Saturday, 7 November 2020
07 November, 2020অভিনন্দন আঁচনিমাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি 'অভিনন্দন আঁচনি'ৰ অধীনত আনুষ্ঠানিকভাৱে শিক্ষা ঋণ ৰাজসাহায্যৰ অনুমোদন পত্ৰ বিতৰণ কৰিব।অসমৰ শিক্ষাৰ্থীসকলৰ বাবে উচ্চশিক্ষা লাভৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ইয়াৰ জৰিয়তে উপকৃত হ'ব ৰাজ্যৰ সৰ্বস্তৰৰ ছাত্র-ছাত্ৰী।
07 November, 2020'জীৱনডিঙা'থলুৱা যন্ত্ৰচালিত নাৱৰ মালিকসকলৰ বাবে এক অভিলাষী আঁচনি ।(এ আই ডব্লিউ টি ডি এছ) অসম আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতি ৰ দ্বাৰা যুগুত কৰা থলুৱা যন্ত্ৰচালিত নাৱৰ মালিকসকলৰ বাবে এক অভিলাষী আঁচনি 'জীৱনডিঙা'। এই আঁচনিখনৰ বাবে আবেদনপত্ৰ www.aiwtdsociety.in , www.iwtdirectorate.assam.gov.in অথবা অসম আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতিৰ সংশ্লিষ্ট ঘাট, উপ-সংমণ্ডল, সংমণ্ডল আৰু মুখ্য কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰি দাখিল কৰিব পাৰিব।
Friday, 6 November 2020
05 November, 2020 গোলাঘাট বেঙেনাখোৱা গাওঁ পঞ্চায়তত অৰুণোদয় আঁচনিৰ ব্যাপক কেলেঙ্কাৰী। কংগ্ৰেছৰ দখলত থকা গোলাঘাট বেঙেনা খোৱা গাওঁ পঞ্চায়ত খনত যোৱা কেইমাহ মানৰ আগত জৱ কাৰ্ডৰ নামত দুৰ্নীতি কৰাৰ বাবে ২৪ জন পঞ্চায়ত প্ৰতিনিধি বিৰুদ্ধে জামিনবিহীন ধাৰাত গোচৰ ৰুজু হৈছিল। ইয়াৰে দুজন জেল হাজোতলৈ গ'ল আৰু ৭ জনে গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন পালে। আৰু বাকীসকল এতিয়াও পলাতক অৱস্হাত আছে। এই একেইখিনি দুৰ্নীতিকাৰী জনপ্ৰতিনিধি আৰু পদুমনি খণ্ডৰ উন্নয়ন বিষয়া আব্দুল ৰচিদ ৰ নেতৃত্বত গোলাঘাট ৰ কংগ্ৰেছৰ বিধায়িকা অজন্তা নেওগক ভালৰি লগাবলৈ অৰুণোদয় আঁচনি খন কংগ্ৰেছীকৰণ কৰিবলৈ ল'লে। উক্ত পঞ্চায়তত অৰুণোদয় আঁচনিৰ নামত ব্যাপক কেলেঙ্কাৰী সৃষ্টি হোৱা বুলি স্হানীয় লোকৰ পৰা জানিব পৰা গৈছে। পঞ্চায়তৰ অধীনস্থ বহু দৰিদ্ৰ পৰিয়ালৰ লোক এই আচঁনিৰ পৰা বঞ্চিত হ'ব লগা হৈছে বুলি জানিব দিয়ে ভুক্তভোগীয়ে। উল্লেখ্য যে,, এই পঞ্চায়তৰ অধীনস্থ বহু আৰ্থিক ভাৱে সবল লোকৰ নাম এই আচঁনিৰ প্ৰাপ্য তালিকাত আহিছে আৰু যিসকল আৰ্থিক ভাৱে দুৰ্বল তেওঁলোকৰ নাম বঞ্চিত হৈছে বুলি কেমেৰাৰ সন্মুখত ক্ষোভ উজাৰি ক'লে ভোক্তভোগী পৰিয়ালে। তেওঁলোকে এই সন্দৰ্ভত পঞ্চায়তৰ প্ৰতিনিধি পৰা জানিব চেষ্টা কৰিলেই তেওঁলোকক দু্ব্যৱহাৰ কৰি এই বিষয়ৰ পৰা গা এৰা চেষ্টা কৰে বুলি জানিব পৰা গৈছে। এই বিষয়ে ভোক্তভোগী পৰিয়ালৰ সদস্য ই এনেদৰে কয়______ এতিয়া প্ৰশ্ন হ'ল,, উন্নয়ন ৰ নামত চৰকাৰে যি আইন প্ৰৱৰ্তন কৰিছে সেইয়া উচিত পৰিমানে ব্যৱহৃত হৈছেনে ?? নে যি সকল এই আচঁনিৰ প্ৰাপ্য সেইসকলক ইয়াৰ পৰা বঞ্চিত কৰি জনপ্ৰতিনিধিৰ ময়মতালীৰ স্বৰূপ উদঙাই দিয়া হৈছে??? এই সন্দৰ্ভত সমাজকৰ্মী প্ৰকাশ বৰাই এইদৰে কয়---- গোলাঘাটৰ পৰা কৃষ্ণাক্ষী বৰা ৰিৰ্পত নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷
05 November, 2020
গোলাঘাট বেঙেনাখোৱা গাওঁ পঞ্চায়তত অৰুণোদয় আঁচনিৰ ব্যাপক কেলেঙ্কাৰী।
কংগ্ৰেছৰ দখলত থকা গোলাঘাট বেঙেনা খোৱা গাওঁ পঞ্চায়ত খনত যোৱা কেইমাহ মানৰ আগত জৱ কাৰ্ডৰ নামত দুৰ্নীতি কৰাৰ বাবে ২৪ জন পঞ্চায়ত প্ৰতিনিধি বিৰুদ্ধে জামিনবিহীন ধাৰাত গোচৰ ৰুজু হৈছিল। ইয়াৰে দুজন জেল হাজোতলৈ গ'ল আৰু ৭ জনে গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন পালে। আৰু বাকীসকল এতিয়াও পলাতক অৱস্হাত আছে। এই একেইখিনি দুৰ্নীতিকাৰী জনপ্ৰতিনিধি আৰু পদুমনি খণ্ডৰ উন্নয়ন বিষয়া আব্দুল ৰচিদ ৰ নেতৃত্বত গোলাঘাট ৰ কংগ্ৰেছৰ বিধায়িকা অজন্তা নেওগক ভালৰি লগাবলৈ অৰুণোদয় আঁচনি খন কংগ্ৰেছীকৰণ কৰিবলৈ ল'লে।
উক্ত পঞ্চায়তত অৰুণোদয় আঁচনিৰ নামত ব্যাপক কেলেঙ্কাৰী সৃষ্টি হোৱা বুলি স্হানীয় লোকৰ পৰা জানিব পৰা গৈছে। পঞ্চায়তৰ অধীনস্থ বহু দৰিদ্ৰ পৰিয়ালৰ লোক এই আচঁনিৰ পৰা বঞ্চিত হ'ব লগা হৈছে বুলি জানিব দিয়ে ভুক্তভোগীয়ে। উল্লেখ্য যে,, এই পঞ্চায়তৰ অধীনস্থ বহু আৰ্থিক ভাৱে সবল লোকৰ নাম এই আচঁনিৰ প্ৰাপ্য তালিকাত আহিছে আৰু যিসকল আৰ্থিক ভাৱে দুৰ্বল তেওঁলোকৰ নাম বঞ্চিত হৈছে বুলি কেমেৰাৰ সন্মুখত ক্ষোভ উজাৰি ক'লে ভোক্তভোগী পৰিয়ালে। তেওঁলোকে এই সন্দৰ্ভত পঞ্চায়তৰ প্ৰতিনিধি পৰা জানিব চেষ্টা কৰিলেই তেওঁলোকক দু্ব্যৱহাৰ কৰি এই বিষয়ৰ পৰা গা এৰা চেষ্টা কৰে বুলি জানিব পৰা গৈছে। এই বিষয়ে ভোক্তভোগী পৰিয়ালৰ সদস্য ই এনেদৰে কয়______
এতিয়া প্ৰশ্ন হ'ল,, উন্নয়ন ৰ নামত চৰকাৰে যি আইন প্ৰৱৰ্তন কৰিছে সেইয়া উচিত পৰিমানে ব্যৱহৃত হৈছেনে ?? নে যি সকল এই আচঁনিৰ প্ৰাপ্য সেইসকলক ইয়াৰ পৰা বঞ্চিত কৰি জনপ্ৰতিনিধিৰ ময়মতালীৰ স্বৰূপ উদঙাই দিয়া হৈছে???
