Thursday, 31 December 2020

31 December, 2020 *গীতৰ উন্মোচন লখিমপুৰ* Date :- 30/12/2020 ## আজি লখিমপুৰত দুটাকৈ অডিঅ গীতৰ শুভমুক্তিৰ দিয়া হয়। ## লখিমপুৰ জিলা খেলমাটি যুৱ সংঘ প্ৰাংগণত বুধবাৰে সন্ধিয়া কেক কাটি শুভমুক্তি দিয়ে। ## লখিমপুৰৰ দুজন সংগীত শিল্পী ৰিতু প্ৰতিম ৰাজখোৱা আৰু সীমান্ত কাশ্যপৰ কন্ঠত এই সুন্দৰ বিহু গীত দুটি বুধবাৰে ৰাইজৰ মাজলৈ আগবঢ়াই দিয়ে। ## শিল্পী ৰিতু প্ৰতিম ৰাজখোৱা কণ্ঠত ৰহিকে এবাটি ২০২১ নামৰ বিহু গীত আৰু সীমান্ত কাশ্যপৰ কন্ঠত ফাগুনী পছোৱা ২০২১ নামৰ বিহু গীত দুটি অসমৰ ৰাইজে আদৰি লব বুলি আশাবাদী শিল্পী দয়। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 31 December, 2020


*গীতৰ উন্মোচন লখিমপুৰ* Date :- 30/12/2020


## আজি লখিমপুৰত দুটাকৈ অডিঅ গীতৰ শুভমুক্তিৰ দিয়া হয়।


## লখিমপুৰ জিলা খেলমাটি যুৱ সংঘ প্ৰাংগণত বুধবাৰে সন্ধিয়া কেক কাটি শুভমুক্তি দিয়ে।


## লখিমপুৰৰ দুজন সংগীত শিল্পী ৰিতু প্ৰতিম ৰাজখোৱা আৰু সীমান্ত কাশ্যপৰ কন্ঠত এই সুন্দৰ বিহু গীত দুটি বুধবাৰে ৰাইজৰ মাজলৈ আগবঢ়াই দিয়ে।


## শিল্পী ৰিতু প্ৰতিম ৰাজখোৱা কণ্ঠত ৰহিকে এবাটি ২০২১ নামৰ বিহু গীত আৰু সীমান্ত কাশ্যপৰ কন্ঠত ফাগুনী পছোৱা ২০২১ নামৰ বিহু গীত দুটি অসমৰ ৰাইজে আদৰি লব বুলি আশাবাদী শিল্পী দয়।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...