Wednesday, 27 January 2021

27 January, 2021 এজন আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ ১৬ বছৰীয়া কণ্যাৰ দেশপ্ৰেমমূলক নৃত্যই মুহিলে ৰাইজক দেশজুৰি চৰকাৰি আৰু বেচৰকাৰি ভাবে ২৬ জানুৱাৰীত অনুষ্ঠিত হল গণৰাজ্য দিৱস ৷ গোলাঘাটৰ সমম্বয় খেল পথাৰতো মন্ত্ৰী চন্দন ব্ৰহ্মই উত্তোলন কৰিলে এিৰঙ্গা ৷ বিভিন্ন কায্যসূচীৰ লগতে গোলাঘাটৰ আৰক্ষী বিষয়া সুৰজিত সিং পানেশ্বৰৰ কণ্যা গজল পানেশ্বৰে একক ভাবে প্ৰৰ্দশন কৰা নৃত্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে ৷ গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷

 27 January, 2021


এজন আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ  ১৬ বছৰীয়া কণ্যাৰ দেশপ্ৰেমমূলক নৃত্যই মুহিলে ৰাইজক 


দেশজুৰি চৰকাৰি আৰু বেচৰকাৰি ভাবে ২৬ জানুৱাৰীত অনুষ্ঠিত হল গণৰাজ্য দিৱস ৷ গোলাঘাটৰ সমম্বয় খেল পথাৰতো মন্ত্ৰী চন্দন ব্ৰহ্মই উত্তোলন কৰিলে এিৰঙ্গা ৷ বিভিন্ন কায্যসূচীৰ লগতে গোলাঘাটৰ আৰক্ষী বিষয়া সুৰজিত সিং পানেশ্বৰৰ কণ্যা গজল পানেশ্বৰে একক ভাবে প্ৰৰ্দশন কৰা নৃত্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে ৷

গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷


27 January, 2021 *Lakhimpur CONG* ## লখিমপুৰ ত্যাগক্ষেত্ৰত। কংগ্ৰেছৰ বিশাল গণ সমাবেশ। ## ৪৭ চনত বৃটিছক খেদিলে আৰু ২১ত বিজেপিক খেদাৰ সংকল্পৰে লখিমপুৰত কংগ্ৰেছৰ নিবাচনী ৰণশিঙা। ## বুধবাৰে লখিমপুৰ ত্যাগক্ষেত্ৰত অনুষ্ঠিত বিশাল গণ সমাবেশত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ,উপ দলপতি ৰকিবুল হুচেইন ,সাংসদ গৌৰৱ গগৈ সাংসদ ৰাণী নৰহ , AICC ৰ সম্সাদক - অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰভাৰী তথা চত্ৰিছগড়ৰ বিধায়কৰ বিকাশ উপাধ্যায় , প্ৰাক্তন মন্ত্ৰী ভৰত নৰহ , প্ৰাক্তন বিধায়ক তথা AICC ৰ সম্সাদক ভূপেন বৰা , ন কংগ্ৰেছী মিৰা বৰঠাকুৰ উপস্থিত থাকে। ## বিজেপিৰ বিশ্বাসঘাতক দল আখ্যা দিয়ে গৌৰৱ গগৈয়ে। ## ২০২১ ত কংগ্ৰেছ চৰকাৰ হলে প্ৰথমেই মাইক্ৰ ফাইনেঞ লোন মাফ , কৃষকৰ ঋণ মাফৰ লগতে ১২০ ইউনিট ইলেকট্ৰিক মাফ কৰাৰ প্ৰতিশ্ৰুতি ৰকিবুল হুচেইনৰ। ## বিজেপি ৰিৰ্মটকন্ত্ৰলৰ চৰকাৰ বুলি আখ্যা দিয়াৰ লগতে ২০২১ চনত কংগ্ৰেছই চৰকাৰ গঠন কৰিবলৈ সক্ষম হব বুলি মন্তব্য কৰিলে সাংসদ গৌৰৱ গগৈ। ## মহাযুবন্ধনৰ জৰিয়তে বিজেপি চৰকাৰক ওফৰাবলৈ অসমৰ সকলো দলক আহ্বান জনাই ৰাইজৰ দ'ল আৰু অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈক গৌৰৱ গগৈয়ে একত্ৰিত হোৱাৰ আহ্বান। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 27 January, 2021



