Monday, 22 March 2021

বগীনদী আঞ্চলিক বাইথ' সমাজৰ সৌজন্যত বগীনদী আঞ্চলিক বাইথ' মন্দিৰৰ প্ৰাঙ্গণত গজাই-মনাই ক্ষেত্ৰত ২২ তম্ খ্ৰীং খ্ৰীং বাইথ' পূজা আয়োজন।

 22 March, 2021


*লখিমপুৰ বাইথ' পূজা* Date :- 22/3/21


## বগীনদী আঞ্চলিক বাইথ' সমাজৰ সৌজন্যত বগীনদী আঞ্চলিক বাইথ' মন্দিৰৰ প্ৰাঙ্গণত গজাই-মনাই ক্ষেত্ৰত ২২ তম্ খ্ৰীং খ্ৰীং বাইথ' পূজা আয়োজন।



## দুদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰা এই খ্ৰীং খ্ৰীং বাইথ' পূজা অনুষ্ঠনত দেওবাৰে বিভিন্ন সাহিত্য প্ৰতিযোগিতা অনুস্থিত কৰা হয়।


## সোমবাৰে পুৱা ৮ বজাত পূঁজা আৰু নিৰ্মালী প্ৰদানৰ পাছতে সোনোৱাল সমাজত বাইথ' পূজাৰ তাৎপৰ্য্য হিচাপে লৈ অনুষ্ঠিত হয় এখনি মুকলি সভা।


## এই মুকলি সভাখনি উদ্ধোধন কৰে সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ধীৰেণ সোণোৱালে।


## এই খ্ৰীং খ্ৰীং বাইথ' পূজাত বিষেশকৈ বাইথ' দেৱতাক আৰাধনা কৰা হয়।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

No comments:

Post a Comment

Welcome Northeast News India

মোৰ জাতি এটাই

মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India