Monday, 4 January 2021

04 January, 2021 *গ্ৰন্থ উন্মোচন সভা লখিমপুৰ* Date :- 4/1/21 ## মঙ্গলবোধ জাগৰণ কেন্দ্ৰৰ উদ্যোগত আজি উত্তৰ লখিমপুৰ সাহিত্য সভা ভৱনত এখনি গ্ৰন্থ উন্মোচনী সভা আয়োজন কৰা হয়। ## ভাগ্যলক্ষী ডেকাৰ কথাময়তাৰ ছন্দত নামৰ কাব্য পুঠী খন উন্মোচন কৰে জীৱন চন্দ্ৰ দত্তই। ## ইয়াৰ লগতে মঙ্গলময় পত্ৰিকা নৱ বৰ্ষ সংখং আৰু কবিতা - ২৪ উন্মোচন কৰে বিনয় বৰুৱা আৰু প্ৰাক্তন শিক্ষা বিষয়া কণেকেশ্ব ডেকাই। ## এই গ্ৰন্থ উন্মোচনী সভাত সভাপতিত্ব কৰে ভৰত ৰাজখোৱাই। ## এই অনুষ্ঠানত উপষ্টিত থাকে মঙ্গলময় পত্ৰিকা মূখ্য সম্পদক জিতেন বৰুৱা, সঞ্জীপ উপাধ্যায়, পঙ্কজ সভাপণ্ডিতকে আদি কৰি বহুকেইজন গন্যমান্য ব্যক্তি। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 04 January, 2021


*গ্ৰন্থ উন্মোচন সভা লখিমপুৰ* Date :- 4/1/21


## মঙ্গলবোধ জাগৰণ কেন্দ্ৰৰ উদ্যোগত আজি উত্তৰ লখিমপুৰ সাহিত্য সভা ভৱনত এখনি গ্ৰন্থ উন্মোচনী সভা আয়োজন কৰা হয়।


## ভাগ্যলক্ষী ডেকাৰ কথাময়তাৰ ছন্দত নামৰ কাব্য পুঠী খন উন্মোচন কৰে জীৱন চন্দ্ৰ দত্তই।


## ইয়াৰ লগতে মঙ্গলময় পত্ৰিকা নৱ বৰ্ষ সংখং আৰু কবিতা - ২৪ উন্মোচন কৰে বিনয় বৰুৱা আৰু প্ৰাক্তন শিক্ষা বিষয়া কণেকেশ্ব ডেকাই।


## এই গ্ৰন্থ উন্মোচনী সভাত সভাপতিত্ব কৰে ভৰত ৰাজখোৱাই।


## এই অনুষ্ঠানত উপষ্টিত থাকে মঙ্গলময় পত্ৰিকা মূখ্য সম্পদক জিতেন বৰুৱা, সঞ্জীপ উপাধ্যায়, পঙ্কজ সভাপণ্ডিতকে আদি কৰি বহুকেইজন গন্যমান্য ব্যক্তি।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


04 January, 2021 *লুই ব্ৰেইল দিৱস লখিমপুৰ* Date :- 4/1/21 ## লখিমপুৰত লুই ব্ৰেইল দিৱস পালন। ## সৰ্বাত্মক শিক্ষাৰ লখিমপুৰ শিক্ষাখণ্ডৰ দ্বাৰা আজি আজাদস্থ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত লুই ব্ৰেইল দিৱস পালন কৰে। ## ৰূপম বৰুৱাৰ সঞ্চালনাত অনুস্থিত এই অনুষ্ঠানত জিলা নিৰ্বাচনী বিষয়া দেৱাসিশ গোস্বামী,সাংবাদিক বুবুল হাজৰিকা, সৰ্বশিক্ষা আচনি বিষয়া বৰ্ণালী চিন্তে উপস্হিত থাকি ভাষণ প্ৰদান কৰে। ## এই অনুস্থানত ৫০ জন বিশেষ ভাবে সক্ষম লোকক হুইল চেয়াৰ আৰু চচমা বিতৰণ কৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 04 January, 2021


