Tuesday, 26 January 2021

26 January, 2021 *লখিমপুৰ গণৰাজ্য দিৱস* Date :- 26/1/21 ## লখিপুৰত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন। ## ৰাজ্যৰ আন আন ঠাইৰ লগতে লখিমপুৰতো ব্যাপক উলহ-মালহৰে উদযাপন কৰা হয় দেশৰ ৭২ সংখ্যক গণৰাজ্য দিৱস। ## লখিমপুৰ চৰকাৰী উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কেন্দ্রীয় ভাবে উদযাপিত গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰে ৰঞ্জিত দত্তয়ে। ## অনুষ্ঠানৰ লগত সংগতি ৰাখি এক সাংস্কৃতিক অনুষ্ঠানো আয়োজন কৰা হয়। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 26 January,  2021


*লখিমপুৰ গণৰাজ্য দিৱস* Date :- 26/1/21


## লখিপুৰত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন।


## ৰাজ্যৰ আন আন ঠাইৰ লগতে লখিমপুৰতো ব্যাপক উলহ-মালহৰে উদযাপন কৰা হয় দেশৰ ৭২ সংখ্যক গণৰাজ্য দিৱস।


## লখিমপুৰ চৰকাৰী উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কেন্দ্রীয় ভাবে উদযাপিত গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰে ৰঞ্জিত দত্তয়ে।


## অনুষ্ঠানৰ লগত সংগতি ৰাখি এক সাংস্কৃতিক অনুষ্ঠানো আয়োজন কৰা হয়।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...