Wednesday, 28 August 2024
পৃথিৱীৰ ধংশ সমাগত
👉 পৃথিৱীৰ ধংশ সমাগত
👉 সাৱধান মানৱ জাতি।
সেই বিশ্বৰ মানৱ জাতি সাৱধান।
সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰাৱ হ'ল। মানৱ জাতিৰ ভূলৰ কাৰনে পৃথিৱীয়ে ভাৰসাম্য হেৰুৱাৰ উপক্রম হৈছে।
মানৱ জাতিয়ে নিজৰ লালখা সমূহ, নিজৰ স্বাৰ্থৰ কাৰনে নানান ধৰনৰ বেয়া কাম কৰিছে, প্ৰকৃতিৰ ধংশ আৰম্ভ কৰিছে।
সময় থাকোতে মানৱ জাতিয়ে নিজে কৰা নানান ধৰনৰ অপৰ্কম, নানান ধৰনৰ বেয়া কাম কৰা বন্ধ নকৰে, তেতিয়া হলে পৃথিৱীৰ ধংশ সমাগত।
কোনো শক্তিয়ে পৃথিৱী তথা সমস্ত জীৱকোল বচাবলৈ সক্ষম নহব। সময়ৰ আহ্বান মানৱ জাতিলৈ সত্য, শুদ্ধ গ্ৰহণ কৰক। সকলোকে সমান চকুৰে চাওঁক। সকলোকে সমান সন্মান প্ৰদান কৰক। পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰক। প্ৰকৃতিৰ ধংশ হোৱা কাম বন্ধ কৰক। সকলোৰে মঙ্গল হোৱা কাম কৰক।
তেতিয়াহে সমস্ত জীৱকোলৰ ৰক্ষা সম্ভৱ।।
👉 ।।ভৱিষ্যতবাণী।।
মাধৱ গগৈ
অসম।
Sunday, 25 August 2024
বিশ্বৰ মানৱ জাতিলৈ সময়ৰ আহ্বান।
।।জয় মা আৰু প্ৰকৃতি।।
বিশ্বৰ মানৱ জাতিলৈ সময়ৰ আহ্বান।
সেই মানৱ জাতি এই পৃথিৱীত পাপ তেতিয়াহে কমিব, পৃথিৱীত নিকা পৰিৱেশে বিৰাজ কৰিবলৈ সক্ষম হব। সকলো স্বাভাৱিক অৱস্থালৈ ঘুৰি আহিব যি দিনা বিশ্বৰ সকলো মানৱ জাতিয়ে নিজৰ ভূল স্বীকাৰ কৰি নিজৰ ভূল সমূহ সোধৰাৱ।
প্ৰত্যেক গৰাকী মহিলা সতী দৰে হৱলৈ চেষ্টা কৰিব লাগিব। আৰু প্ৰত্যেক গৰাকী পুৰুষ মৰ্য্যদা পুৰুষতম শ্ৰী ৰামচন্দ্ৰ দৰে হৱলৈ চেষ্টা কৰিব লাগিব। তেতিয়াহে এই পৃথিৱীৰ পৰা পাপ নাইকীয়া হৱ।।
।।জয় মা আৰু প্ৰকৃতি।।
সেৱাৰে
মা আৰু প্ৰকৃতি
মাধৱ গগৈ
Sunday, 18 August 2024
বিশ্বৰ মানৱ জাতিলৈ আহ্বান।
।। জয় মা আৰু প্ৰকৃতি।।
বিশ্বৰ মানৱ জাতিলৈ আহ্বান।
সেই মানৱ জাতি এই পৃথিৱীত আপোনালোকৰ দায়িত্ব পালন কৰিবলৈ বহোত আছে।
এই সংসাৰত স্বজন কৰ্তাই আপোনালোকক দায়িত্ব ও নিয়ম আৰু সকলো জীৱকোলৰ, প্ৰকৃতিৰ মঙ্গলৰ কাৰনে পঠাইছে।
পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰাত অৰিহণা যোগান ধৰিবলৈ পঠাইছে। সকলো জীৱকোলক সন্মান, সহযোগিতা কৰাৰ নিমিত্তে পঠাইছে। সেই মানৱ জাতি আপোনালোকে যেতিয়া নিজৰ বংশ ৰক্ষা কৰাৰ কাৰনে চিন্তা কৰি ভগৱানৰ ওচৰত কৰ যোৰে প্ৰাৰ্থনা জনাই সন্তান প্ৰাপ্তি কামনা কৰে। আৰু তাৰ ফল স্বৰূপে ভগৱানে সন্তান প্ৰদান কৰে। আৰু সেই সন্তানক লালন পালন কৰাৰ লগতে উচিত সু শিক্ষা দিয়াৰ দায়িত্ব প্ৰদান কৰে আপোনালোকৰ ওপৰত।
কিন্তু আপোনালোকে লোভ, মোহ, কাৰ্ম ক্ৰধ, দম্ভ, অংহকাৰ কৰি সকলো পাহৰি পেলাই। আৰু সন্তানক উচিত শিক্ষাৰ পৰা দূৰত ৰাখে।
সৰুৰে পৰা যি সু শিক্ষা প্ৰদান কৰিব লাগিছিল সেয়া প্ৰদান নকৰে। যাৰ ফলত আপোনালোকৰ সন্তান ডাঙৰ সৈ নানান ধৰনৰ কু কৰ্ম, সমাজত নানান ধৰনৰ বেয়া প্ৰভাৱ পেলাব ধৰে। ইয়াৰ বাবে জগৰীয়া অভিভাৱক তথা শিক্ষা গুৰু সকল।
সৰু পৰাই অভিভাৱক আৰু শিক্ষা প্ৰদান কৰা শিক্ষা গুৰু সকলৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ দায়িত্ব আছে, আৰু ইয়াৰ বাবে যোগ্য।
আহ্বান জনাম সকলোকে আপোনালোকে আপোনালোকৰ উচিত দায়িত্ব পালন কৰাত গুৰুত্ব দিয়ক, যি নেকি ভগৱানে আপোনালোকক দায়িত্ব পালন কৰাৰ অনুমতি প্রদান কৰিছে। আৰু এখন সুন্দৰ পৃথিৱী, এখন সুন্দৰ পৰিৱেশ, এখন সুন্দৰ সমাজ, গঠন কৰাত ভূমিকা পালন কৰিবলৈ আহ্বান জনাইছো।
ধন্যবাদেৰে
সেৱাৰে
মা আৰু প্ৰকৃতি
মাধৱ গগৈ
Tuesday, 23 April 2024
শ্রীমন্ত শংকৰদেৱ শংঙ্ঘৰ গোলাঘাট নগৰ প্ৰাথমিক শাখাৰ বিহু সামৰণি।
শ্রীমন্ত শংকৰদেৱ শংঙ্ঘৰ গোলাঘাট নগৰ প্ৰাথমিক শাখাৰ বিহু সামৰণি।
শ্রীমন্ত শংকৰদেৱ শংঙ্ঘৰ গোলাঘাট জিলাৰ, গোলাঘাট আঞ্চলিক শাখাৰ অৰ্ন্তগত গোলাঘাট নগৰ প্ৰাথমিক শাখাৰ বিহু নিজা প্ৰাথমিক শাখাৰ নামঘৰত সামৰণি পৰে।
প্ৰতি বছৰৰ দৰে এই বাৰো মানৱ জাতিৰ প্ৰাণৰো প্ৰাণ ৰঙালী বিহু উল্লহ মালহেৰে আদৰে। বিহুৰ প্রথম দিনাৰ পৰাই প্ৰতিঘৰ গৃহস্থি ঘৰত গৈ আই মাতৃ সহ, ভকত বৃন্দই পদধূলা দি গৃহস্থৰ মঙ্গলৰ কাৰনে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা ও আৰ্শীবাদ প্ৰদান কৰে। লগতে সমগ্র মানৱ জাতিৰ লগতে দেশৰ মঙ্গল কল্যাণৰ কাৰনে নেদেখা জনৰ ওচৰত সেৱা প্ৰাৰ্থনা আগবঢ়াই।
গোলাঘাটৰ পৰা মাধৱ গগৈৰ প্ৰতিবেদন
নৰ্থইষ্ট নিউজ ইন্ডিয়া।
Thursday, 28 March 2024