*লুই ব্ৰেইল দিৱস লখিমপুৰ* Date :- 4/1/21


## লখিমপুৰত লুই ব্ৰেইল দিৱস পালন।


## সৰ্বাত্মক শিক্ষাৰ লখিমপুৰ শিক্ষাখণ্ডৰ দ্বাৰা আজি আজাদস্থ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত লুই ব্ৰেইল দিৱস পালন কৰে।


## ৰূপম বৰুৱাৰ সঞ্চালনাত অনুস্থিত এই অনুষ্ঠানত জিলা নিৰ্বাচনী বিষয়া দেৱাসিশ গোস্বামী,সাংবাদিক বুবুল হাজৰিকা, সৰ্বশিক্ষা আচনি বিষয়া বৰ্ণালী চিন্তে উপস্হিত থাকি ভাষণ প্ৰদান কৰে।


## এই অনুস্থানত ৫০ জন বিশেষ ভাবে সক্ষম লোকক হুইল চেয়াৰ আৰু চচমা বিতৰণ কৰে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


04 January, 2021 অসম আগৰ উড এ’ৰমা এফ পি চি উদ্যোগৰ উদ্যোধন অসম আগৰ উড এ’ৰমা উদ্যোগৰ আজি এক প্ৰশিক্ষণ শিৱিৰ শুভ উদ্যোদ্ধন কৰা হয় ৷ গোলাঘাট খুমটাই সমষ্টিৰ আধাৰসত্ৰ বহুমুখী প্ৰকল্প এই প্ৰশিক্ষণ শিবিৰটো শুভ উদ্যোদ্ধন কৰে খুমটৰইৰ বিধায়ক মৃণাল শইকীয়াই । গোলাঘাট জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোডীৰ সহযোগত এই এমহীয়া কৰ্মশালা আৰম্ভ হয়। আজিৰ পৰা আৰম্ভ হোৱা এই কৰ্মশালা উদ্ধোধনী অনুষ্ঠানত গোলাঘাটৰ উপায়ুক্ত বিভাষ চন্দ্ৰ মোডী ; ভূমী সংৰক্ষণ বিভাগৰ প্ৰাধীকাৰী নিৰঞ্জন শইকীয়া ; বন বিভাগ; কৃষিবিভাগ ; উদ্যোগ বিভাগ আদিৰ প্ৰতিনিধি উপস্থিত থাকে এমাহজোৰা এই কৰ্মশালাত প্ৰথম দিনাই গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলৰ যথেষ্ঠ সংখ্যক যুৱকে অংশগ্ৰহণ কৰে । এই কায্যসূচীত উদ্যোগও বানিজ্য বিভাগৰ প্ৰধান পৰিচালক ৰাজকুমাৰ বৰি য়ে জানিবলৈ দিয়ে যে প্ৰশিক্ষিত লোক সকলক 'প্ৰধান মন্ত্ৰী নিয়োগ সৃষ্টি আঁচনিৰ অধীনত ৰাজ সাহায্য যুক্ত পাঁচ লাখৰো অধীক বেংক ঋণ প্ৰদান কৰিব ৷ এই প্ৰশিক্ষনৰ সময়চোৱাত শাচি গছৰ পুলি ৰূপণৰ পৰা আৰম্ভকৰি কৃত্ৰিম আকৰ সংৰোপণ ; সুগন্ধি আতৰ আৰু কাঠ আহৰণে ধৰি আন্তৰাষ্ট্ৰীয় বজাৰ বিষয়েও নিবনুৱা সকলক প্ৰশিক্ষিত কৰাৰ লগতে এফ পি চি আৰু উদ্যোগ ও বাণিজ্য কেন্দ্ৰৰ দ্বাৰা প্ৰমাণ পত্ৰ দিয়া হৱ বুলি ৷ এৰ’মাৰ সভাপতি দেৱজিৎ গগৈ আৰু সম্পাদক পাৰ্থজিৎ শকীয়াই জানিবলৈ দিছে ৷ :: প্ৰকাশ শৰ্মা প্ৰকাশ শৰ্মা গোলাঘাট

