Tuesday, 26 January 2021

26 January, 2021 *লখিপুৰত শ্ৰমিকৰ প্ৰতিবাদ* Date :- 25/1/21 ## আমাৰ দেশ, আমাৰ মাটি, আমাৰ সম্পত্তি। ## চেণ্টাৰ অফ ইণ্ডিয়া ট্ৰেড ইউনিয়নে ( CITU ) এই বানী আগত লৈ আজি লখিমপুৰ জিলা লালুক সংগীত মহাবিদয়ালয়ৰ মঞ্চত প্ৰথম অভিবৰ্তনখনি আয়োজন কৰা হয়। ## এই অনুষ্ঠানত লখিমপুৰ জিলা আশাকৰ্মী, অংঙ্গনবাদী কৰ্মী, নিৰ্মাণ শ্ৰমিক, বিদুৎ পৰিষদ কৰ্মী আদি সকলো শ্ৰমিক এক গোট হৈ লখিমপুৰ জিলা সমন্বয়ৰক্ষী সমিতি নামেৰে এখন সমিতি তৈয়াৰ কৰা হয়। ## আজি এই অভিবৰ্তনখনিত সঞ্চালনা কৰা পদ্ম শৰ্মা আৰু ইয়াত উপষ্টিত থাকে সেম গোস্বামী,দুলাল পুজাৰীকে ধৰি বহুকেইজন ব্যক্তি। ## চৰকাৰে বহুতো বিভাগ লাহে লাহে ব্যক্তিগতকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ## তাৰেই বিৰোধিতাৰে আজি এই অভিৰ্বতনখনি আয়োজন কৰাৰ লগতে এখন পূৰ্ণাঙ্গ কমিটি গঠন কৰা হয়। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 26 January, 2021


*লখিপুৰত শ্ৰমিকৰ প্ৰতিবাদ* Date :- 25/1/21


## আমাৰ দেশ, আমাৰ মাটি, আমাৰ সম্পত্তি।


## চেণ্টাৰ অফ ইণ্ডিয়া ট্ৰেড ইউনিয়নে ( CITU ) এই বানী আগত লৈ আজি লখিমপুৰ জিলা লালুক সংগীত মহাবিদয়ালয়ৰ মঞ্চত প্ৰথম অভিবৰ্তনখনি আয়োজন কৰা হয়।


## এই অনুষ্ঠানত লখিমপুৰ জিলা আশাকৰ্মী, অংঙ্গনবাদী কৰ্মী, নিৰ্মাণ শ্ৰমিক, বিদুৎ পৰিষদ কৰ্মী আদি সকলো শ্ৰমিক এক গোট হৈ লখিমপুৰ জিলা সমন্বয়ৰক্ষী সমিতি নামেৰে এখন সমিতি তৈয়াৰ কৰা হয়।


## আজি এই অভিবৰ্তনখনিত সঞ্চালনা কৰা পদ্ম শৰ্মা আৰু ইয়াত উপষ্টিত থাকে সেম গোস্বামী,দুলাল পুজাৰীকে ধৰি বহুকেইজন ব্যক্তি।


## চৰকাৰে বহুতো বিভাগ লাহে লাহে ব্যক্তিগতকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।


## তাৰেই বিৰোধিতাৰে আজি এই অভিৰ্বতনখনি আয়োজন কৰাৰ লগতে এখন পূৰ্ণাঙ্গ কমিটি গঠন কৰা হয়।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


26 January, 2021 *লখিমপুৰ ভাগৱত পাঠ* Date :- 26/1/21 ## শ্ৰী শ্ৰী প্ৰান গোপাল গোস্বামী দেৱৰ ৬৬ সংখ্যক জন্ম জয়ন্তী আৰু শ্ৰী শ্ৰী নীল মাধব গোস্বামী দেৱৰ ৯৬ সংখ্যক জন্ম জয়ন্তী উৎযাপন লালুকৰ শ্ৰী শ্ৰী বাসুদেৱ মন্দিৰত। ## এই উপলক্ষ্যে লখিমপুৰ জিলা লালুকৰ শ্ৰী শ্ৰী বাসুদেৱ মন্দিৰত চাৰি দিনিয়াকৈ আয়োজন কৰা হয় কীত্তন ও ভাগৱত পাঠ। ## যোৱা ২৩ তাৰিখৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানৰ আজি সামৰণি পৰে। ## আজি সামৰণি অনুষ্ঠানত শ্ৰীমদ্ভাগৱত পাঠ কৰে দিলীপ ঘোচে। ## পাঠক দিলীপ ঘোচ দেৱে অসমীয়া আৰু বাংলা এই দুয়োটাই ভাষাত ভাগৱত পাঠ ও ভাঙনি কৰে। ## ইয়াৰ পৰৱৰ্তী সময়ত প্ৰশাদ বিতৰণৰ হোৱাৰ পাছতেই এই অনুষ্ঠানৰ সামৰনি পৰে। ## এই অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ বিশ্বতে সুখ, শান্তি, সম্পিৰ্তি অটুট ৰখাৰ কামনা কৰিছে উদ্দোগতা সকলে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 26 January, 2021


