Sunday, 24 January 2021

24 January, 2021 *লখিমপুৰ নিৰোদ্দেশ* Date :- 24/1/21 ## লখিমপুৰৰ লালুক পদ্মপুৰৰ জয়নাল আলি পৰিবাৰ আৰু পুত্ৰ যোৱা ২১ জানুৱাৰী পৰা নিৰুদ্দেশ হৈ আছে। ## পৰিয়ালৰ লোকে জনিবলৈ দিয়াৰ মতে, বৃহস্পতি বাৰে পূৱা ১০ বজাত এছমিন বেগমে নিজ ঘৰৰ পৰা লালুক আদৰ্শ চিকিৎসালয়লৈ বুলি ২ বছৰীয়া পুত্ৰ আৰিয়নৰ হৈতে আহিছিল। ## ২৪ ঘন্টা উকলি যোৱাৰ পাছতো মাতৃ পুত্ৰ কোনো সন্ধান নোলোৱাত পৰিয়ালৰ লোকে লালুক থানাত এখন এজাহাৰ দাখিল কৰে। ## কিন্তু আজিলৈকে কোনো খবৰ নোপোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক। ## লখিমপুৰ বগলীজানৰ পৰা আজি পৰা ৮ বছৰৰ পূৰ্বে এছমিনে লালুক পদ্মপুৰৰ জয়নাল আলি হৈতে বিবাহ পাষত আবদ্ধ হৈছিল। ## বত্তৰ্মান এছমিনৰ এগৰাকী ৫ বছৰীয়া কন্যা আৰু এটি ২ বছৰীয়া পুত্ৰ। ## কিন্তু বৃহস্পতি বাৰৰ পৰা মাতৃ পুত্ৰ নিৰোদ্দেশ হোৱাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যয়ে বিৰাজ কৰিছে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 24 January, 2021


*লখিমপুৰ নিৰোদ্দেশ* Date :- 24/1/21


## লখিমপুৰৰ লালুক পদ্মপুৰৰ জয়নাল আলি পৰিবাৰ আৰু পুত্ৰ যোৱা ২১ জানুৱাৰী পৰা নিৰুদ্দেশ হৈ আছে।


## পৰিয়ালৰ লোকে জনিবলৈ দিয়াৰ মতে, বৃহস্পতি বাৰে পূৱা ১০ বজাত এছমিন বেগমে নিজ ঘৰৰ পৰা লালুক আদৰ্শ চিকিৎসালয়লৈ বুলি ২ বছৰীয়া পুত্ৰ আৰিয়নৰ হৈতে আহিছিল।


## ২৪ ঘন্টা উকলি যোৱাৰ পাছতো মাতৃ পুত্ৰ কোনো সন্ধান নোলোৱাত পৰিয়ালৰ লোকে লালুক থানাত এখন এজাহাৰ দাখিল কৰে।


## কিন্তু আজিলৈকে কোনো খবৰ নোপোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক।


## লখিমপুৰ বগলীজানৰ পৰা আজি পৰা ৮ বছৰৰ পূৰ্বে এছমিনে লালুক পদ্মপুৰৰ জয়নাল আলি হৈতে বিবাহ পাষত আবদ্ধ হৈছিল।


## বত্তৰ্মান এছমিনৰ এগৰাকী ৫ বছৰীয়া কন্যা আৰু এটি ২ বছৰীয়া পুত্ৰ।


## কিন্তু বৃহস্পতি বাৰৰ পৰা মাতৃ পুত্ৰ নিৰোদ্দেশ হোৱাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যয়ে বিৰাজ কৰিছে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...