Thursday, 31 December 2020

31 December, 2020 *লখিমপুৰ জু সমদল* Date :- 31/12/2020 ## বি জে পি চৰকাৰে ইতিমধ্যে কৃষক বিৰোধী যি ৩ খন আইন বলবত কৰিছে এই ৩ খন আইনে কৃষকক যথেষ্ট অনিষ্ট কৰিব। ## কেৱল পুজিপতি বণিয়াহে এই ৩ খন আইনৰ পৰা লাভান্বিত হব। ## সেয়েহে এই ৩ খন আইনৰ বিৰুদ্ধে বুধবাৰে সন্ধিয়া লখিমপুৰ জিলা যুৱ কংগ্ৰেছে জিলা ৰাজীৱ ভৱনৰ পৰা নগৰৰ মাজেৰে জু-সমদল কৰি এই কৃষক বিৰোধী আইন ৩ খনৰ বিৰোধিতা কৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 31 December, 2020


*লখিমপুৰ জু সমদল* Date :- 31/12/2020


## বি জে পি চৰকাৰে ইতিমধ্যে কৃষক বিৰোধী যি ৩ খন আইন বলবত কৰিছে এই ৩ খন আইনে কৃষকক যথেষ্ট অনিষ্ট কৰিব।


## কেৱল পুজিপতি বণিয়াহে এই ৩ খন আইনৰ পৰা লাভান্বিত হব।


## সেয়েহে এই ৩ খন আইনৰ বিৰুদ্ধে বুধবাৰে সন্ধিয়া লখিমপুৰ জিলা যুৱ কংগ্ৰেছে জিলা ৰাজীৱ ভৱনৰ পৰা নগৰৰ মাজেৰে জু-সমদল কৰি এই কৃষক বিৰোধী আইন ৩ খনৰ বিৰোধিতা কৰে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

মোৰ জাতি এটাই

মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India