Sunday, 3 January 2021

 03 January, 2021


গোলাঘাটত ড°বাণীকান্ত কাকতি বঁটা প্ৰদান


অসম চৰকাৰৰ এক আঁচনিৰ অধীনত  উচ্চ শিক্ষা বিভাগৰ দ্বাৰা গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত  ড° বানীকান্ত কাকতি বঁটা ২০২০প্ৰদান কৰা হয় ৷ প্ৰায় ৭৪৩ গৰাকী ছাত্ৰীক স্কুতি প্ৰদান কাৰ্যৰ শুভ উদ্বোধন কৰে   মন্ত্ৰী অতুল বৰাই গোলাঘাট জিলা পুথিভঁৰালত অনুষ্ঠিত সভাত উপস্থিত থাকে  উপায়ুক্ত আৰু  অতিৰিক্ত উপায়ুক্ত , বিদ্যালয় সমূহৰ পৰিদৰ্শক :: 


কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷


No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...