*Lakhimpur CONG*


## লখিমপুৰ ত্যাগক্ষেত্ৰত। কংগ্ৰেছৰ বিশাল গণ সমাবেশ। 


## ৪৭ চনত বৃটিছক খেদিলে আৰু ২১ত বিজেপিক খেদাৰ সংকল্পৰে লখিমপুৰত কংগ্ৰেছৰ নিবাচনী ৰণশিঙা।


## বুধবাৰে লখিমপুৰ ত্যাগক্ষেত্ৰত অনুষ্ঠিত  বিশাল গণ সমাবেশত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছৰ  সভাপতি ৰিপুণ বৰা ,উপ দলপতি ৰকিবুল হুচেইন ,সাংসদ গৌৰৱ  গগৈ সাংসদ ৰাণী নৰহ , AICC ৰ সম্সাদক  -  অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰভাৰী তথা চত্ৰিছগড়ৰ বিধায়কৰ বিকাশ উপাধ্যায় ,  প্ৰাক্তন মন্ত্ৰী ভৰত নৰহ , প্ৰাক্তন বিধায়ক তথা AICC ৰ সম্সাদক  ভূপেন বৰা , ন কংগ্ৰেছী মিৰা বৰঠাকুৰ উপস্থিত থাকে।


## বিজেপিৰ বিশ্বাসঘাতক দল আখ্যা দিয়ে গৌৰৱ গগৈয়ে।


## ২০২১ ত কংগ্ৰেছ চৰকাৰ হলে প্ৰথমেই  মাইক্ৰ ফাইনেঞ  লোন মাফ , কৃষকৰ ঋণ মাফৰ লগতে  ১২০ ইউনিট   ইলেকট্ৰিক মাফ কৰাৰ প্ৰতিশ্ৰুতি ৰকিবুল হুচেইনৰ।


## বিজেপি ৰিৰ্মটকন্ত্ৰলৰ চৰকাৰ  বুলি আখ্যা দিয়াৰ লগতে ২০২১ চনত কংগ্ৰেছই চৰকাৰ গঠন কৰিবলৈ সক্ষম হব বুলি মন্তব্য কৰিলে সাংসদ  গৌৰৱ গগৈ।


## মহাযুবন্ধনৰ জৰিয়তে বিজেপি চৰকাৰক ওফৰাবলৈ অসমৰ সকলো দলক আহ্বান জনাই ৰাইজৰ দ'ল আৰু অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈক গৌৰৱ গগৈয়ে  একত্ৰিত হোৱাৰ আহ্বান।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


