Tuesday, 26 January 2021

26 January, 2021 *লখিমপুৰ ভাগৱত পাঠ* Date :- 26/1/21 ## শ্ৰী শ্ৰী প্ৰান গোপাল গোস্বামী দেৱৰ ৬৬ সংখ্যক জন্ম জয়ন্তী আৰু শ্ৰী শ্ৰী নীল মাধব গোস্বামী দেৱৰ ৯৬ সংখ্যক জন্ম জয়ন্তী উৎযাপন লালুকৰ শ্ৰী শ্ৰী বাসুদেৱ মন্দিৰত। ## এই উপলক্ষ্যে লখিমপুৰ জিলা লালুকৰ শ্ৰী শ্ৰী বাসুদেৱ মন্দিৰত চাৰি দিনিয়াকৈ আয়োজন কৰা হয় কীত্তন ও ভাগৱত পাঠ। ## যোৱা ২৩ তাৰিখৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানৰ আজি সামৰণি পৰে। ## আজি সামৰণি অনুষ্ঠানত শ্ৰীমদ্ভাগৱত পাঠ কৰে দিলীপ ঘোচে। ## পাঠক দিলীপ ঘোচ দেৱে অসমীয়া আৰু বাংলা এই দুয়োটাই ভাষাত ভাগৱত পাঠ ও ভাঙনি কৰে। ## ইয়াৰ পৰৱৰ্তী সময়ত প্ৰশাদ বিতৰণৰ হোৱাৰ পাছতেই এই অনুষ্ঠানৰ সামৰনি পৰে। ## এই অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ বিশ্বতে সুখ, শান্তি, সম্পিৰ্তি অটুট ৰখাৰ কামনা কৰিছে উদ্দোগতা সকলে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 26 January, 2021


*লখিমপুৰ ভাগৱত পাঠ* Date :- 26/1/21


## শ্ৰী শ্ৰী প্ৰান গোপাল গোস্বামী দেৱৰ ৬৬ সংখ্যক জন্ম জয়ন্তী আৰু শ্ৰী শ্ৰী নীল মাধব গোস্বামী দেৱৰ ৯৬ সংখ্যক জন্ম জয়ন্তী উৎযাপন লালুকৰ শ্ৰী শ্ৰী বাসুদেৱ মন্দিৰত।


## এই উপলক্ষ্যে লখিমপুৰ জিলা লালুকৰ শ্ৰী শ্ৰী বাসুদেৱ মন্দিৰত চাৰি দিনিয়াকৈ আয়োজন কৰা হয় কীত্তন ও ভাগৱত পাঠ।


## যোৱা ২৩ তাৰিখৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানৰ আজি সামৰণি পৰে।


## আজি সামৰণি অনুষ্ঠানত শ্ৰীমদ্ভাগৱত পাঠ কৰে দিলীপ ঘোচে।


## পাঠক দিলীপ ঘোচ দেৱে অসমীয়া আৰু বাংলা এই দুয়োটাই ভাষাত ভাগৱত পাঠ ও ভাঙনি কৰে।


## ইয়াৰ পৰৱৰ্তী সময়ত প্ৰশাদ বিতৰণৰ হোৱাৰ পাছতেই এই অনুষ্ঠানৰ সামৰনি পৰে।


## এই অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ বিশ্বতে সুখ, শান্তি,  সম্পিৰ্তি অটুট ৰখাৰ কামনা কৰিছে উদ্দোগতা সকলে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...