*লখিমপুৰ ভাগৱত পাঠ* Date :- 26/1/21


## শ্ৰী শ্ৰী প্ৰান গোপাল গোস্বামী দেৱৰ ৬৬ সংখ্যক জন্ম জয়ন্তী আৰু শ্ৰী শ্ৰী নীল মাধব গোস্বামী দেৱৰ ৯৬ সংখ্যক জন্ম জয়ন্তী উৎযাপন লালুকৰ শ্ৰী শ্ৰী বাসুদেৱ মন্দিৰত।


## এই উপলক্ষ্যে লখিমপুৰ জিলা লালুকৰ শ্ৰী শ্ৰী বাসুদেৱ মন্দিৰত চাৰি দিনিয়াকৈ আয়োজন কৰা হয় কীত্তন ও ভাগৱত পাঠ।


## যোৱা ২৩ তাৰিখৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানৰ আজি সামৰণি পৰে।


## আজি সামৰণি অনুষ্ঠানত শ্ৰীমদ্ভাগৱত পাঠ কৰে দিলীপ ঘোচে।


## পাঠক দিলীপ ঘোচ দেৱে অসমীয়া আৰু বাংলা এই দুয়োটাই ভাষাত ভাগৱত পাঠ ও ভাঙনি কৰে।


## ইয়াৰ পৰৱৰ্তী সময়ত প্ৰশাদ বিতৰণৰ হোৱাৰ পাছতেই এই অনুষ্ঠানৰ সামৰনি পৰে।


## এই অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ বিশ্বতে সুখ, শান্তি,  সম্পিৰ্তি অটুট ৰখাৰ কামনা কৰিছে উদ্দোগতা সকলে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


26 January, 2021 *লখিমপুৰ গণৰাজ্য দিৱস* Date :- 26/1/21 ## লখিপুৰত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন। ## ৰাজ্যৰ আন আন ঠাইৰ লগতে লখিমপুৰতো ব্যাপক উলহ-মালহৰে উদযাপন কৰা হয় দেশৰ ৭২ সংখ্যক গণৰাজ্য দিৱস। ## লখিমপুৰ চৰকাৰী উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কেন্দ্রীয় ভাবে উদযাপিত গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰে ৰঞ্জিত দত্তয়ে। ## অনুষ্ঠানৰ লগত সংগতি ৰাখি এক সাংস্কৃতিক অনুষ্ঠানো আয়োজন কৰা হয়। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 26 January,  2021


*লখিমপুৰ গণৰাজ্য দিৱস* Date :- 26/1/21


## লখিপুৰত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন।


## ৰাজ্যৰ আন আন ঠাইৰ লগতে লখিমপুৰতো ব্যাপক উলহ-মালহৰে উদযাপন কৰা হয় দেশৰ ৭২ সংখ্যক গণৰাজ্য দিৱস।


## লখিমপুৰ চৰকাৰী উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কেন্দ্রীয় ভাবে উদযাপিত গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰে ৰঞ্জিত দত্তয়ে।


## অনুষ্ঠানৰ লগত সংগতি ৰাখি এক সাংস্কৃতিক অনুষ্ঠানো আয়োজন কৰা হয়।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Sunday, 24 January 2021