27 January, 2021 *লখিমপুৰত উত্তেজনা* Date :- 27/1/21 ## হত্যা কাণ্ডক কেন্দ্ৰ কৰি লখিমপুৰ ৰঙাজানৰ পদুমনি গাৱত উত্তপ্ত পৰিস্থিতি। ## হত্যাকাৰীক ৰক্ষণাবেক্ষণ দিয়া অভিযোগ তুলি ৰাইজে ভাঙিলে লিলাবাৰী আৰক্ষীৰ বাহন । ## ঘটনাৰ বিৱৰণী অনুসৰি যোৱা ২৪ জানুৱাৰী তাৰিখে লখিমপুৰৰ চাবতি পদুমনি মসজিদত হোৱা এক ধৰ্মীয় অনুষ্ঠানৰ পৰা চামাদ আলি নামৰ লোক জন অাহি থাকোতে পথত ইয়োচুফ অালিৰ সৈতে বাক বিতন্দা হয়। ## পৰবৰ্তী সময়ত চামাদে ঘৰত আহি নিশাৰ অাহাৰ গ্ৰহন কৰি থাকোতে ইয়োচুফ অালিয়ে চামাদৰ গৃহৰ ভিতৰত প্ৰৱেশ কৰি চোকা অস্ত্রৰে চামাদৰ মুৰত গুৰুত্ব ভাবে আক্রমণ কৰে। ## আক্ৰমণ কৰা মুল অভিযুক্তক লিলাবাৰী আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰে ৰাইজে। ## আৰক্ষীগৈ অভিযুক্ত ইচাকৰ গৃহত উপস্থিত হোৱাত ৰাইজ আৰু লিলাবাৰী আৰক্ষীৰ মাজত বাক বিতন্ডা হয়। ## পৰৱৰ্তী সময়ত উত্তেজিত ৰাইজে লিলাবাৰী আৰক্ষীৰ বাহণত অাক্ৰমণ চলায়। ## লগে লগে আৰক্ষীয়ে উক্ত ঘটনা স্থলিৰ পৰা পলায়ন কৰে। ## ইয়াৰপূর্বেও ইয়োচুফ আলী বিৰুদ্ধে বহু মাৰপিট কৰা তথা অনৈতিক কাৰ্যত লিপ্ত থকাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। বিৰো ৰিপোৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 27 January, 2021


*লখিমপুৰত উত্তেজনা* Date :- 27/1/21


## হত্যা কাণ্ডক কেন্দ্ৰ কৰি লখিমপুৰ ৰঙাজানৰ পদুমনি গাৱত উত্তপ্ত পৰিস্থিতি। 


## হত্যাকাৰীক ৰক্ষণাবেক্ষণ দিয়া অভিযোগ তুলি ৰাইজে ভাঙিলে লিলাবাৰী আৰক্ষীৰ বাহন । 



## ঘটনাৰ বিৱৰণী অনুসৰি যোৱা ২৪ জানুৱাৰী তাৰিখে লখিমপুৰৰ চাবতি পদুমনি মসজিদত হোৱা এক ধৰ্মীয় অনুষ্ঠানৰ পৰা চামাদ আলি নামৰ লোক জন অাহি থাকোতে পথত ইয়োচুফ অালিৰ সৈতে বাক বিতন্দা হয়। 


## পৰবৰ্তী সময়ত চামাদে ঘৰত আহি নিশাৰ অাহাৰ গ্ৰহন কৰি থাকোতে ইয়োচুফ অালিয়ে চামাদৰ গৃহৰ  ভিতৰত প্ৰৱেশ কৰি চোকা অস্ত্রৰে চামাদৰ মুৰত গুৰুত্ব ভাবে আক্রমণ কৰে। 


## আক্ৰমণ কৰা মুল অভিযুক্তক লিলাবাৰী আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰে ৰাইজে। 


## আৰক্ষীগৈ অভিযুক্ত ইচাকৰ গৃহত  উপস্থিত হোৱাত ৰাইজ আৰু লিলাবাৰী আৰক্ষীৰ মাজত বাক বিতন্ডা হয়। 


## পৰৱৰ্তী সময়ত উত্তেজিত ৰাইজে লিলাবাৰী আৰক্ষীৰ বাহণত অাক্ৰমণ চলায়।


## লগে লগে আৰক্ষীয়ে উক্ত ঘটনা স্থলিৰ পৰা পলায়ন কৰে।


## ইয়াৰপূর্বেও ইয়োচুফ আলী বিৰুদ্ধে বহু মাৰপিট কৰা তথা অনৈতিক কাৰ্যত লিপ্ত থকাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে।


