Wednesday, 27 January 2021

27 January, 2021 এজন আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ ১৬ বছৰীয়া কণ্যাৰ দেশপ্ৰেমমূলক নৃত্যই মুহিলে ৰাইজক দেশজুৰি চৰকাৰি আৰু বেচৰকাৰি ভাবে ২৬ জানুৱাৰীত অনুষ্ঠিত হল গণৰাজ্য দিৱস ৷ গোলাঘাটৰ সমম্বয় খেল পথাৰতো মন্ত্ৰী চন্দন ব্ৰহ্মই উত্তোলন কৰিলে এিৰঙ্গা ৷ বিভিন্ন কায্যসূচীৰ লগতে গোলাঘাটৰ আৰক্ষী বিষয়া সুৰজিত সিং পানেশ্বৰৰ কণ্যা গজল পানেশ্বৰে একক ভাবে প্ৰৰ্দশন কৰা নৃত্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে ৷ গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷

 27 January, 2021


এজন আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ  ১৬ বছৰীয়া কণ্যাৰ দেশপ্ৰেমমূলক নৃত্যই মুহিলে ৰাইজক 


দেশজুৰি চৰকাৰি আৰু বেচৰকাৰি ভাবে ২৬ জানুৱাৰীত অনুষ্ঠিত হল গণৰাজ্য দিৱস ৷ গোলাঘাটৰ সমম্বয় খেল পথাৰতো মন্ত্ৰী চন্দন ব্ৰহ্মই উত্তোলন কৰিলে এিৰঙ্গা ৷ বিভিন্ন কায্যসূচীৰ লগতে গোলাঘাটৰ আৰক্ষী বিষয়া সুৰজিত সিং পানেশ্বৰৰ কণ্যা গজল পানেশ্বৰে একক ভাবে প্ৰৰ্দশন কৰা নৃত্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে ৷

গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷


No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...