Tuesday, 26 January 2021

26 January, 2021 *লখিপুৰত শ্ৰমিকৰ প্ৰতিবাদ* Date :- 25/1/21 ## আমাৰ দেশ, আমাৰ মাটি, আমাৰ সম্পত্তি। ## চেণ্টাৰ অফ ইণ্ডিয়া ট্ৰেড ইউনিয়নে ( CITU ) এই বানী আগত লৈ আজি লখিমপুৰ জিলা লালুক সংগীত মহাবিদয়ালয়ৰ মঞ্চত প্ৰথম অভিবৰ্তনখনি আয়োজন কৰা হয়। ## এই অনুষ্ঠানত লখিমপুৰ জিলা আশাকৰ্মী, অংঙ্গনবাদী কৰ্মী, নিৰ্মাণ শ্ৰমিক, বিদুৎ পৰিষদ কৰ্মী আদি সকলো শ্ৰমিক এক গোট হৈ লখিমপুৰ জিলা সমন্বয়ৰক্ষী সমিতি নামেৰে এখন সমিতি তৈয়াৰ কৰা হয়। ## আজি এই অভিবৰ্তনখনিত সঞ্চালনা কৰা পদ্ম শৰ্মা আৰু ইয়াত উপষ্টিত থাকে সেম গোস্বামী,দুলাল পুজাৰীকে ধৰি বহুকেইজন ব্যক্তি। ## চৰকাৰে বহুতো বিভাগ লাহে লাহে ব্যক্তিগতকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ## তাৰেই বিৰোধিতাৰে আজি এই অভিৰ্বতনখনি আয়োজন কৰাৰ লগতে এখন পূৰ্ণাঙ্গ কমিটি গঠন কৰা হয়। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 26 January, 2021


*লখিপুৰত শ্ৰমিকৰ প্ৰতিবাদ* Date :- 25/1/21


## আমাৰ দেশ, আমাৰ মাটি, আমাৰ সম্পত্তি।


## চেণ্টাৰ অফ ইণ্ডিয়া ট্ৰেড ইউনিয়নে ( CITU ) এই বানী আগত লৈ আজি লখিমপুৰ জিলা লালুক সংগীত মহাবিদয়ালয়ৰ মঞ্চত প্ৰথম অভিবৰ্তনখনি আয়োজন কৰা হয়।


## এই অনুষ্ঠানত লখিমপুৰ জিলা আশাকৰ্মী, অংঙ্গনবাদী কৰ্মী, নিৰ্মাণ শ্ৰমিক, বিদুৎ পৰিষদ কৰ্মী আদি সকলো শ্ৰমিক এক গোট হৈ লখিমপুৰ জিলা সমন্বয়ৰক্ষী সমিতি নামেৰে এখন সমিতি তৈয়াৰ কৰা হয়।


## আজি এই অভিবৰ্তনখনিত সঞ্চালনা কৰা পদ্ম শৰ্মা আৰু ইয়াত উপষ্টিত থাকে সেম গোস্বামী,দুলাল পুজাৰীকে ধৰি বহুকেইজন ব্যক্তি।


## চৰকাৰে বহুতো বিভাগ লাহে লাহে ব্যক্তিগতকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।


## তাৰেই বিৰোধিতাৰে আজি এই অভিৰ্বতনখনি আয়োজন কৰাৰ লগতে এখন পূৰ্ণাঙ্গ কমিটি গঠন কৰা হয়।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...