বিৰো ৰিপোৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


27 January, 2021 *লখিমপুৰ এম্বুলেঞ্চ* Date :- 27/1/21 ## লখিমপুৰত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত লিলাবাৰী বাসিন্দা দীপেন দাসৰ পৰিয়াল বৰ্গই এখনি এম্বুলেঞ্চ ৰাইজৰ বাবে উচৰগা কৰি দিয়ে। ## এই সম্পৰ্কত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্য্যালয়ত এখন গুৰুত্বপূৰ্ণ সভা আয়োজন হয়। ## এই সভাত উপস্থিত থাকি এম্বুলেঞ্চখন শুভউদ্ধোধন কৰে বিশিষ্ট সমাজকৰ্মী উদয় শংকৰ হাজৰিকাই। ## এই সভাত উপস্থিত থাকে বিশিষ্ট ব্যৱসায়ী ৰাজেশ মালপানী, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক সৌৰভ দাস, সদৌ অসম ছাত্ৰ সন্থা ৰাজ্যিক কায্যনিবাহক সদস্য ধনমনি দত্ত, সদৌ অসম ছাত্ৰ সন্থা কেন্দ্ৰীয় সাংগঠনিক সম্পাদক পুলক বৰা আজহাৰ হুছেইনৰ লগতে বহুকেইজন ব্যক্তি। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 27 January, 2021



*লখিমপুৰ এম্বুলেঞ্চ* Date :- 27/1/21


## লখিমপুৰত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত লিলাবাৰী বাসিন্দা দীপেন দাসৰ পৰিয়াল বৰ্গই এখনি এম্বুলেঞ্চ ৰাইজৰ বাবে উচৰগা কৰি দিয়ে।


## এই সম্পৰ্কত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্য্যালয়ত এখন গুৰুত্বপূৰ্ণ সভা আয়োজন হয়।


## এই সভাত উপস্থিত থাকি এম্বুলেঞ্চখন শুভউদ্ধোধন কৰে বিশিষ্ট সমাজকৰ্মী উদয় শংকৰ হাজৰিকাই।


## এই সভাত উপস্থিত থাকে বিশিষ্ট ব্যৱসায়ী ৰাজেশ মালপানী, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক সৌৰভ দাস, সদৌ অসম ছাত্ৰ সন্থা ৰাজ্যিক কায্যনিবাহক সদস্য ধনমনি দত্ত, সদৌ অসম ছাত্ৰ সন্থা কেন্দ্ৰীয় সাংগঠনিক সম্পাদক পুলক বৰা আজহাৰ হুছেইনৰ  লগতে বহুকেইজন ব্যক্তি।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Tuesday, 26 January 2021

26 January, 2021 আজি দেশবাসীয়ে পালন কৰিলে ৭২ সংখ্যক গণৰাজ্য দিৱস ৷ দেশৰ বিভিন্ন স্থানৰ লগতে গোলাঘাটো বিভিন্ন প্ৰান্তত গণৰাজ্য দিৱস পালন কৰা হয় ৷ ইয়াৰ ভিতৰত গোলাঘাটৰ নতুন আমোলাপট্টিত নৱ কটকী য়ে দেউতাক প্ৰয়াত নবীনচন্দ্ৰ কটকীৰ সোৱৰণত সাজি উলিওৱা NCK বেডমিণ্টন ট্ৰেইনিং চেণ্টাৰ টো শুভ উদ্যোদ্ধন কৰা হয়৷ এই উদ্দেশ্যে পুৱা উদ্ধোধনী অনুষ্ঠানৰ পিছত মেণ্টেল জাৰ্ণি এ প্লেয়াৰ নামৰ কিতাপখন উন্মুচন কৰে ৷ বিভিন্ন গীত মাত পৰিবেশন ; চিত্ৰাংকন খেল ধেমালী ; উৰুলী আদি প্ৰতিযোগিতাৰ পিছত দেশপ্ৰেম মূলক গীতেৰে অনুষ্ঠান সামৰণি মৰা হয় ৷ কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

 26 January, 2021


আজি দেশবাসীয়ে পালন কৰিলে ৭২ সংখ্যক গণৰাজ্য দিৱস ৷ দেশৰ বিভিন্ন স্থানৰ লগতে গোলাঘাটো বিভিন্ন প্ৰান্তত গণৰাজ্য দিৱস পালন

