Monday, 1 February 2021

01 February, 2021 *সাংস্কৃতিক সন্ধ্যা লখিমপুৰৰ* Date :- 1/2/21 ## মে ডাম মে ফি উপলক্ষ্যে লখিমপুৰ জিলা কদম থৌ-থোৱানী ছ্যুকাফা ভৱনত নিশা সাংস্কৃতিক সন্ধ্যা আয়োজন। ## সদৌ অসম আহোম সভা, সদৌ তাই আহোম ছাত্ৰ সন্থা, তাই আহোম যুৱ পৰিষদ অসম, তাই আহোম যুৱ সন্মিলনী আৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজন কৰা এই সাংস্কৃতিক অনুষ্ঠানৰ মূখ্য আক্ৰৰ্ষণ RCB সাগৰৰ গীতৰ শৰাই। ## RCB সাগৰৰ লগতে গীত পৰিবেশন কৰে ৰিতু প্ৰতিম ৰাজখোৱা আৰু বণশ্ৰী গগৈয়ে। ## উৰে নিশা গীতৰ লগত নাচি বাগি আনন্দত মতলীয়া হৈ পৰে থৌ-থোৱানী বাসী ৰাইজ। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 01 February, 2021


*সাংস্কৃতিক সন্ধ্যা লখিমপুৰৰ* Date :- 1/2/21


## মে ডাম মে ফি উপলক্ষ্যে লখিমপুৰ জিলা কদম থৌ-থোৱানী ছ্যুকাফা ভৱনত নিশা সাংস্কৃতিক সন্ধ্যা আয়োজন।


## সদৌ অসম আহোম সভা, সদৌ তাই আহোম ছাত্ৰ সন্থা, তাই আহোম যুৱ পৰিষদ অসম, তাই আহোম যুৱ সন্মিলনী আৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজন কৰা এই সাংস্কৃতিক অনুষ্ঠানৰ মূখ্য আক্ৰৰ্ষণ RCB সাগৰৰ গীতৰ শৰাই।


## RCB সাগৰৰ লগতে গীত পৰিবেশন কৰে ৰিতু প্ৰতিম ৰাজখোৱা আৰু বণশ্ৰী গগৈয়ে।


## উৰে নিশা গীতৰ লগত নাচি বাগি আনন্দত মতলীয়া হৈ পৰে থৌ-থোৱানী বাসী ৰাইজ।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Sunday, 31 January 2021

31 January, 2021সমগ্ৰ ভাৰত তথা নৰ্থ ইষ্ট বাসীলৈ টাই আহোম সকলৰ পৱিত্ৰ উৎসৱ মে-ডাম্-মে-ফীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আহি থকা আগন্তক সময় বোৰত সকলোৰে মিলা প্ৰিতি ভাতৃত্ব বোধ অতুত থাকে তাৰে কামনাৰে। নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

31 January, 2021


সমগ্ৰ ভাৰত তথা নৰ্থ ইষ্ট বাসীলৈ টাই আহোম সকলৰ পৱিত্ৰ উৎসৱ মে-ডাম্-মে-ফীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আহি থকা আগন্তক সময় বোৰত সকলোৰে মিলা প্ৰিতি ভাতৃত্ব বোধ অতুত থাকে তাৰে কামনাৰে। 

নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

Saturday, 30 January 2021

30 January, 2021 *লখিমপুৰ ফুটবল ৰেফাৰী চেমিনাৰ* Date :- 30/1/21 ## সদৌ অসম ফুটবল ৰেফাৰী কৈল্যাণ সন্থাৰ তত্ত্বৱধানত হাতীলোং ফুটবল ক্'চিং চেন্টাৰৰ উদ্যোগত আগন্তক হবলগা কেটেগুৰী 5 পৰীক্ষাৰ বাবে কেনেদৰে সাজু হব তাৰ ওপৰত আজি এখনি প্ৰি-ফুটবল ৰেফাৰী চেমিনাৰ অনুষ্টিত কৰা হয়। ## লখিমপুৰ নগৰৰ পশ্চিমাঞ্চল হাতীলোং খেলপথাৰত অনুস্থিত হোৱা এই অনুষ্ঠানত উপস্তিত থাকে ৰাষ্ট্ৰীয় ৰেফাৰী ডিব্ৰুগড়ৰ জীৱন গগৈ আৰু বোকাখাতৰ দ্বীপৰাজ ছেত্ৰী। ## এই প্ৰি-ফুটবল ৰেফাৰী চেমিনাৰখনত ঢকুৱাখনা, লখিমপুৰ আৰু ধেমাজি জিলাৰ পৰা আগন্তক ৰেফাৰী পৰীক্ষাৰত অংশ গ্ৰহণ কৰাৰ প্ৰায় ৩৫ জন পৰীক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 30 January, 2021


