27 January, 2021
*Lakhimpur CONG*
## লখিমপুৰ ত্যাগক্ষেত্ৰত। কংগ্ৰেছৰ বিশাল গণ সমাবেশ।
## ৪৭ চনত বৃটিছক খেদিলে আৰু ২১ত বিজেপিক খেদাৰ সংকল্পৰে লখিমপুৰত কংগ্ৰেছৰ নিবাচনী ৰণশিঙা।
## বুধবাৰে লখিমপুৰ ত্যাগক্ষেত্ৰত অনুষ্ঠিত বিশাল গণ সমাবেশত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ,উপ দলপতি ৰকিবুল হুচেইন ,সাংসদ গৌৰৱ গগৈ সাংসদ ৰাণী নৰহ , AICC ৰ সম্সাদক - অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰভাৰী তথা চত্ৰিছগড়ৰ বিধায়কৰ বিকাশ উপাধ্যায় , প্ৰাক্তন মন্ত্ৰী ভৰত নৰহ , প্ৰাক্তন বিধায়ক তথা AICC ৰ সম্সাদক ভূপেন বৰা , ন কংগ্ৰেছী মিৰা বৰঠাকুৰ উপস্থিত থাকে।
## বিজেপিৰ বিশ্বাসঘাতক দল আখ্যা দিয়ে গৌৰৱ গগৈয়ে।
## ২০২১ ত কংগ্ৰেছ চৰকাৰ হলে প্ৰথমেই মাইক্ৰ ফাইনেঞ লোন মাফ , কৃষকৰ ঋণ মাফৰ লগতে ১২০ ইউনিট ইলেকট্ৰিক মাফ কৰাৰ প্ৰতিশ্ৰুতি ৰকিবুল হুচেইনৰ।
## বিজেপি ৰিৰ্মটকন্ত্ৰলৰ চৰকাৰ বুলি আখ্যা দিয়াৰ লগতে ২০২১ চনত কংগ্ৰেছই চৰকাৰ গঠন কৰিবলৈ সক্ষম হব বুলি মন্তব্য কৰিলে সাংসদ গৌৰৱ গগৈ।
## মহাযুবন্ধনৰ জৰিয়তে বিজেপি চৰকাৰক ওফৰাবলৈ অসমৰ সকলো দলক আহ্বান জনাই ৰাইজৰ দ'ল আৰু অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈক গৌৰৱ গগৈয়ে একত্ৰিত হোৱাৰ আহ্বান।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
No comments:
Post a Comment
Welcome Northeast News India