 04 January, 2021


অসম আগৰ উড এ’ৰমা এফ পি চি উদ্যোগৰ উদ্যোধন



অসম আগৰ উড এ’ৰমা উদ্যোগৰ আজি এক প্ৰশিক্ষণ শিৱিৰ শুভ উদ্যোদ্ধন কৰা হয় ৷

গোলাঘাট খুমটাই সমষ্টিৰ আধাৰসত্ৰ  বহুমুখী প্ৰকল্প এই প্ৰশিক্ষণ শিবিৰটো শুভ উদ্যোদ্ধন কৰে খুমটৰইৰ বিধায়ক মৃণাল শইকীয়াই  ।   গোলাঘাট জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোডীৰ  সহযোগত এই এমহীয়া কৰ্মশালা আৰম্ভ হয়। আজিৰ পৰা আৰম্ভ হোৱা এই কৰ্মশালা  উদ্ধোধনী  অনুষ্ঠানত  গোলাঘাটৰ উপায়ুক্ত   বিভাষ চন্দ্ৰ মোডী ; ভূমী সংৰক্ষণ বিভাগৰ প্ৰাধীকাৰী নিৰঞ্জন শইকীয়া ; বন বিভাগ; কৃষিবিভাগ ; উদ্যোগ বিভাগ আদিৰ প্ৰতিনিধি উপস্থিত থাকে  এমাহজোৰা এই কৰ্মশালাত প্ৰথম দিনাই  গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলৰ যথেষ্ঠ সংখ্যক যুৱকে অংশগ্ৰহণ কৰে । এই কায্যসূচীত উদ্যোগও বানিজ্য বিভাগৰ প্ৰধান পৰিচালক ৰাজকুমাৰ বৰি য়ে জানিবলৈ

 দিয়ে যে  প্ৰশিক্ষিত লোক সকলক 'প্ৰধান মন্ত্ৰী নিয়োগ সৃষ্টি আঁচনিৰ অধীনত  ৰাজ সাহায্য যুক্ত পাঁচ লাখৰো অধীক  বেংক ঋণ প্ৰদান কৰিব ৷  এই প্ৰশিক্ষনৰ সময়চোৱাত শাচি গছৰ পুলি ৰূপণৰ পৰা আৰম্ভকৰি কৃত্ৰিম আকৰ সংৰোপণ ; সুগন্ধি আতৰ আৰু কাঠ আহৰণে  ধৰি আন্তৰাষ্ট্ৰীয় বজাৰ বিষয়েও নিবনুৱা সকলক প্ৰশিক্ষিত কৰাৰ লগতে এফ পি চি আৰু উদ্যোগ ও বাণিজ্য কেন্দ্ৰৰ দ্বাৰা প্ৰমাণ পত্ৰ দিয়া হৱ বুলি  ৷ এৰ’মাৰ সভাপতি দেৱজিৎ গগৈ আৰু সম্পাদক পাৰ্থজিৎ শকীয়াই জানিবলৈ দিছে ৷ ::  প্ৰকাশ শৰ্মা


প্ৰকাশ শৰ্মা গোলাঘাট


Sunday, 3 January 2021

 03 January, 2021


গোলাঘাটত ড°বাণীকান্ত কাকতি বঁটা প্ৰদান


অসম চৰকাৰৰ এক আঁচনিৰ অধীনত  উচ্চ শিক্ষা বিভাগৰ দ্বাৰা গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত  ড° বানীকান্ত কাকতি বঁটা ২০২০প্ৰদান কৰা হয় ৷ প্ৰায় ৭৪৩ গৰাকী ছাত্ৰীক স্কুতি প্ৰদান কাৰ্যৰ শুভ উদ্বোধন কৰে   মন্ত্ৰী অতুল বৰাই গোলাঘাট জিলা পুথিভঁৰালত অনুষ্ঠিত সভাত উপস্থিত থাকে  উপায়ুক্ত আৰু  অতিৰিক্ত উপায়ুক্ত , বিদ্যালয় সমূহৰ পৰিদৰ্শক :: 


কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷


03 December, 2021 বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ খটখতিত আৰক্ষীৰ অভিযানত হিৰ’ইনসহ আটক এজন সৰবৰাহকাৰী আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে কাৰ্বি আংলং জিলা আৰক্ষীয়ে বিগত সময়ছোৱাত কঠোৰ অভিযান অব্যাহত ৰখাৰ মাজতো অপৰাধীচক্ৰৰ তৎপৰতা অব্যাহত আছে। শনিবাৰে সন্ধিয়া ভাগত অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটী আৰক্ষীয়ে অভিযান চলাই নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ লগতে এই সন্দৰ্ভত এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে লাভ কৰা এক গোপন সূত্ৰৰ পম খেদি বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস, বৰপথাৰ চক্ৰৰ চক্ৰ বিষয়া উপেন কলিতা আৰু খটখটী আৰক্ষী থানাৰ উপ-পৰিদৰ্শক মৌবলিক ব্ৰহ্মৰ নেতৃত্বত আৰক্ষীৰ এটা দলে খটখটীৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত নাকা তালাচী অভিযান চলাই। উক্ত অভিযানত এখন অট’ৰিক্স’ত অহা এজন যাত্ৰীৰ পৰা তলাচীৰ সময়ত আৰক্ষীয়ে ১০টা প্লাষ্টিকৰ চাবোনৰ পেকেটত মুঠ ১৩৫ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ড্ৰাগছ সৰবৰাহৰ লগত জড়িত আৰক্ষীয়ে গ্ৰেপ্তাৰ হোৱা সৰবৰাহকাৰী জনক বিশ্বনাথ চাৰিআলিৰ মহৰ আলি বুলি জানিব পৰা গৈছে। কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

 03 December, 2021


বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ খটখতিত আৰক্ষীৰ অভিযানত হিৰ’ইনসহ আটক এজন সৰবৰাহকাৰী


 আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে কাৰ্বি আংলং জিলা আৰক্ষীয়ে বিগত সময়ছোৱাত কঠোৰ অভিযান অব্যাহত ৰখাৰ মাজতো অপৰাধীচক্ৰৰ তৎপৰতা অব্যাহত আছে। শনিবাৰে সন্ধিয়া ভাগত অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটী আৰক্ষীয়ে অভিযান চলাই নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ লগতে এই সন্দৰ্ভত এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।


জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে লাভ কৰা এক গোপন সূত্ৰৰ পম খেদি বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস, বৰপথাৰ চক্ৰৰ চক্ৰ বিষয়া উপেন কলিতা আৰু খটখটী আৰক্ষী থানাৰ উপ-পৰিদৰ্শক মৌবলিক ব্ৰহ্মৰ নেতৃত্বত আৰক্ষীৰ এটা দলে খটখটীৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত নাকা তালাচী অভিযান চলাই।


উক্ত অভিযানত এখন অট’ৰিক্স’ত অহা এজন যাত্ৰীৰ পৰা তলাচীৰ সময়ত আৰক্ষীয়ে ১০টা প্লাষ্টিকৰ চাবোনৰ পেকেটত মুঠ ১৩৫ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ড্ৰাগছ সৰবৰাহৰ লগত জড়িত আৰক্ষীয়ে গ্ৰেপ্তাৰ হোৱা সৰবৰাহকাৰী জনক বিশ্বনাথ চাৰিআলিৰ মহৰ আলি বুলি জানিব পৰা গৈছে।



কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷


পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...