*লখিমপুৰ ফুটবল ৰেফাৰী চেমিনাৰ* Date :- 30/1/21


## সদৌ অসম ফুটবল ৰেফাৰী কৈল্যাণ সন্থাৰ তত্ত্বৱধানত হাতীলোং ফুটবল ক্'চিং চেন্টাৰৰ উদ্যোগত আগন্তক হবলগা কেটেগুৰী 5 পৰীক্ষাৰ বাবে কেনেদৰে সাজু হব তাৰ ওপৰত আজি এখনি প্ৰি-ফুটবল ৰেফাৰী চেমিনাৰ অনুষ্টিত কৰা হয়।


## লখিমপুৰ নগৰৰ পশ্চিমাঞ্চল হাতীলোং খেলপথাৰত অনুস্থিত হোৱা এই অনুষ্ঠানত উপস্তিত থাকে ৰাষ্ট্ৰীয় ৰেফাৰী ডিব্ৰুগড়ৰ জীৱন গগৈ আৰু বোকাখাতৰ দ্বীপৰাজ ছেত্ৰী।


## এই প্ৰি-ফুটবল ৰেফাৰী চেমিনাৰখনত ঢকুৱাখনা, লখিমপুৰ আৰু ধেমাজি জিলাৰ পৰা আগন্তক ৰেফাৰী পৰীক্ষাৰত অংশ গ্ৰহণ কৰাৰ প্ৰায় ৩৫ জন পৰীক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


30 January, 2021 গোলাঘাট জিলাৰ বৃহত্তৰ অসমীয়া মহিলা মঞ্চৰ সমিতি গঠন। Date :- 30/01/2021 আজি ইংৰাজী ২০২১ বৰ্ষৰ ৩০ জানুৱাৰী শনিবাৰে বৃহত্তৰ অসমীয়া মহিলা মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত বৃহত্তৰ অসমীয়া যুব মঞ্চৰ গোলাঘাট জিলা সমিতিৰ সহযোগত, গোলাঘাট মহিলা সমিতি কাৰ্য্যালয়ত এখনি সভা অনুষ্ঠিত হয়। উক্ত সভাত সভানেত্রী সীমা কোঁৱৰ, আৰু সম্পাদিকা নিকিতা ফুকনক,লৈ বৃহত্তৰ অসমীয়া মহিলাৰ মঞ্চৰ গোলাঘাট জিলা সমিতি খন গঠন কৰা হয়। সদৌ শেষত জাতীয় সংগীতেৰে সভাৰ অন্ত পৰে। নিউজ ডেস্কঃ ৰিপত নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 30 January, 2021


গোলাঘাট জিলাৰ বৃহত্তৰ অসমীয়া মহিলা মঞ্চৰ সমিতি গঠন। Date :- 30/01/2021


আজি ইংৰাজী ২০২১ বৰ্ষৰ ৩০ জানুৱাৰী শনিবাৰে বৃহত্তৰ অসমীয়া মহিলা মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত বৃহত্তৰ অসমীয়া যুব মঞ্চৰ গোলাঘাট জিলা সমিতিৰ সহযোগত, গোলাঘাট মহিলা সমিতি কাৰ্য্যালয়ত এখনি সভা অনুষ্ঠিত হয়। উক্ত সভাত সভানেত্রী সীমা কোঁৱৰ, আৰু সম্পাদিকা নিকিতা ফুকনক,লৈ বৃহত্তৰ অসমীয়া মহিলাৰ মঞ্চৰ গোলাঘাট জিলা সমিতি খন গঠন কৰা হয়। সদৌ শেষত জাতীয় সংগীতেৰে সভাৰ অন্ত পৰে। 