এই সন্দৰ্ভত সমাজকৰ্মী প্ৰকাশ বৰাই এইদৰে কয়----
গোলাঘাটৰ পৰা কৃষ্ণাক্ষী বৰা ৰিৰ্পত নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷
Thursday, 5 November 2020
05 November, 2020 আজি ৫ নবেম্বৰ ৷ এই দিনটোতেই আমাৰ অতিকে শ্ৰদ্ধাৰ ; অতিকে মৰমৰ সুধাকণ্ঠক ডা°ভূপেন হাজৰিকাই এই পৃথিৱীৰ পৰা মেলানি মাগিলে ৷ তেখেতৰ নৰশ্বদেহ পঞ্চভূতত বিলীন হ’ল ৷ কিন্ত কালজয়ী গীতেৰে তেওঁ আমাৰ মাজত ; আমাৰ হিদয়ত থাকিগল ৷ সেয়েহে সমগ্ৰ দেশবাসীৰ লগতে আজিৰ দিনটোত গোলাঘাটৰ নতুন আমোলাপট্টিৰ কণ কণ শিশুসকলেও এটি গীতৰ নৃত্যৰে প্ৰয়াত সুধাকণ্ঠক ড° ভূপেন হাজৰিকাক স্মৰণ কৰে ৷ ::: প্ৰকাশ শৰ্মা গোলাঘাট ৷
05 November, 2020
আজি ৫ নবেম্বৰ ৷ এই দিনটোতেই আমাৰ অতিকে শ্ৰদ্ধাৰ ; অতিকে মৰমৰ সুধাকণ্ঠক ডা°ভূপেন হাজৰিকাই এই পৃথিৱীৰ পৰা মেলানি মাগিলে ৷ তেখেতৰ নৰশ্বদেহ পঞ্চভূতত বিলীন হ’ল ৷ কিন্ত কালজয়ী গীতেৰে তেওঁ আমাৰ মাজত ; আমাৰ হিদয়ত থাকিগল ৷ সেয়েহে সমগ্ৰ দেশবাসীৰ লগতে আজিৰ দিনটোত গোলাঘাটৰ নতুন আমোলাপট্টিৰ কণ কণ শিশুসকলেও এটি গীতৰ নৃত্যৰে প্ৰয়াত সুধাকণ্ঠক ড° ভূপেন হাজৰিকাক স্মৰণ কৰে ৷ ::: প্ৰকাশ শৰ্মা গোলাঘাট ৷
Wednesday, 4 November 2020
মানৱ জাতিৰ ধ্বংস সমাগত
মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
।।জয় গুৰু মা প্ৰকৃতি।। বিশ্বৰ সকলো মানৱ জাতিলৈ আহ্বান। যুদ্ধই একো সমস্যা সমাধান নহয়। দুয়ো পক্ষৰ অকল ক্ষতি হোৱাৰ বাহিৰে একো লা...