 কৰা হয়  ৷ ইয়াৰ ভিতৰত গোলাঘাটৰ নতুন আমোলাপট্টিত নৱ কটকী য়ে দেউতাক প্ৰয়াত নবীনচন্দ্ৰ কটকীৰ সোৱৰণত সাজি উলিওৱা NCK বেডমিণ্টন ট্ৰেইনিং চেণ্টাৰ টো শুভ উদ্যোদ্ধন কৰা হয়৷ এই উদ্দেশ্যে পুৱা উদ্ধোধনী অনুষ্ঠানৰ পিছত মেণ্টেল জাৰ্ণি এ প্লেয়াৰ নামৰ কিতাপখন উন্মুচন কৰে ৷ বিভিন্ন গীত মাত পৰিবেশন ; চিত্ৰাংকন খেল ধেমালী ; উৰুলী আদি প্ৰতিযোগিতাৰ পিছত দেশপ্ৰেম মূলক গীতেৰে অনুষ্ঠান সামৰণি মৰা হয় ৷


কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷


26 January, 2021 *লখিপুৰত শ্ৰমিকৰ প্ৰতিবাদ* Date :- 25/1/21 ## আমাৰ দেশ, আমাৰ মাটি, আমাৰ সম্পত্তি। ## চেণ্টাৰ অফ ইণ্ডিয়া ট্ৰেড ইউনিয়নে ( CITU ) এই বানী আগত লৈ আজি লখিমপুৰ জিলা লালুক সংগীত মহাবিদয়ালয়ৰ মঞ্চত প্ৰথম অভিবৰ্তনখনি আয়োজন কৰা হয়। ## এই অনুষ্ঠানত লখিমপুৰ জিলা আশাকৰ্মী, অংঙ্গনবাদী কৰ্মী, নিৰ্মাণ শ্ৰমিক, বিদুৎ পৰিষদ কৰ্মী আদি সকলো শ্ৰমিক এক গোট হৈ লখিমপুৰ জিলা সমন্বয়ৰক্ষী সমিতি নামেৰে এখন সমিতি তৈয়াৰ কৰা হয়। ## আজি এই অভিবৰ্তনখনিত সঞ্চালনা কৰা পদ্ম শৰ্মা আৰু ইয়াত উপষ্টিত থাকে সেম গোস্বামী,দুলাল পুজাৰীকে ধৰি বহুকেইজন ব্যক্তি। ## চৰকাৰে বহুতো বিভাগ লাহে লাহে ব্যক্তিগতকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ## তাৰেই বিৰোধিতাৰে আজি এই অভিৰ্বতনখনি আয়োজন কৰাৰ লগতে এখন পূৰ্ণাঙ্গ কমিটি গঠন কৰা হয়। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 26 January, 2021


*লখিপুৰত শ্ৰমিকৰ প্ৰতিবাদ* Date :- 25/1/21


## আমাৰ দেশ, আমাৰ মাটি, আমাৰ সম্পত্তি।


## চেণ্টাৰ অফ ইণ্ডিয়া ট্ৰেড ইউনিয়নে ( CITU ) এই বানী আগত লৈ আজি লখিমপুৰ জিলা লালুক সংগীত মহাবিদয়ালয়ৰ মঞ্চত প্ৰথম অভিবৰ্তনখনি আয়োজন কৰা হয়।


## এই অনুষ্ঠানত লখিমপুৰ জিলা আশাকৰ্মী, অংঙ্গনবাদী কৰ্মী, নিৰ্মাণ শ্ৰমিক, বিদুৎ পৰিষদ কৰ্মী আদি সকলো শ্ৰমিক এক গোট হৈ লখিমপুৰ জিলা সমন্বয়ৰক্ষী সমিতি নামেৰে এখন সমিতি তৈয়াৰ কৰা হয়।


