।। জয় মা আৰু প্ৰকৃতি ।।
মানৱ জাতিৰ পৰম্পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা শুভকামনা জ্ঞাপন জনাইছো। এই শুভ খনত সমগ্র মানৱ জাতিৰ শুভ মনৰ, সু চিন্তাৰ উদয় হওঁক। একোখনকৈ সু সমাজ প্ৰতিষ্ঠা হওঁক , সমগ্র বিশ্বতে একোখনকৈ মা আৰু প্ৰকৃতিৰ যি লক্ষ্য আৰু উদ্দেশ্য সেয়া আগত ৰাখি সমাজ গঠন হওঁক তাৰে কামনা কৰিলো।
সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছাৰে।
সেৱাৰে
মা আৰু প্ৰকৃতি
মাধৱ গগৈ
Subscribe to:
Post Comments (Atom)
মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ
প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ গোলাঘাট, অসম...
-
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি: ১৪-১২-২০২২ *১৬ ডিচেম্বৰৰ পৰা গোলাঘাটত বিশেষ টিকাকৰন অভিযান ২.০ ...
-
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৪/২০২৩ *গোলাঘাটত ধান ক্ৰয় ব্যৱস্থাৰ পৰ্যালোচনা উপায়ুক্তৰ* ...
No comments:
Post a Comment
Welcome Northeast News India