Tuesday, 23 March 2021
গোলাঘাট জিলাত ২৫ মাৰ্চৰ পৰা ড্ৰাই দে ঘোষণা
গোলাঘাটত কাইলৈ পুৱা ৭ বজাৰ পৰা নিষিদ্ধ মটৰ চাইকেল ৰেলী
Monday, 22 March 2021
বগীনদী আঞ্চলিক বাইথ' সমাজৰ সৌজন্যত বগীনদী আঞ্চলিক বাইথ' মন্দিৰৰ প্ৰাঙ্গণত গজাই-মনাই ক্ষেত্ৰত ২২ তম্ খ্ৰীং খ্ৰীং বাইথ' পূজা আয়োজন।
22 March, 2021
*লখিমপুৰ বাইথ' পূজা* Date :- 22/3/21
## বগীনদী আঞ্চলিক বাইথ' সমাজৰ সৌজন্যত বগীনদী আঞ্চলিক বাইথ' মন্দিৰৰ প্ৰাঙ্গণত গজাই-মনাই ক্ষেত্ৰত ২২ তম্ খ্ৰীং খ্ৰীং বাইথ' পূজা আয়োজন।
## দুদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰা এই খ্ৰীং খ্ৰীং বাইথ' পূজা অনুষ্ঠনত দেওবাৰে বিভিন্ন সাহিত্য প্ৰতিযোগিতা অনুস্থিত কৰা হয়।
## সোমবাৰে পুৱা ৮ বজাত পূঁজা আৰু নিৰ্মালী প্ৰদানৰ পাছতে সোনোৱাল সমাজত বাইথ' পূজাৰ তাৎপৰ্য্য হিচাপে লৈ অনুষ্ঠিত হয় এখনি মুকলি সভা।
## এই মুকলি সভাখনি উদ্ধোধন কৰে সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ধীৰেণ সোণোৱালে।
## এই খ্ৰীং খ্ৰীং বাইথ' পূজাত বিষেশকৈ বাইথ' দেৱতাক আৰাধনা কৰা হয়।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
Sunday, 21 March 2021
*লখিমপুৰ বিহু কৰ্মশালা* Date :- 21/3/21
21 March, 2021
*লখিমপুৰ বিহু কৰ্মশালা* Date :- 21/3/21
## ৰাজ্য বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰৰ সমান্তৰালকৈ চলিছে বিহু কৰ্মশালা।
## বিহু প্ৰাক ক্ষণত ৰাজ্যত বিধানসভা নিৰ্বাচন।
## কিন্তু নিৰ্বাচনৰ বাবে থমকি নাইৰোৱা বাপতি শাওন ৰঙালী বিহু।
## লখিমপুৰৰ প্ৰান্তে প্ৰান্তে চলিছে নিৰ্বাচনী প্ৰচাৰৰ সমান্তৰালকৈ বিহু কৰ্মশালা।
## লখিমপুৰৰ মণিকাঞ্চন সংগীত মহাবিদয়ালয়ৰ সৌজন্যত সাংস্কৃতিক মহাসভা সহযোগত যোৱ ৮ মাৰ্চৰ পৰা আয়োজন কৰা হয় এক বিহু কৰ্মশালা।
## বিহু নাচ,বিহুনাম,ঢোল,পেপা, গগনা আৰু লোকনৃত্য প্ৰশিক্ষনৰ আজি সামৰণি পৰে।
## প্ৰশিক্ষক হিচাপে উপস্থিত থাকে সন্ধ্যা ৰাণী ফুকন, হিমাক্ষী হাজৰিকাৰ, চন্দ্ৰভূষণ বনিয়া লগতে আৰু কেইবাজনো প্ৰশিক্ষকে প্ৰশিক্ষন প্ৰদান কৰে।
## এই কৰ্মশালাত প্ৰায় ৪০ গৰাকী শিক্ষাৰ্থীয়ে প্ৰশিক্ষন গ্ৰহন কৰে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰিলে ১০০০টকা পৰ্যন্ত জৰিমনা
Saturday, 20 March 2021
৯৬ নং খুমটাই বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পার্টিৰ আৰু অগপ দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মৃণাল শইকীয়াৰ নিৰ্বাচনী
20 March, 2021
৯৬ নং খুমটাই বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পার্টিৰ আৰু অগপ দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মৃণাল শইকীয়াৰ নিৰ্বাচনী
প্ৰচাৰ আজি শেনছোৱা পঞ্চায়তৰ আধাৰসত্ৰৰ নাট্য মন্দিৰত অনুষ্ঠিত হয়। ৰাইজে পাৰ্থীগৰাকীক পদযাত্ৰাৰে গায়ন- বায়ন, বিহু, ঝুমুৰ নাচি আদৰি নিয়ে মঞ্চলৈ।
খুমটাইৰ পৰা সঞ্জীৱ কুমাৰ প্ৰজাপতিৰ ৰিৰ্পত
নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
বিশ্বৰ পৰা যক্ষ্মাৰোগ নিৰ্মূলৰ উদ্দেশ্যে ১৮ মাৰ্চত গোলাঘাটৰ ডি আৰ কলেজ খেলপথাৰত এখন
20 March, 2021
বিশ্বৰ পৰা যক্ষ্মাৰোগ নিৰ্মূলৰ উদ্দেশ্যে ১৮ মাৰ্চত গোলাঘাটৰ ডি আৰ কলেজ খেলপথাৰত এখন
প্ৰীতি মূলক ক্ৰিকেটখেল অনুষ্ঠিত হয় ৷ গোলাঘাট জিলা সাংবাদিক সংস্হা বনাম জিলা যক্ষ্মাৰোগ নিয়ন্ত্ৰণ বিভাগ আৰু যক্ষ্মাৰ পৰা আৰোগ্যলাভ কৰা লোকৰ মাজত অনুষ্ঠিত হোৱা খেলখনত সাংবাদিক সংস্থাই ১৪০ ৰাণ কৰাৰ বিপৰীতে প্ৰতিপক্ষদলে ১৩৫ ৰাণ কৰে আৰু সাংবাদিকৰ দলটো ৬ৰাণত বিজয়ী হয় ৷মেন অৱদা মেচ খিতাপ লাভকৰে সাংবাদিক সংস্হাৰ দিপক হাজৰিকাই ৷ ::
প্ৰকাশ শৰ্মা গোলাঘাট ৷
নৰ্থইষ্ট নিউজ ইণ্ডিয়া
মানৱ জাতিৰ ধ্বংস সমাগত
মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
।।জয় গুৰু মা প্ৰকৃতি।। বিশ্বৰ সকলো মানৱ জাতিলৈ আহ্বান। যুদ্ধই একো সমস্যা সমাধান নহয়। দুয়ো পক্ষৰ অকল ক্ষতি হোৱাৰ বাহিৰে একো লা...