Saturday, 20 March 2021

বিশ্বৰ পৰা যক্ষ্মাৰোগ নিৰ্মূলৰ উদ্দেশ্যে ১৮ মাৰ্চত গোলাঘাটৰ ডি আৰ কলেজ খেলপথাৰত এখন

 20 March, 2021

বিশ্বৰ পৰা যক্ষ্মাৰোগ নিৰ্মূলৰ উদ্দেশ্যে ১৮ মাৰ্চত গোলাঘাটৰ ডি আৰ কলেজ খেলপথাৰত এখন


প্ৰীতি মূলক ক্ৰিকেটখেল অনুষ্ঠিত হয় ৷ গোলাঘাট জিলা সাংবাদিক সংস্হা বনাম জিলা যক্ষ্মাৰোগ নিয়ন্ত্ৰণ বিভাগ আৰু যক্ষ্মাৰ পৰা আৰোগ্যলাভ কৰা লোকৰ মাজত অনুষ্ঠিত হোৱা খেলখনত সাংবাদিক সংস্থাই ১৪০ ৰাণ কৰাৰ বিপৰীতে প্ৰতিপক্ষদলে ১৩৫ ৰাণ কৰে আৰু সাংবাদিকৰ দলটো ৬ৰাণত বিজয়ী হয় ৷মেন অৱদা মেচ খিতাপ লাভকৰে সাংবাদিক সংস্হাৰ দিপক হাজৰিকাই ৷ :: 


প্ৰকাশ শৰ্মা গোলাঘাট ৷

নৰ্থইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...