বিশেষ আহ্বান
বিশেষ আহ্বান।।
এই বাৰ্তা সকলোৱে আকোঁৱালি লওঁক।
জনসাধাৰণে বহোত কষ্ট কৰি যি জন জনপ্ৰতিনিধি নিৰ্বাচিত কৰি দেশৰ, ৰাজ্যৰ সুৰক্ষা, দেশৰ তথা ৰাজ্যৰ মঙ্গলৰ কাৰনে পঠাই।
সেই ব্যক্তি যদি সু পথত থাকি ভাল কাম কৰি যায়, তেতিয়া সকলোৰে মঙ্গল হব।
সেই জন ব্যক্তি যদি লুভ, মোহ, কাম, ক্ৰোধ দম্ভ, অংহকাৰ এৰি যি দৰমহা ধন পায় সেই ধনেৰে সম্পতি আহৰন কৰে তাতে সীমাবদ্ধ থাকি কাম কৰি যায়, তেওঁৰ কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই।
যি সকল ব্যক্তিয়ে দেশৰ সকে ভাল চিন্তা নকৰে, সেই সকল লোক ভাল কাম কৰিব নোৱাৰে। সেই সকল ব্যক্তিয়ে দেশৰ ৰাজকোষৰ ধন অপব্যৱহাৰ কৰে। নিজৰ পচাৰৰ কাৰনে টকা অপব্যৱহাৰ কৰে।
প্ৰকৃততে যদি সেই ব্যক্তি ভাল কাম কৰি যায় তেতিয়া হলে চিঙৰ বাসৰ কৰি পচাৰ প্ৰসাৰ নকৰিলেও দেশৰ জনগণ সেই ব্যক্তিক নিবাচিত কৰিৱ।
প্ৰচাৰ আৰু প্ৰসাৰ সদায় দেশৰ মঙ্গল হকে, দেশৰ জনগণে নজনা কথা , দেশৰ সমূহ জীৱকোলৰ কাৰনে ভাল আচঁনি যোগোত কৰা কাৰ্য্যৰ কাম হে প্ৰচাৰ আৰু প্ৰসাৰ কৰাত দেশৰ ৰাজকোষৰ ধন ব্যৱহাৰ কৰিব লাগে , যি সকল ব্যক্তিক জনগণে নিবাচিত কৰে।
সেই সকল ব্যক্তিক আহ্বান জনাব বিচাৰো, আপোনালোকে ভাল হবলৈ শিকক।।
ধন্যবাদেৰে।।
সেৱাৰে সকলো জনগণৰ চৰনলৈ।।
Friday, 10 November 2023
সোমবাৰে স্থানীয় বন্ধৰ দিন ঘোষণা
*গোলাঘাট চহৰত সাংস্কৃতিক মহাসংগ্ৰামৰ কাৰ্যসূচী আৰম্ভ*
মানৱ জাতি সুষ্ঠ মনৰ
।।জয় মা আৰু প্ৰকৃতি।। মানৱ জাতি সুষ্ঠ মনৰ যদি অধিকাৰী নহয়, তেতিয়া হলে সমগ্র মানৱ জাতি তথা প্ৰকৃতি, জীৱকোলৰ কল্যাণ অসম্ভৱ। সেৱাৰে। মা আ...
-
03 December, 2020 GOLAGHAT SUKAFA DIVAS চ্যুকাফা দিবস l চ্যুকাফা দিবস উপলক্ষে বুধবাৰে গোলাঘাট নগৰৰ মাজমজিয়া স্থিত চ্যুকাফা ক্ষেত্ৰত চ্যু...
-
30 November, 2020 সময়ৰ নিৰ্মম সত্য উপলব্ধি কৰো আহক... # উচ্চ শিক্ষিত আৰু কম শিক্ষিতৰ কোনো পাৰ্থক্য নাথাকে চল্লিশ বছৰ বয়সত । উচ্চ শিক্ষিত জন...
-
08 December, 2020 কৃষক আন্দোলনৰ নামত আজি ঘোষণা কৰা হ’ল ভাৰত বন্ধ ৷ কিন্ত আজিৰ বন্ধদিনা দুখিয়া ভোকাতুৰৰ ওচৰত উপস্থিত হ"ল এজন সমাজকৰ্মী ...