Sunday, 25 August 2024

বিশ্বৰ মানৱ জাতিলৈ সময়ৰ আহ্বান।


 ।।জয় মা আৰু প্ৰকৃতি।। 


বিশ্বৰ মানৱ জাতিলৈ সময়ৰ আহ্বান। 

সেই মানৱ জাতি এই পৃথিৱীত পাপ তেতিয়াহে কমিব, পৃথিৱীত নিকা পৰিৱেশে বিৰাজ কৰিবলৈ সক্ষম হব। সকলো স্বাভাৱিক অৱস্থালৈ ঘুৰি আহিব যি দিনা বিশ্বৰ সকলো মানৱ জাতিয়ে নিজৰ ভূল স্বীকাৰ কৰি নিজৰ ভূল সমূহ সোধৰাৱ। 

প্ৰত্যেক গৰাকী মহিলা সতী দৰে হৱলৈ চেষ্টা কৰিব লাগিব। আৰু প্ৰত্যেক গৰাকী পুৰুষ  মৰ্য্যদা পুৰুষতম শ্ৰী ৰামচন্দ্ৰ দৰে হৱলৈ চেষ্টা কৰিব লাগিব। তেতিয়াহে এই পৃথিৱীৰ পৰা পাপ নাইকীয়া হৱ।।

।।জয় মা আৰু প্ৰকৃতি।।

সেৱাৰে 
মা আৰু প্ৰকৃতি 
মাধৱ গগৈ

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...