🕉ভৱিষ্যতবাণী🕉
👉 পৃথিৱীৰ ধংশ সমাগত
👉 সাৱধান মানৱ জাতি।
সেই বিশ্বৰ মানৱ জাতি সাৱধান।
সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰাৱ হ'ল। মানৱ জাতিৰ ভূলৰ কাৰনে পৃথিৱীয়ে ভাৰসাম্য হেৰুৱাৰ উপক্রম হৈছে।
মানৱ জাতিয়ে নিজৰ লালখা সমূহ, নিজৰ স্বাৰ্থৰ কাৰনে নানান ধৰনৰ বেয়া কাম কৰিছে, প্ৰকৃতিৰ ধংশ আৰম্ভ কৰিছে।
সময় থাকোতে মানৱ জাতিয়ে নিজে কৰা নানান ধৰনৰ অপৰ্কম, নানান ধৰনৰ বেয়া কাম কৰা বন্ধ নকৰে, তেতিয়া হলে পৃথিৱীৰ ধংশ সমাগত।
কোনো শক্তিয়ে পৃথিৱী তথা সমস্ত জীৱকোল বচাবলৈ সক্ষম নহব। সময়ৰ আহ্বান মানৱ জাতিলৈ সত্য, শুদ্ধ গ্ৰহণ কৰক। সকলোকে সমান চকুৰে চাওঁক। সকলোকে সমান সন্মান প্ৰদান কৰক। পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰক। প্ৰকৃতিৰ ধংশ হোৱা কাম বন্ধ কৰক। সকলোৰে মঙ্গল হোৱা কাম কৰক।
তেতিয়াহে সমস্ত জীৱকোলৰ ৰক্ষা সম্ভৱ।।
👉 ।।ভৱিষ্যতবাণী।।
মাধৱ গগৈ
অসম।
Subscribe to:
Post Comments (Atom)
উৎসৱৰ প্ৰকৃত আনন্দ কেৱল আতচবাজি আৰু আলোকসজ্জাৰ মাজতে সীমাবদ্ধ নহয়
ফটকা-আতচবাজিৰ পৰিৱৰ্তে মানৱতা আৰু জীৱ-জন্তুৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শনৰ আহ্বান শ্ৰী মাধৱ গগৈৰ নিজস্ব সংবাদদাতা: উৎসৱৰ আনন্দৰ নামত ফটকা, বোমা ...
-
03 Jun, 2021 নুমলীগড়ত মৃত নাহৰফুটুকী উদ্ধাৰ নুমলীগড়ৰ বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অধীনৰ বগীধলা চাহ বাগিচাৰ জংঘলত বৃহস্পতিবাৰে বিয়লি এটা প্ৰাপ্...
-
গোলাঘাট (অসম): বিশ্বত বৃদ্ধি পোৱা হিংসা, ঘৃণা, যুদ্ধ আৰু প্ৰাকৃতিক সংকটৰ সময়ত অসমৰ গোলাঘাট জিলাৰ মাধৱ গগৈয়ে আৰম্ভ কৰা “মা আৰু প্ৰকৃতি” আন্...
-
জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ২০০ *গোলাঘাট পৌৰসভালৈ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ পৰিষ্কাৰ নগৰৰ সন্মান* *নতুন দিল্লীত ৰাষ্ট্ৰ...
No comments:
Post a Comment
Welcome Northeast News India