## আজি এই অভিবৰ্তনখনিত সঞ্চালনা কৰা পদ্ম শৰ্মা আৰু ইয়াত উপষ্টিত থাকে সেম গোস্বামী,দুলাল পুজাৰীকে ধৰি বহুকেইজন ব্যক্তি।


## চৰকাৰে বহুতো বিভাগ লাহে লাহে ব্যক্তিগতকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।


## তাৰেই বিৰোধিতাৰে আজি এই অভিৰ্বতনখনি আয়োজন কৰাৰ লগতে এখন পূৰ্ণাঙ্গ কমিটি গঠন কৰা হয়।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


26 January, 2021 *লখিমপুৰ ভাগৱত পাঠ* Date :- 26/1/21 ## শ্ৰী শ্ৰী প্ৰান গোপাল গোস্বামী দেৱৰ ৬৬ সংখ্যক জন্ম জয়ন্তী আৰু শ্ৰী শ্ৰী নীল মাধব গোস্বামী দেৱৰ ৯৬ সংখ্যক জন্ম জয়ন্তী উৎযাপন লালুকৰ শ্ৰী শ্ৰী বাসুদেৱ মন্দিৰত। ## এই উপলক্ষ্যে লখিমপুৰ জিলা লালুকৰ শ্ৰী শ্ৰী বাসুদেৱ মন্দিৰত চাৰি দিনিয়াকৈ আয়োজন কৰা হয় কীত্তন ও ভাগৱত পাঠ। ## যোৱা ২৩ তাৰিখৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানৰ আজি সামৰণি পৰে। ## আজি সামৰণি অনুষ্ঠানত শ্ৰীমদ্ভাগৱত পাঠ কৰে দিলীপ ঘোচে। ## পাঠক দিলীপ ঘোচ দেৱে অসমীয়া আৰু বাংলা এই দুয়োটাই ভাষাত ভাগৱত পাঠ ও ভাঙনি কৰে। ## ইয়াৰ পৰৱৰ্তী সময়ত প্ৰশাদ বিতৰণৰ হোৱাৰ পাছতেই এই অনুষ্ঠানৰ সামৰনি পৰে। ## এই অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ বিশ্বতে সুখ, শান্তি, সম্পিৰ্তি অটুট ৰখাৰ কামনা কৰিছে উদ্দোগতা সকলে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 26 January, 2021


*লখিমপুৰ ভাগৱত পাঠ* Date :- 26/1/21


## শ্ৰী শ্ৰী প্ৰান গোপাল গোস্বামী দেৱৰ ৬৬ সংখ্যক জন্ম জয়ন্তী আৰু শ্ৰী শ্ৰী নীল মাধব গোস্বামী দেৱৰ ৯৬ সংখ্যক জন্ম জয়ন্তী উৎযাপন লালুকৰ শ্ৰী শ্ৰী বাসুদেৱ মন্দিৰত।


## এই উপলক্ষ্যে লখিমপুৰ জিলা লালুকৰ শ্ৰী শ্ৰী বাসুদেৱ মন্দিৰত চাৰি দিনিয়াকৈ আয়োজন কৰা হয় কীত্তন ও ভাগৱত পাঠ।


## যোৱা ২৩ তাৰিখৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানৰ আজি সামৰণি পৰে।


## আজি সামৰণি অনুষ্ঠানত শ্ৰীমদ্ভাগৱত পাঠ কৰে দিলীপ ঘোচে।


## পাঠক দিলীপ ঘোচ দেৱে অসমীয়া আৰু বাংলা এই দুয়োটাই ভাষাত ভাগৱত পাঠ ও ভাঙনি কৰে।


## ইয়াৰ পৰৱৰ্তী সময়ত প্ৰশাদ বিতৰণৰ হোৱাৰ পাছতেই এই অনুষ্ঠানৰ সামৰনি পৰে।


## এই অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ বিশ্বতে সুখ, শান্তি,  সম্পিৰ্তি অটুট ৰখাৰ কামনা কৰিছে উদ্দোগতা সকলে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।