নিউজ ডেস্কঃ ৰিপত নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


30 January, 2021 *মুখ্যমন্ত্ৰী লখিমপুৰ আগমন* Date :- 30/1/21 ## লখিমপুৰত আছু কমীক শ্বহীদ ভৱনলৈ যোৱাত বাধা আৰক্ষী। ## আজি লখিমপুৰত কেইবাটাও কায্যসূচীলৈ মুখ্যমন্ত্ৰী সবানন্দ সোনোৱালৰ আগমন লখিমপুত। ## আছু শ্বহীদ ভৱনৰ কাষতে থকা Indoor studium টো আজি মুখ্যমন্ত্ৰী সবানন্দ সোনোৱালে পুনৰ নিম্মাৰ্ণৰ আধাশিলা স্থাপন কৰিব সেই বাবেই আছু কমী কায্যলয়লৈ যোৱাত বাধা প্ৰদান কৰে আৰক্ষীয়ে। ## নিজ কায্যলয়ৰ পৰা বাহিত আজি লখিমপুৰ আছু। ## সেই লৈ আছু কমী সকল খুবিত হৈ পৰে। ## শ্বহীদ ভৱনৰ পৰা আজি মুখ্যমন্ত্ৰী হোৱা সবানন্দ ক কঠোৰ ভাবে সমালোচনা কৰে আছু নেতৃত্বই। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 30 January, 2021


*মুখ্যমন্ত্ৰী লখিমপুৰ আগমন* Date :- 30/1/21


## লখিমপুৰত আছু কমীক শ্বহীদ ভৱনলৈ যোৱাত বাধা আৰক্ষী।


## আজি লখিমপুৰত কেইবাটাও কায্যসূচীলৈ মুখ্যমন্ত্ৰী সবানন্দ সোনোৱালৰ আগমন লখিমপুত।


## আছু শ্বহীদ ভৱনৰ কাষতে থকা   Indoor studium টো আজি মুখ্যমন্ত্ৰী সবানন্দ সোনোৱালে পুনৰ নিম্মাৰ্ণৰ আধাশিলা স্থাপন কৰিব সেই বাবেই আছু কমী কায্যলয়লৈ যোৱাত বাধা প্ৰদান কৰে আৰক্ষীয়ে।


## নিজ কায্যলয়ৰ পৰা বাহিত আজি লখিমপুৰ আছু।


## সেই লৈ আছু কমী সকল খুবিত হৈ পৰে।


## শ্বহীদ ভৱনৰ পৰা আজি মুখ্যমন্ত্ৰী হোৱা সবানন্দ ক কঠোৰ ভাবে সমালোচনা কৰে আছু নেতৃত্বই।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


30 January, 2021 *চুতীয়া ছাত্ৰ সন্থা অধিবেশন লখিমপুৰ* Date :- 30/1/21 ##ভাৰতবৰ্ষৰ ভিতৰত অসমীয়া জাতি জিলিকি থাকিবলৈ হলে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী শক্তিশালী হবই লাগিব। ## ইয়াৰ বাবে নৱ প্ৰজন্মই শিক্ষা দীক্ষাৰে নিজক প্ৰতিষ্ঠা কৰি সমাজক আগুৱাই নিব লাগিব। ##লখিমপুৰৰ বগীনদীৰ চুতীয়া ছাত্র সন্হাৰ অধিবেশন থলীৰ পৰা মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল ৰ আহ্বান। ##ৰাজ্য চৰকাৰ খনে ৰাজনীতি নকৰি প্ৰতিটো জাতি জনগোষ্ঠীৰ উন্নয়ন ৰ হকে কাম কৰা বুলি ঘোষণা মুখ্যমন্ত্রী। ##ৰাজ্যত সতী সাধনী বিশ্ব বিদ্যা লয় স্হাপন নিশ্চিত বুলি সগৌৰৱে ঘোষণা কৰে মূখ্যমন্ত্ৰীয়ে। ##মুখ্যমন্তীৰ সৈতে অধিবেশনৰ মুকলি সভাত মন্ত্রী অতুল বৰা, নৱ দলে, সাংসদ প্ৰদান বৰুৱা কে ধৰি ভালেখিনি ৰাজনৈতিক নেতাই অংশ গ্ৰহণ কৰে। ## ইয়াৰ পাছতে মূখ্য মন্ত্ৰীয়ে লখিমপুৰত আৰু তিনিটা কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 30 January, 2021