24 January, 2021 গোলাঘাট জিলা পৰিবহণ বিভাগে দেশৰ ৩২ সংখ্যক পথ সুৰক্ষা মাহৰ উপলক্ষে দেওবাৰে এক মাৰাথান প্ৰতিযোগিতা অনুষ্ঠিত কৰে ৷ পুৱা ৭ -৩০ বজাৰপৰা গোলাঘাট ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই দীঘ্যদূৰত্বৰ প্ৰতিযোগীতাৰ পূৰ্বে শুভেচ্ছা আৰু সতৰ্কতা মূলক ভাষণ দিয়ে জিলা পৰিবহন বিষয়া দিব্যজ্যোতি কাৰ্জীয়ে ৷ ল’ৰা আৰু ছোৱালীৰ শাখাত পৃথকে অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাত ছোৱালী শাখাত প্ৰথম স্থান লাভকৰে গীতাশ্ৰী শইকীয়া : দ্বীতৃয় নন্দিনী চান্দাক আৰু তৃতীয় মনালিছা বড়ো ৷ ল’ৰা শাখাত প্ৰথম দ্বীতৃয় আৰু তৃতীয় ক্ৰমে জিন্তু নাথ ; দ্বীপজ্যোতি দাস আৰু বিতুপন ৰবিদাস ৷ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছোৱালী শাখাৰ দুগৰাকী আৰু ল’ৰা শাখাৰ সাত জনক উদগনিমূলক বটাঁ প্ৰদান কৰা হয় ৷ প্ৰতিযোগিতাৰ অন্তত পৰিবহন বিভাগৰ হৈ ডিটিঅ কাৰ্জী এম ভি আই এম ভি আই পৰাগ শইকীয়াই প্ৰতিযোগিতা স্থলীত উদ্যোক্তা অজয় ভড়ালী ; সঞ্জীৱ সন্ধিকৈ আদিক ধন্যবাদ জনোৱাৰ লগতে প্ৰতিযোগী সকলক উদ্দেশ্য কৰি উদগনি মূলক ভাষন দিয়ে ৷স্থান লাভকৰা সকলক ক্ৰমে ৫০০০ : ৪০০০ ; ৩০০০ নগদ ধনৰ লগতে ট্ৰফী আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ৷ কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

 24 January, 2021


গোলাঘাট জিলা পৰিবহণ বিভাগে দেশৰ ৩২ সংখ্যক পথ সুৰক্ষা মাহৰ উপলক্ষে দেওবাৰে এক মাৰাথান প্ৰতিযোগিতা অনুষ্ঠিত কৰে ৷ পুৱা ৭ -৩০ বজাৰপৰা গোলাঘাট ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই দীঘ্যদূৰত্বৰ প্ৰতিযোগীতাৰ পূৰ্বে শুভেচ্ছা আৰু সতৰ্কতা মূলক ভাষণ দিয়ে জিলা পৰিবহন বিষয়া দিব্যজ্যোতি কাৰ্জীয়ে  ৷ ল’ৰা আৰু ছোৱালীৰ শাখাত পৃথকে অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাত ছোৱালী শাখাত প্ৰথম স্থান লাভকৰে গীতাশ্ৰী শইকীয়া : দ্বীতৃয় নন্দিনী চান্দাক আৰু তৃতীয় মনালিছা বড়ো ৷

ল’ৰা শাখাত প্ৰথম দ্বীতৃয় আৰু তৃতীয় ক্ৰমে জিন্তু নাথ ; দ্বীপজ্যোতি দাস আৰু বিতুপন ৰবিদাস ৷ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছোৱালী শাখাৰ দুগৰাকী আৰু ল’ৰা শাখাৰ সাত জনক  উদগনিমূলক বটাঁ প্ৰদান কৰা হয় ৷  প্ৰতিযোগিতাৰ অন্তত    পৰিবহন বিভাগৰ হৈ ডিটিঅ  কাৰ্জী এম ভি আই এম ভি আই পৰাগ শইকীয়াই প্ৰতিযোগিতা স্থলীত উদ্যোক্তা   অজয় ভড়ালী ; সঞ্জীৱ সন্ধিকৈ আদিক ধন্যবাদ জনোৱাৰ লগতে প্ৰতিযোগী সকলক উদ্দেশ্য কৰি উদগনি মূলক ভাষন দিয়ে ৷স্থান লাভকৰা সকলক ক্ৰমে ৫০০০ : ৪০০০ ; ৩০০০ নগদ ধনৰ লগতে ট্ৰফী আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ৷


কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷


24 January, 2021 *লখিমপুৰ নিৰোদ্দেশ* Date :- 24/1/21 ## লখিমপুৰৰ লালুক পদ্মপুৰৰ জয়নাল আলি পৰিবাৰ আৰু পুত্ৰ যোৱা ২১ জানুৱাৰী পৰা নিৰুদ্দেশ হৈ আছে। ## পৰিয়ালৰ লোকে জনিবলৈ দিয়াৰ মতে, বৃহস্পতি বাৰে পূৱা ১০ বজাত এছমিন বেগমে নিজ ঘৰৰ পৰা লালুক আদৰ্শ চিকিৎসালয়লৈ বুলি ২ বছৰীয়া পুত্ৰ আৰিয়নৰ হৈতে আহিছিল। ## ২৪ ঘন্টা উকলি যোৱাৰ পাছতো মাতৃ পুত্ৰ কোনো সন্ধান নোলোৱাত পৰিয়ালৰ লোকে লালুক থানাত এখন এজাহাৰ দাখিল কৰে। ## কিন্তু আজিলৈকে কোনো খবৰ নোপোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক। ## লখিমপুৰ বগলীজানৰ পৰা আজি পৰা ৮ বছৰৰ পূৰ্বে এছমিনে লালুক পদ্মপুৰৰ জয়নাল আলি হৈতে বিবাহ পাষত আবদ্ধ হৈছিল। ## বত্তৰ্মান এছমিনৰ এগৰাকী ৫ বছৰীয়া কন্যা আৰু এটি ২ বছৰীয়া পুত্ৰ। ## কিন্তু বৃহস্পতি বাৰৰ পৰা মাতৃ পুত্ৰ নিৰোদ্দেশ হোৱাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যয়ে বিৰাজ কৰিছে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 24 January, 2021


*লখিমপুৰ নিৰোদ্দেশ* Date :- 24/1/21


## লখিমপুৰৰ লালুক পদ্মপুৰৰ জয়নাল আলি পৰিবাৰ আৰু পুত্ৰ যোৱা ২১ জানুৱাৰী পৰা নিৰুদ্দেশ হৈ আছে।


## পৰিয়ালৰ লোকে জনিবলৈ দিয়াৰ মতে, বৃহস্পতি বাৰে পূৱা ১০ বজাত এছমিন বেগমে নিজ ঘৰৰ পৰা লালুক আদৰ্শ চিকিৎসালয়লৈ বুলি ২ বছৰীয়া পুত্ৰ আৰিয়নৰ হৈতে আহিছিল।


## ২৪ ঘন্টা উকলি যোৱাৰ পাছতো মাতৃ পুত্ৰ কোনো সন্ধান নোলোৱাত পৰিয়ালৰ লোকে লালুক থানাত এখন এজাহাৰ দাখিল কৰে।


## কিন্তু আজিলৈকে কোনো খবৰ নোপোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক।


## লখিমপুৰ বগলীজানৰ পৰা আজি পৰা ৮ বছৰৰ পূৰ্বে এছমিনে লালুক পদ্মপুৰৰ জয়নাল আলি হৈতে বিবাহ পাষত আবদ্ধ হৈছিল।


## বত্তৰ্মান এছমিনৰ এগৰাকী ৫ বছৰীয়া কন্যা আৰু এটি ২ বছৰীয়া পুত্ৰ।


## কিন্তু বৃহস্পতি বাৰৰ পৰা মাতৃ পুত্ৰ নিৰোদ্দেশ হোৱাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যয়ে বিৰাজ কৰিছে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


24 January, 2021 *লখিমপুৰ জন সেৱা* Date :- 24/1/21 ## জন সেৱা লখিমপুৰৰ উদ্দোগত আজি বিনামূলীয়াকৈ চিলাই মেচিন বিতৰণ। ## আজি শ্ৰী ৰাজেশ মালপানী আৰু সোৰজ মালপানী আজি ৪০ তম্ বিবাহ বাৰ্ষিকী। ## এই বিবাহ বাৰ্ষিকী উপলক্ষে আজি লখিমপুৰ নগৰৰ মাজমজীয়াত জয়া হোটেলৰ কাষত প্ৰায় ৮ গৰাকী মালিক একোটাকৈ চিলাই মেচিন বিতৰণ কৰে। ## এক ব্যতিক্ৰমী ভাবে জন্ম জয়ন্তী উদযাপনৰ কৰে ৰাজেশ আৰু সোৰজ মালপানী পৰিয়াল বৰ্গয়ে। ## এই অনুষ্ঠানত লখিমপুৰৰ চক্ৰ বিষয়া দেৱাসিশ গোস্বামী, ৰূক্ম গোহাঁই বৰুৱা, জন সেৱা কৰ্ম কৰ্তা লগতে বহুকেইজন গন্যমান্য ব্যক্তি। ## পূৱেও কোনো ধৰণৰ জন্ম দিনৰ কেক বা প্ৰাতি নকৰি এনেদৰেই দুখিয়া লোকৰ মাজত বস্ত্ৰ বিতৰণ কৰা বা কোনো স্কুলত বেগ, কলম, বহী ইত্যাদি বিতৰণ কৰি জন্ম দিন উদযাপন কৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 24 January, 2021


