকে এবাটি ২০২১ নামৰ বিহু গীত আৰু সীমান্ত কাশ্যপৰ কন্ঠত ফাগুনী পছোৱা ২০২১ নামৰ বিহু গীত দুটি অসমৰ ৰাইজে আদৰি লব বুলি আশাবাদী শিল্পী দয়। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 31 December, 2020


*গীতৰ উন্মোচন লখিমপুৰ* Date :- 30/12/2020


## আজি লখিমপুৰত দুটাকৈ অডিঅ গীতৰ শুভমুক্তিৰ দিয়া হয়।


## লখিমপুৰ জিলা খেলমাটি যুৱ সংঘ প্ৰাংগণত বুধবাৰে সন্ধিয়া কেক কাটি শুভমুক্তি দিয়ে।


## লখিমপুৰৰ দুজন সংগীত শিল্পী ৰিতু প্ৰতিম ৰাজখোৱা আৰু সীমান্ত কাশ্যপৰ কন্ঠত এই সুন্দৰ বিহু গীত দুটি বুধবাৰে ৰাইজৰ মাজলৈ আগবঢ়াই দিয়ে।


## শিল্পী ৰিতু প্ৰতিম ৰাজখোৱা কণ্ঠত ৰহিকে এবাটি ২০২১ নামৰ বিহু গীত আৰু সীমান্ত কাশ্যপৰ কন্ঠত ফাগুনী পছোৱা ২০২১ নামৰ বিহু গীত দুটি অসমৰ ৰাইজে আদৰি লব বুলি আশাবাদী শিল্পী দয়।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


31 December, 2020 *লখিমপুৰ জু সমদল* Date :- 31/12/2020 ## বি জে পি চৰকাৰে ইতিমধ্যে কৃষক বিৰোধী যি ৩ খন আইন বলবত কৰিছে এই ৩ খন আইনে কৃষকক যথেষ্ট অনিষ্ট কৰিব। ## কেৱল পুজিপতি বণিয়াহে এই ৩ খন আইনৰ পৰা লাভান্বিত হব। ## সেয়েহে এই ৩ খন আইনৰ বিৰুদ্ধে বুধবাৰে সন্ধিয়া লখিমপুৰ জিলা যুৱ কংগ্ৰেছে জিলা ৰাজীৱ ভৱনৰ পৰা নগৰৰ মাজেৰে জু-সমদল কৰি এই কৃষক বিৰোধী আইন ৩ খনৰ বিৰোধিতা কৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 31 December, 2020


*লখিমপুৰ জু সমদল* Date :- 31/12/2020


## বি জে পি চৰকাৰে ইতিমধ্যে কৃষক বিৰোধী যি ৩ খন আইন বলবত কৰিছে এই ৩ খন আইনে কৃষকক যথেষ্ট অনিষ্ট কৰিব।


## কেৱল পুজিপতি বণিয়াহে এই ৩ খন আইনৰ পৰা লাভান্বিত হব।


## সেয়েহে এই ৩ খন আইনৰ বিৰুদ্ধে বুধবাৰে সন্ধিয়া লখিমপুৰ জিলা যুৱ কংগ্ৰেছে জিলা ৰাজীৱ ভৱনৰ পৰা নগৰৰ মাজেৰে জু-সমদল কৰি এই কৃষক বিৰোধী আইন ৩ খনৰ বিৰোধিতা কৰে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


31 December, 2020 Numaligarh 31 Dec 2020 চনৰ শেষৰ দিনটোতো আতংক গোলাঘাটৰ নুমলীগড়ৰ দুখনকৈ গাঁৱত । নাই নৱবৰ্ষৰ আনন্দ উচাহ । কাৰণ বন্যহস্তীৰ আতংকৰ লগতে সন্ত্ৰাস । বহু কেইটা বাসগৃহ টচনচ কৰিলে বণ্যহস্তী জাকে । নুমলীগড়ৰ দুখন গাঁৱত বিগত দুটা দিনৰ ভিতৰত কুৰিৰো অধিক বাসগৃহ ধ্বংস কৰে বৃহৎ হাতীৰ জাকে । নিশা হলেই এতিয়া আতংকৰ সৃষ্টি হয় গ্ৰামাঞ্চলৰ ৰাইজৰ মাজত ।পথাৰৰ ধান ভড়াললৈ নিয়াৰ পিচত দিনৰ ভাগতো গাৱৰ পথেৰে বাৰীৰ মাজেৰেই বাট লৈছে হাতীয়ে । দিশহাৰা হৈছে গঞা । নুমলীগড়ৰ এক নং ৰংবং আৰু চাৰি নং ৰংবং অঞ্চলত বিগত দুটা দিনত বণ্যহস্তী জাকে বহু বাসগৃহ ধ্বংস কৰে । বন্যহস্তীৰ 70/80 জনীয়া জাকটোৱে ভাঙি তচ নচ কৰে কেইবাটাও পৰিয়ালৰ বাসগৃহ । হাতীৰ বাবেই এতিয়া নতুন বছৰক আদৰাৰ আনন্দ নোহোৱা হৈছে ৰাইজৰ মাজত৷ কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

 31 December, 2020


Numaligarh 31 Dec 

2020 চনৰ শেষৰ দিনটোতো আতংক গোলাঘাটৰ নুমলীগড়ৰ দুখনকৈ গাঁৱত । নাই নৱবৰ্ষৰ  আনন্দ উচাহ  । কাৰণ  বন্যহস্তীৰ আতংকৰ লগতে সন্ত্ৰাস   । বহু কেইটা বাসগৃহ টচনচ কৰিলে বণ্যহস্তী জাকে  ।


 

নুমলীগড়ৰ দুখন গাঁৱত  বিগত দুটা দিনৰ ভিতৰত কুৰিৰো অধিক বাসগৃহ ধ্বংস কৰে বৃহৎ হাতীৰ জাকে । নিশা হলেই এতিয়া আতংকৰ সৃষ্টি হয় গ্ৰামাঞ্চলৰ ৰাইজৰ মাজত  ।পথাৰৰ ধান ভড়াললৈ নিয়াৰ পিচত দিনৰ ভাগতো গাৱৰ পথেৰে বাৰীৰ মাজেৰেই বাট লৈছে হাতীয়ে । দিশহাৰা হৈছে গঞা । 

 নুমলীগড়ৰ এক নং ৰংবং আৰু চাৰি নং ৰংবং অঞ্চলত বিগত  দুটা দিনত বণ্যহস্তী জাকে বহু বাসগৃহ ধ্বংস কৰে  । বন্যহস্তীৰ 70/80 জনীয়া জাকটোৱে ভাঙি তচ নচ কৰে কেইবাটাও পৰিয়ালৰ বাসগৃহ ।  হাতীৰ বাবেই এতিয়া নতুন বছৰক আদৰাৰ আনন্দ নোহোৱা হৈছে ৰাইজৰ  মাজত৷


কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷


পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...