*চুতীয়া ছাত্ৰ সন্থা অধিবেশন লখিমপুৰ* Date :- 30/1/21


##ভাৰতবৰ্ষৰ ভিতৰত অসমীয়া জাতি জিলিকি থাকিবলৈ হলে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী শক্তিশালী হবই লাগিব।


## ইয়াৰ বাবে নৱ প্ৰজন্মই শিক্ষা দীক্ষাৰে নিজক প্ৰতিষ্ঠা কৰি সমাজক  আগুৱাই নিব লাগিব।


##লখিমপুৰৰ বগীনদীৰ চুতীয়া ছাত্র সন্হাৰ  অধিবেশন থলীৰ পৰা মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল ৰ আহ্বান।


##ৰাজ্য চৰকাৰ খনে ৰাজনীতি নকৰি প্ৰতিটো জাতি জনগোষ্ঠীৰ উন্নয়ন ৰ হকে কাম কৰা বুলি ঘোষণা মুখ্যমন্ত্রী।


##ৰাজ্যত সতী সাধনী বিশ্ব বিদ্যা লয় স্হাপন নিশ্চিত বুলি সগৌৰৱে ঘোষণা কৰে মূখ্যমন্ত্ৰীয়ে।


##মুখ্যমন্তীৰ সৈতে অধিবেশনৰ মুকলি সভাত মন্ত্রী অতুল বৰা, নৱ দলে, সাংসদ প্ৰদান বৰুৱা কে ধৰি ভালেখিনি ৰাজনৈতিক নেতাই অংশ গ্ৰহণ কৰে।


## ইয়াৰ পাছতে মূখ্য মন্ত্ৰীয়ে লখিমপুৰত আৰু তিনিটা কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰে।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Friday, 29 January 2021

29 January, 2021 গোলাঘাটৰ কমাৰবন্ধাত সদৌ অসম ভিত্তিত আয়োজন কৰা হৈছে টেনিছবল ক্ৰীকেট বল প্ৰতিযোগিতা ৷ ৰজনাখাট জ্যোতিৰূপা যুৱক সংঘ আৰু পুথিভড়াল হাৰ্বচ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত প্ৰথমবাৰৰ বাবে সদৌ অসম ভিত্তিত প্ৰাইজ মণি দিবা নৈশ ক্ৰিকেট বল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ৷৬;৭ আৰু ৮ ফ্ৰেব্ৰুৱাৰীত চত্ৰধৰ দাস খেলপথাৰত অনুষ্ঠিত হবলগা এই প্ৰতিযোগিতাত উপস্থিত থাকিবৰ বাবে ৰাইজলৈ আহ্বান জনাইছে আয়োজক সকলে ৷--------- কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

 29 January, 2021


গোলাঘাটৰ কমাৰবন্ধাত সদৌ অসম ভিত্তিত আয়োজন কৰা হৈছে টেনিছবল ক্ৰীকেট বল প্ৰতিযোগিতা ৷

ৰজনাখাট জ্যোতিৰূপা যুৱক সংঘ আৰু পুথিভড়াল হাৰ্বচ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত প্ৰথমবাৰৰ বাবে সদৌ অসম ভিত্তিত প্ৰাইজ মণি দিবা নৈশ ক্ৰিকেট বল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ৷৬;৭ আৰু ৮ ফ্ৰেব্ৰুৱাৰীত চত্ৰধৰ দাস খেলপথাৰত অনুষ্ঠিত হবলগা এই প্ৰতিযোগিতাত উপস্থিত থাকিবৰ বাবে ৰাইজলৈ আহ্বান জনাইছে আয়োজক সকলে ৷---------


কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷


পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...