*লখিমপুৰ জন সেৱা* Date :- 24/1/21


## জন সেৱা লখিমপুৰৰ উদ্দোগত আজি বিনামূলীয়াকৈ চিলাই মেচিন বিতৰণ।


## আজি শ্ৰী ৰাজেশ মালপানী আৰু সোৰজ মালপানী আজি ৪০ তম্ বিবাহ বাৰ্ষিকী।


## এই বিবাহ বাৰ্ষিকী উপলক্ষে আজি লখিমপুৰ নগৰৰ মাজমজীয়াত জয়া হোটেলৰ কাষত প্ৰায় ৮ গৰাকী মালিক একোটাকৈ চিলাই মেচিন বিতৰণ কৰে।


## এক ব্যতিক্ৰমী ভাবে জন্ম জয়ন্তী উদযাপনৰ কৰে ৰাজেশ আৰু সোৰজ মালপানী পৰিয়াল বৰ্গয়ে।


## এই অনুষ্ঠানত লখিমপুৰৰ চক্ৰ বিষয়া দেৱাসিশ গোস্বামী, ৰূক্ম গোহাঁই বৰুৱা, জন সেৱা কৰ্ম কৰ্তা লগতে বহুকেইজন গন্যমান্য ব্যক্তি।


## পূৱেও কোনো ধৰণৰ জন্ম দিনৰ কেক বা প্ৰাতি নকৰি এনেদৰেই দুখিয়া লোকৰ মাজত বস্ত্ৰ বিতৰণ কৰা বা কোনো স্কুলত বেগ, কলম, বহী ইত্যাদি বিতৰণ কৰি জন্ম দিন উদযাপন কৰে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


24 January, 2021 *লখিমপুৰ কুচ ৰাজবংশী সন্মিলনী* Date :- 24/1/21 ## ২৯ সংখ্যক দ্বি বাৰ্ষিক জিলা অধিবেশ ও লখিমপুৰ জিলা কোচ ৰাজবংশী সন্মিলনী খনি দেওবাৰে ঘাৰমৰাৰ লখিমপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুস্থিত হয়। ## পূৱা সন্মিলনি পতাকা উত্তলন কৰে লখিমপুৰ জিলা সভাপতি তৰুণ দত্তই। ## ১১ বজাত প্ৰতিনিধি সভা খন উদ্বোধন কৰে লখিমপুৰ জিলা কোচ ৰাজবংশী সন্মিলনী প্ৰাপ্তন সভাপতি তিলেশ্ব বৰাই আৰু সভাখন পৰিচলনা কৰে সদৌ অসম কোচ ৰাজবংশী সন্মিলনী প্ৰচাৰ সম্পাদক সত্যজিৎ শইকীয়াই। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 24 January, 2021


*লখিমপুৰ কুচ ৰাজবংশী সন্মিলনী* Date :- 24/1/21


## ২৯ সংখ্যক দ্বি বাৰ্ষিক জিলা অধিবেশ ও লখিমপুৰ জিলা কোচ ৰাজবংশী সন্মিলনী খনি দেওবাৰে ঘাৰমৰাৰ লখিমপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুস্থিত হয়।


## পূৱা সন্মিলনি পতাকা উত্তলন কৰে লখিমপুৰ জিলা সভাপতি তৰুণ দত্তই।


## ১১ বজাত প্ৰতিনিধি সভা খন উদ্বোধন কৰে লখিমপুৰ জিলা কোচ ৰাজবংশী সন্মিলনী প্ৰাপ্তন সভাপতি তিলেশ্ব বৰাই আৰু সভাখন পৰিচলনা কৰে সদৌ অসম কোচ ৰাজবংশী সন্মিলনী প্ৰচাৰ সম্পাদক সত্যজিৎ শইকীয়াই।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...