Friday, 10 November 2023

সোমবাৰে স্থানীয় বন্ধৰ দিন ঘোষণা

গোলাঘাট
১০/১১/২০২৩

        গোলাঘাট জিলা প্ৰশাসনে দিপাৱলী উপলক্ষ্যে অহা ১৩ নৱেম্বৰ, ২০২৩ তাৰিখ, সোমবাৰে স্থানীয় বন্ধৰ দিন ঘোষণা কৰিছে৷ 



ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...